• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৰ সংগ্ৰহৰ দ্বাৰা ৰাইজক মাধমাৰ সোধাইছে বিজেপি চৰকাৰে: ৰিপুণ বৰা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 22, 2023 7:17 pm
Assam govt
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত বিজেপি চৰকাৰে সামাজিক অনুষ্ঠানসমূহ, যেনে- বিহু, খেল-ধেমালি, সাংস্কৃতিক শোভাযাত্ৰা, থিয়েটাৰ, বাটৰ নাট, ৰাজনৈতিক সভা-সমিতি আদি অনুষ্ঠিত কৰাৰ বাবে অনুমতি আবেদন মাচুল ধাৰ্য কৰি ৰাইজক মাধমাৰ সোধাইছে।

এই অভিযোগ কৰিছে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই। এক সংবাদ মেলযোগে আজি নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ৰিপুণ বৰাই অসম চৰকাৰক ধিক্কাৰ জনায়। ৰাজ্যৰ শাসকীয় বিজেপি চৰকাৰক এখন মিছলীয়াৰ চৰকাৰ আখ্যা দিয়ে বৰাই৷

Apply Now

ৰিপুণ বৰাই কয়, “কেন্দ্ৰত বিজেপিয়ে ইডি আৰু চিবিআইক কিদৰে অপব্যৱহাৰ কৰিছে সেয়া সকলোৰে জ্ঞাত৷ এইবাৰ অসমত আইন শৃংখলা, শান্তি ৰক্ষা কৰা পুলিচক হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে ব্যৱহাৰ কৰিব কৰ সংগ্ৰহ কৰিবলৈ।”

“এইবাৰ অসমত পুলিচে লাঠি ঘূৰাই ঘূৰাই, ভয় ভাবুকিৰে বিহু কমিটি, ৰাজনৈতিক দলৰ পৰা সংগ্ৰহ কৰিব মাচুল। চৰকাৰ আজি দেউলীয়া, ধাৰত পোত খাই আছে বিজেপি চৰকাৰ৷ আজি চৰকাৰৰ ৰাজকোষ উদং।”— বৰাই লগতে কয়।

ৰাজকোষ টনকিয়াল কৰিবলৈ অসমত বিজেপি চৰকাৰে সামাজিক অনুষ্ঠানসমূহৰ নামত কৰৰ বোজাৰে ৰাইজক টেটুচেপা দি গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিব বিচাৰিছে বুলি অভিযোগ কৰে ৰিপুণ বৰাই।

ইফালে অমৃত কলহ যাত্ৰাৰ প্ৰসঙ্গ উত্থাপন কৰি বৰাই কয় যে ধাৰত পোত খাই থকা বিজেপি চৰকাৰে আজি অমৃত কলহ যাত্ৰা কৰিছে। এই প্ৰসঙ্গৰে বৰাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰি এই সকলো কৰৰ নাম “অমৃত কৰ” কৰি দিবলৈ অনুৰোধ জনায়।

মেলে-মিটিঙে মৃখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কোৱা জাতি, মাটি আৰু ভেটি গুচি আজি মামা, মামীৰ মাটি হ’ল বুলি কটাক্ষ কৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি বৰাই। এইখন চৰকাৰৰ “ঘৰত ঢকুৱাৰ বেৰ আৰু বাহিৰত বৰ চুৰিয়াৰ ফেৰ” সদৃশ অৱস্থা বুলিও বৰাই তীৰ্যক বাক্যবাণ নিক্ষেপ কৰে।

“হিমন্ত বিশ্ব শৰ্মাই ছত্তীশগড়ত নিৰ্বাচনী প্ৰচাৰত ৰন্ধন গেছৰ মূল্য ৫০০ কৰিব বুলি প্ৰতিশ্ৰুতি দিছে কিন্তু অসমত ৰন্ধন গেছৰ মূল্য ৯৫০ টকা, ইয়াতকৈ ডাঙৰ মিথ্যাচাৰ আৰু কিবা আছেনে?”— মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰি এই প্ৰশ্ন ৰিপুণ বৰাৰ।

তেওঁ লগতে ৰাজ্যবাসীক দল, জাতি, ধৰ্ম বৰ্ণ নিৰ্বিশেষে একেলগে চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত থিয় দিবলৈ আহ্বান জনায়। ইফালে ইণ্ডিয়া এলায়েঞ্চ গঠন হোৱাৰ পাছত অসমৰ ৰাইজৰ সাহস বাঢ়িছে আৰু ২০২৪ ত এই মিথ্যাচাৰ আৰু অগণতান্ত্ৰিক চৰকাৰক জনতাই উচিত প্ৰত্যুত্তৰ দিব বুলিও আশা প্ৰকাশ কৰে বৰাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

২০ অভাৰত ৪১৭ ৰান, ৪৭টা ছয়! ক্ৰিকেটক ভিডিঅ’ গেমত পৰিণত কৰিলে ইংলেণ্ডৰ ক্লাবে

July 10, 2026 10:36 am
‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

‘আমি ৬ জনো হাজিৰ কৰাব পাৰো, সংবাদ মাধ্যমৰ সন্মুখত আহক’; গাডকাৰীৰ প্ৰত্যাহ্বান গ্ৰহণ E20 প্ৰতিবাদকাৰীৰ

July 10, 2026 9:31 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

গুৱাহাটী উপগ্ৰহ চহৰ কৰ্তৃপক্ষ গঠনৰ বাবে বিধেয়ক দাখিল কৰিলে অসম চৰকাৰে; কি আছে ইয়াত?

July 10, 2026 1:35 pm
গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

গুৰুগ্ৰামত এনকাউণ্টাৰত নিহত চাৰিজন গেংষ্টাৰ গোটৰ সদস্য; আহত তিনিজন আৰক্ষীও

July 10, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd