• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

শিক্ষকক অপমান কৰা, প্ৰাপ্যৰ পৰা বঞ্চিত কৰা আদি কৰ্মতে মছগুলহৈ থাকে বিজেপিৰ চৰকাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 24, 2023 3:25 pm
464
VIEWS
Share on FacebookShare on Twitter

শিক্ষাগুৰু সকলক যেন অপমান কৰা, প্ৰাপ্যৰ পৰা বঞ্চিত কৰা আদি কৰ্মতে মছগুলহৈ থাকে বিজেপিৰ চৰকাৰ৷ এই মত প্ৰদান কৰিছে আম আদমি পাৰ্টী অসমৰ সভাপতি ডা° ভবেন চৌধুৰীয়ে৷ অসম চৰকাৰৰ মন্ত্ৰী এম এল এ সকলে সুবিধা পালেই শিক্ষাগুৰু সকলক অসন্মান কৰে৷ বিকশিত অসমৰ সেনানী বুলি অভিহিত কৰি তেতিয়াৰ শিক্ষামন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই টেট পৰীক্ষাৰ জড়িয়তে উত্তীৰ্ণ হোৱা শিক্ষকক প্ৰতিশ্ৰুতি দিছিল যে বিজেপিৰ চৰকাৰ আহিলে প্ৰথমতেই তেওঁলোকৰ চাকৰি নিয়মীয়াকৰণ কৰিব৷ আজি বছৰ বছৰৰ পিছতো এই প্ৰতিশ্ৰুতি পালন নকৰিলে ড° হিমন্ত বিশ্ব শৰ্মাই৷ 

শিক্ষাৰ অধিকাৰ আইন ২০০৯ আৰু অসম শিক্ষাৰ অধিকাৰ আইনৰ অধিসূচনা ২০১১ অনুসৰি নিয়মীয়াকৈ এই সকল শিক্ষকক নিযুক্তি দিয়াৰ পৰিবৰ্ত্তে সৰ্বশিক্ষাৰ অধীনত ঠিকাভিত্তিক শিক্ষক হিচাপেহে নিযুক্তি দিয়া হৈছিল। যদিও বৰ্তমান পে’ স্কেলৰ মতেই বেতন লাভ কৰি আহিছে যদিও নিয়মীয়াকৰণৰ কোনো সুবিধা লাভ কৰা নাই টেট উত্তীৰ্ণ ঠিকাভিত্তিক শিক্ষক সকলে৷ 

প্ৰেছ বিজ্ঞপ্তিৰ জড়িয়তে ডা° ভবেন চৌধুৰীয়ে কয় যে শিক্ষাগুৰু সকলক দ্বায়িত্বৰ বাহিৰৰ কামত নিয়োজিত কৰি শিশু সকলৰ ভবিষ্যতলৈ অন্ধকাৰ নমাই আনিছে বিজেপিৰ চৰকাৰে৷ নতুন পেঞ্চন নীতিৰ অধীনত শিক্ষক সকলৰো ভবিষ্যত শংকাময় কৰি তুলিছে এই চৰকাৰে৷ আম আদমি পাৰ্টী অসমে টে’ট উত্তীর্ণ ঠিকাভিত্তিক শিক্ষকসকলৰ চাকৰি নিয়মীয়াকৰণৰ দাবী জনোৱাৰ লগতে পুৰণি পেঞ্চন নীতি পুনঃ প্ৰবৰ্তনৰ দাবীত অটল থাকে৷

Recent News

প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে খালী কৰিলে চৰকাৰী বাসগৃহ

প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে খালী কৰিলে চৰকাৰী বাসগৃহ

গুৱাহাটীত ভগৱান ভেংকটেশ্বৰ মন্দিৰৰ বাবে ভূমি অনুমোদন হিমন্ত বিশ্ব শৰ্মাৰ

গুৱাহাটীত ভগৱান ভেংকটেশ্বৰ মন্দিৰৰ বাবে ভূমি অনুমোদন হিমন্ত বিশ্ব শৰ্মাৰ

প্ৰজ্জ্বল ৰেভান্নাক ধৰ্ষণৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ড, ১১ লাখ টকাৰ জৰিমনা

প্ৰজ্জ্বল ৰেভান্নাক ধৰ্ষণৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ড, ১১ লাখ টকাৰ জৰিমনা

ব্ৰিটেইনৰ সংসদীয় প্ৰতিবেদন প্ৰত্যাখ্যান কৰিলে ভাৰতে! আন্তঃৰাষ্ট্ৰীয় দমনৰ অভিযোগ অস্বীকাৰ

ব্ৰিটেইনৰ সংসদীয় প্ৰতিবেদন প্ৰত্যাখ্যান কৰিলে ভাৰতে! আন্তঃৰাষ্ট্ৰীয় দমনৰ অভিযোগ অস্বীকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd