• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, August 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অসম মহিলা বিশ্ববিদ্যালয়ত  NPTEL ৰ কৰ্মশালা সম্পন্ন 

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 24, 2023 9:38 pm
1.3k
VIEWS
Share on FacebookShare on Twitter

শুকুৰবাৰে অসম মহিলা বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত এন.পি.টি.ই.এল ৰ সজাগতা সম্পৰ্কীয় এখন কৰ্মশালা অনুষ্ঠিত হৈ যায়। 

বিশ্ববিদ্যালয়ৰ মুখ্য শৈক্ষিক বিষয়া বিশ্বজ্যোতি শৰ্মাই আঁত ধৰা কৰ্মশালাখনিৰ আদৰণি ভাষণ আগবঢ়াই পঞ্জীয়ক তপন কুমাৰ গোহাঁইয়ে। 

আৰম্ভণি অনুষ্ঠানটিত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° অজন্তা বৰগোঁহাই ৰাজকোঁৱৰে অংশগ্ৰহণকাৰী সকলক সম্বোধি কয় যে শিক্ষক আৰু শিক্ষাৰ্থীৰ মাজত সজাগতা সৃষ্টি কৰাৰ ক্ষেত্ৰত NPTEL ৰ স্বয়ম এক গুৰুত্বপূৰ্ণ মাধ্যম,য’ত প্ৰযুক্তিৰ জৰিয়তে শিক্ষণ মঞ্চখন গঠন কৰা হৈছে। এই মঞ্চৰ দ্বাৰা শিক্ষক আৰু শিক্ষাৰ্থী উভয়ৰে আত্ম উদগতি সম্ভৱ হৈছে। 

কৰ্মশালাত সমল ব্যক্তি হিচাপে উপস্থিত থকা এন পি টি ই এলৰ  ৰাষ্ট্ৰীয় সমন্বয়ক শিৱ কুমাৰ দাসে শিক্ষণ শিকন প্ৰক্ৰিয়াটো প্ৰভাৱশালী আৰু সময়োপযোগী হৈ উঠাৰ কাৰণ আৰু ইয়াৰ সা সুবিধা সম্পৰ্কে বিস্তাৰিতভাৱে পৰ্যালোচনা কৰি কৰ্মশালাখনিৰ বিষয়বস্তু আগবঢ়ায়। 

যোৰহাট, গোলাঘাট আৰু শিৱসাগৰ জিলাৰ অন্তৰ্গত মহাবিদ্যালয় – বিশ্ববিদ্যালয়ৰ পৰা অহা ৮৬ শিক্ষকে অংশগ্ৰহণ কৰা  কৰ্মশালাখনত গৱেষক আৰু শিক্ষাৰ্থীসকলেও অংশগ্ৰহণ কৰে।

Recent News

প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে খালী কৰিলে চৰকাৰী বাসগৃহ

প্ৰাক্তন মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ে খালী কৰিলে চৰকাৰী বাসগৃহ

গুৱাহাটীত ভগৱান ভেংকটেশ্বৰ মন্দিৰৰ বাবে ভূমি অনুমোদন হিমন্ত বিশ্ব শৰ্মাৰ

গুৱাহাটীত ভগৱান ভেংকটেশ্বৰ মন্দিৰৰ বাবে ভূমি অনুমোদন হিমন্ত বিশ্ব শৰ্মাৰ

প্ৰজ্জ্বল ৰেভান্নাক ধৰ্ষণৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ড, ১১ লাখ টকাৰ জৰিমনা

প্ৰজ্জ্বল ৰেভান্নাক ধৰ্ষণৰ অপৰাধত যাৱজ্জীৱন কাৰাদণ্ড, ১১ লাখ টকাৰ জৰিমনা

ব্ৰিটেইনৰ সংসদীয় প্ৰতিবেদন প্ৰত্যাখ্যান কৰিলে ভাৰতে! আন্তঃৰাষ্ট্ৰীয় দমনৰ অভিযোগ অস্বীকাৰ

ব্ৰিটেইনৰ সংসদীয় প্ৰতিবেদন প্ৰত্যাখ্যান কৰিলে ভাৰতে! আন্তঃৰাষ্ট্ৰীয় দমনৰ অভিযোগ অস্বীকাৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd