• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিয়াঘৰত কমিল ৰসগোল্লা: হ’ল কাজিয়া, চিকিৎসালয়ত ভৰ্তি ৬ জন লোক

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 21, 2023 5:29 pm
Fight Over Rasgulla
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ এক বিবাহ অনুষ্ঠান। বিয়াঘৰত আপ্যায়নৰ বাবে অনা ৰসগোল্লা অতিথিৰ বাবে হৈ পৰিল কম। ৰসগোল্লাৰ এই অভাৱক লৈ সংঘটিত হ’ল কাজিয়া আৰু এই কাজিয়াৰ পৰিণতিত আহত হ’ল ৬ জন লোক।

দেওবাৰে মাজনিশা উত্তৰ প্ৰদেশৰ চামচাবাদ অঞ্চলত সংঘটিত হৈছে এই ঘটনা। এই কাজিয়াৰ পৰিণতিত আহত হোৱা ৬ গৰাকী লোকক চিকিৎসালয়ত ভৰ্তি কৰিবলগীয়া অৱস্থাৰো সৃষ্টি হয়।

Apply Now

অৱশ্যে আটাইকেইজনেই সম্প্ৰতি সংকটমুক্ত বুলি জানিবলৈ দিছে আৰক্ষীয়ে। লগতে এই সন্দৰ্ভত এটা গোচৰ ৰুজু কৰা হৈছে বুলি চামচাবাদ আৰক্ষীৰ এগৰাকী বিষয়াই জানিবলৈ দিছে।

আৰক্ষী বিষয়াগৰাকীয়ে উল্লেখ কৰা মতে, দেওবাৰে ব্ৰজভান কুশৱাহা নামৰ এগৰাকী ব্যক্তিৰ বাসগৃহত বিবাহ অনুষ্ঠানটো অনুষ্ঠিত হৈছিল। বিবাহথলীতে এজন ব্যক্তিয়ে ৰসগোল্লাৰ অভাৱ হোৱা বুলি এটা মন্তব্য আগবঢ়াইছিল।

ইয়াৰ ফলতে কাজিয়া আৰম্ভ হয় আৰু ছয়গৰাকী লোক আঘাতপ্ৰাপ্ত হয়। এই ঘটনাই এতিয়া ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে অঞ্চলটোত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰেপৰ কঠোৰ নিষেধাজ্ঞাও বিফল? চাৰি বছৰ ধৰি ব্যৱস্থা গ্ৰহণৰ পাছতো বিষাক্ত হৈয়েই আছে দিল্লীৰ বতাহ, সমীক্ষাত উদ্বেগজনক তথ্য

গ্ৰেপৰ কঠোৰ নিষেধাজ্ঞাও বিফল? চাৰি বছৰ ধৰি ব্যৱস্থা গ্ৰহণৰ পাছতো বিষাক্ত হৈয়েই আছে দিল্লীৰ বতাহ, সমীক্ষাত উদ্বেগজনক তথ্য

October 23, 2026 3:03 pm
অৰুণাচল সীমান্তত পুনৰ সংঘাত ভাৰত আৰু চীনৰ সেনাৰ; ITBP-ৰ সঞ্চালক প্ৰধানৰ চাঞ্চল্যকৰ তথ্য

অৰুণাচল সীমান্তত পুনৰ সংঘাত ভাৰত আৰু চীনৰ সেনাৰ; ITBP-ৰ সঞ্চালক প্ৰধানৰ চাঞ্চল্যকৰ তথ্য

October 23, 2026 1:48 pm
কামত নাহিল ব্ৰুকৰ ডাবল চেঞ্চুৰী! ৪৩০ ৰান খেদি বিশ্ব অভিলেখ শ্ৰীলংকাৰ, ভাঙিলে ভাৰতৰ অভিলেখ

কামত নাহিল ব্ৰুকৰ ডাবল চেঞ্চুৰী! ৪৩০ ৰান খেদি বিশ্ব অভিলেখ শ্ৰীলংকাৰ, ভাঙিলে ভাৰতৰ অভিলেখ

October 23, 2026 12:40 pm
চি ই চি জ্ঞানেশ কুমাৰলৈ দুই নিৰ্বাচন আয়ুক্তৰ পত্ৰ প্ৰেৰণ কৰিছিল কেবিনেট সচিবালয়ে; ফাদিল আৰ টি আইৰ তথ্যত

চি ই চি জ্ঞানেশ কুমাৰলৈ দুই নিৰ্বাচন আয়ুক্তৰ পত্ৰ প্ৰেৰণ কৰিছিল কেবিনেট সচিবালয়ে; ফাদিল আৰ টি আইৰ তথ্যত

October 23, 2026 11:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰেপৰ কঠোৰ নিষেধাজ্ঞাও বিফল? চাৰি বছৰ ধৰি ব্যৱস্থা গ্ৰহণৰ পাছতো বিষাক্ত হৈয়েই আছে দিল্লীৰ বতাহ, সমীক্ষাত উদ্বেগজনক তথ্য

গ্ৰেপৰ কঠোৰ নিষেধাজ্ঞাও বিফল? চাৰি বছৰ ধৰি ব্যৱস্থা গ্ৰহণৰ পাছতো বিষাক্ত হৈয়েই আছে দিল্লীৰ বতাহ, সমীক্ষাত উদ্বেগজনক তথ্য

October 23, 2026 3:03 pm
অৰুণাচল সীমান্তত পুনৰ সংঘাত ভাৰত আৰু চীনৰ সেনাৰ; ITBP-ৰ সঞ্চালক প্ৰধানৰ চাঞ্চল্যকৰ তথ্য

অৰুণাচল সীমান্তত পুনৰ সংঘাত ভাৰত আৰু চীনৰ সেনাৰ; ITBP-ৰ সঞ্চালক প্ৰধানৰ চাঞ্চল্যকৰ তথ্য

October 23, 2026 1:48 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd