• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সকলোৱে কৰিব নোৱাৰিব প্ৰশ্ন,  মহুৱা মৈত্ৰৰ বিতৰ্কৰ পিছতেই সলনিৰ চৰ্চা চলিছে সংসদত প্ৰশ্ন সোধাৰ নিয়ম 

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 16, 2023 2:08 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভাৰ আগুন্তুক শীতকালীন অধিৱেশনত সলনি হ’ব পাৰে সংসদত প্ৰশ্ন সোধাৰ নিয়ম। লোকসভাৰ সাংসদ মহুৱা মৈত্ৰৰ শেহতীয়া বিতৰ্কৰ পিছতেই চৰ্চালৈ আহিছে এই প্ৰসংগ।

খবৰ অনুসৰি লোকসভাত সাংসদে উত্থাপন কৰা প্ৰশ্ন সাংসদে নিজেই উত্থাপন কৰিব লাগিব। কোনো সহায়ক বা কোনো ব্যক্তিয়ে সাংসদৰ হৈ প্ৰশ্ন উত্থাপন কৰিব নোৱাৰিব। এনেধৰণৰ নিয়ম প্ৰৱৰ্ত্তনৰ বাবে আইন প্ৰণয়ণ কৰাৰ সম্ভাৱনা আছে বুলি সূত্ৰই প্ৰকাশ কৰিছে।

Apply Now

উল্লেখ্য যে তৃণমূলৰ সাংসদ মহুৱা মৈত্ৰৰ বিৰুদ্ধে সংসদত ধনৰ সলনি প্ৰশ্ন কৰা বুলি অভিযোগ উত্থাপন হৈছিল। সংসদত মোদী চৰকাৰ আৰু ব্যৱসায়ী আদানীক আক্ৰমণ কৰিবলৈ ডুবাইৰ ব্যৱসায়ী দৰ্শন হিৰণানন্দনীৰ পৰা ২ কোটি টকা আৰু কেইবাটাও দামী উপহাৰ লোৱাৰ অভিযোগ উত্থাপন হৈছিল মহুৱা মৈত্ৰৰ বিৰুদ্ধে।

মহুৱা মৈত্ৰই ব্যৱসায়ী দৰ্শন হিৰণনন্দনীক প্ৰশ্ন কৰিবলৈ সংসদীয় ইমেইল আইডিৰ লগইন আৰু পাছৱৰ্ড প্ৰদান কৰিছিল। এই অভিযোগৰ পিছতেই বিষয়টো লোকসভাৰ নৈতিকতা সমিতিৰ ওচৰলৈ গৈছিল। 

নৈতিকতা সমিতিয়ে তদন্ত আৰু বিবেচনা কৰি মহুৱা মৈত্ৰৰ লোকসভাৰ সদস্যপদ বাতিল কৰিবলৈ পৰামৰ্শ আগবঢ়াইছে। এতিয়া মহুৱাৰ সাংসদ পদ থাকিব নে নাই সেয়া শীতকালীন অধিৱেশন আৰম্ভ হ’লেহে গম পোৱা যাব।

ইফালে, মহুৱা মৈত্ৰৰ পাছৱৰ্ড প্ৰদান কৰাৰ কেলেংকাৰীৰ পিছত লোকসভাত সাংসদসকলৰ প্ৰশ্নৰ অধিকাৰ সম্পৰ্কীয় নিয়মৰ সালসলনি কৰা হৈছে। সূত্ৰৰ পৰা জানিব পৰা মতে, এই সময়ৰ পৰা সাংসদসকলৰ সহায়কসকলে অনলাইনযোগে প্ৰশ্ন দাখিল কৰিব নোৱাৰিব। নিৰ্ভৰশীল লোকৰ এই অধিকাৰ অনিৰ্দিষ্টকাললৈ প্ৰত্যাহাৰ কৰা হৈছে। 

৪ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব সংসদৰ শীতকালীন অধিৱেশন। সূত্ৰ অনুসৰি, লোকসভাত মহুৱা মৈত্ৰৰ সাংসদ পদ সন্দৰ্ভত নৈতিকতা সমিতিৰ পৰামৰ্শ সংসদত দাখিল কৰা হ’ব। প্ৰতিবেদনত তৃণমূল সাংসদগৰাকীক অযোগ্য ঘোষণা কৰাৰ লগতে তেওঁৰ বিৰুদ্ধে চৰকাৰী তদন্তৰ পৰামৰ্শ দিয়া হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm
মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

মোৰ কোনো ব্যক্তিগত স্বাৰ্থ নাই, ইথানল নীতিক লৈ গভীৰ ষড়যন্ত্ৰ চলিছে: নিতিন গাডকাৰী

July 8, 2026 8:05 pm
কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

কৃত্ৰিম বানত আবদ্ধ মানুহক উদ্ধাৰ কৰিবলৈ আহিল স্বয়ং স্পাইডাৰ-মেন!

July 8, 2026 4:51 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

২০১৩ চনৰ পৰা বিনা ভাড়াই ২৪ আকবৰ ৰোডৰ কাৰ্যালয় দখল কৰি আছে কংগ্ৰেছে! আৰটিআই-ৰ তথ্যত পোহৰলৈ আহিল তথ্য

July 8, 2026 8:44 pm
১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

১১ দিনত ৭ কেজি ওজন কমিল সোনম ৱাংচুকৰ : অনশনৰ মজিয়াত নুডলছ আৰু কচুৰিৰ পিকনিক! ‎

July 8, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd