• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

সাংবিধানিক মৰ্যাদা আৰু নিয়মক পদাঘাত কৰি বিজেপিৰ হৈ প্ৰচাৰ চলালে অসমৰ ৰাজ্যপালে

মহামহীম ৰাজ্যপালৰ আসনৰ গৰিমা লাঘৱ কৰিলে গোলাব সিং কাটাৰীয়াই : ডা’ ভবেন চৌধুৰী৷

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 15, 2023 3:40 pm
985
VIEWS
Share on FacebookShare on Twitter

এখন ৰাজ্যৰ ৰাজ্যপাল গৰাকী সাংবিধানিক মুৰব্বী৷ ৰাজনীতিৰ উৰ্দ্ধত থাকি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে ৰাজ্যখনত সংবিধান ৰক্ষাৰ দ্বায়িত্ব ৰাজ্যপালৰ৷ কিন্তু সকলোৰে চকু কপালত উঠাই অসমৰ মাননীয় ৰাজ্যপালে ৰাজস্থানৰ উদয়পুৰত বিজেপিৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাইছে৷ 

আজি আম আদমি পাৰ্টীৰ গণেশগুৰিস্থিত মুখ্য কাৰ্যালয়ত এখনি সংবাদমেল সম্বোধন কৰি ৰাজ্যিক সভাপতি ডা° ভবেন চৌধুৰীয়ে অসমৰ ৰাজ্যপাল গৰাকীৰ পদত্যাগৰ দাবী কৰি কয় যে মহামহীম ৰাজ্যপালৰ আসনৰ গৰিমা লাঘৱ কৰিলে গোলাব সিং কাটাৰীয়া ডাঙৰীয়াই৷ সংবিধান ৰক্ষাৰ দ্বায়িত্বত থকা গৰাকীয়েই সংবিধান বিৰোধী কৰ্মত লিপ্ত হৈছে৷ ভাৰতবৰ্ষৰ ৰাজনীতিত নোহোৱা নোপোজা এক পৰিঘটনাৰে কালিমা সানিলে ৰাজ্যপাল গৰাকীয়ে৷

ইয়াৰ আগতেও বিজেপিৰ হৈ নিৰ্বাচনত অবতীৰ্ণ হ’বৰ বাবে মিজোৰামৰ তেতিয়াৰ ৰাজ্যপাল কুম্মানম্‌ ৰজাশেখৰণ প্ৰস্তুতি চলাইছিল যদিও ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰতি শ্ৰদ্ধা জনাই তেখেতে ৰাজ্যপাল পদবীৰ পৰা পদত্যাগ কৰিহে নিৰ্বাচনত নামি পৰিছিল৷ কিন্তু ১৫৩ নং উদয়পুৰ বিধানসভাৰ টাৰাচান্দ্‌ জৈনৰ হৈ পোনপটীয়াকৈ নিৰ্বাচনী প্ৰচাৰত নামি পৰিল অসমৰ ৰাজ্যপাল গোলাব সিং কাটাৰীয়া৷

ডা° চৌধুৰীয়ে জানিবলৈ দিয়া মতে আপ অসমে ৰাজ্যপাল গৰাকীৰ এই নীতিবিৰুদ্ধ কৰ্মৰ ন্যায় বিচাৰি ভাৰতৰ নিৰ্বাচনী আয়োগলৈ লিখিত অভিযোগ প্ৰেৰণ কৰিব৷ সমগ্ৰ দেশজুৰি সংবিধান বিৰোধী, দেশ আৰু জাতি বিৰোধী কৰ্মত লিপ্ত হোৱা গণবৈৰী বিজেপিকো সকীয়াই ডা° ভবেন চৌধুৰীয়ে কয় যে বুৰঞ্জী সাক্ষী আছে, ক্ষমতাত বলীয়ান হৈ জনতা বিৰোধী কাৰ্যত লিপ্ত হোৱা ভণ্ড শাসকৰ নগ্ন স্বৰূপ সৰ্বসাধাৰণেই উদঙাই দিব৷

Recent News

ভাৰত-পাক উত্তেজনাঃ কিয় আইএনএছ বিক্ৰান্তক ভাৰতৰ ‘সাগৰীয় দুৰ্গ’ বুলি গণ্য কৰা হয়?

ভাৰত-পাক উত্তেজনাঃ কিয় আইএনএছ বিক্ৰান্তক ভাৰতৰ ‘সাগৰীয় দুৰ্গ’ বুলি গণ্য কৰা হয়?

জি-৭ ৰ যৌথ বিবৃতিঃ ভাৰত-পাকিস্তানক উত্তেজনা হ্ৰাস কৰিবলৈ আহ্বান

জি-৭ ৰ যৌথ বিবৃতিঃ ভাৰত-পাকিস্তানক উত্তেজনা হ্ৰাস কৰিবলৈ আহ্বান

ৰাজ্যৰ বাহিৰত অধ্যয়নৰত অসমৰ শিক্ষাৰ্থীৰ বাবে চৌবিশ ঘন্টাৰ হেল্প লাইন নম্বৰ মুকলি

ৰাজ্যৰ বাহিৰত অধ্যয়নৰত অসমৰ শিক্ষাৰ্থীৰ বাবে চৌবিশ ঘন্টাৰ হেল্প লাইন নম্বৰ মুকলি

স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠানৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰৰ দাবী অসম নাগৰিক সমাজৰ

স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠানৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা প্ৰত্যাহাৰৰ দাবী অসম নাগৰিক সমাজৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd