• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পত্নীয়ে ধৰিছিল ডুবাইত জন্মদিন উদযাপনৰ জেদ: মান্তি নোহোৱাৰ বাবেই পতিক ঘুচিয়াই হত্যা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 25, 2023 6:09 pm
Woman punches husband to death
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰিছে মহাৰাষ্ট্ৰ। দখল কৰিছে সংবাদ শিৰোনাম। এক সৰু বিবাদৰ পৰিণতিতে নিজ পতিক ঘুচিয়াই হত্যা কৰিছে এগৰাকী মহিলাই। মহাৰাষ্ট্ৰৰ পুনেত সংঘটিত হৈছে এই ঘটনা।

প্ৰকাশিত খবৰ অনুসৰি, মহিলাগৰাকীয়ে নিজৰ জন্মদিন ডুবাইত উদযাপন কৰিবলৈ মানস কৰি পতিৰ আগত এই কথা ব্যক্ত কৰিছিল। কিন্তু এই কথাত সন্মত নোহোৱাৰ বাবেই পতিৰ মুখত ঘুচিয়াই হত্যা কৰে।

Apply Now

মৃত ব্যক্তিগৰাকীক নিখিল খান্না চিনাক্ত কৰা হৈছে। পেছাত তেওঁ আছিল এজন ৰিয়েল এষ্টেট ডেভেলপাৰ। আছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।খান্নাৰ ৩৬ বছৰীয়া পত্নী ৰেনুকাৰ জন্মদিন আছিল ১৮ ছেপ্টেম্বৰত।

ৰেনুকাই তেওঁৰ জন্মদিন ডুবাইত উদযাপন কৰিব বিচাৰিছিল। কিন্তু স্বামীয়ে পূৰণ কৰা নাছিল তেওঁৰ দাবী। আনহাতে যোৱা ৫ নৱেম্বৰত দম্পতীহালৰ বিবাহ বাৰ্ষিকীয়ো আছিল।

বিবাহ বাৰ্ষিকীত ৰেণুকাই স্বামীৰ পৰা কিছু ভাল উপহাৰ আশা কৰিছিল। লগতে কোনো আত্মীয়ৰ জন্মদিনত দিল্লীলৈ যোৱাৰো প্ৰস্তাৱ দি স্বামীৰ পৰা সন্মতি লাভ কৰা নাছিল ৰেণুকাই।

এই বিষয়বোৰক লৈ শুকুৰবাৰে দম্পতীহালৰ মাজত তীব্ৰ কাজিয়া হয় আৰু ক্ষোভতে মহিলাগৰাকীয়ে স্বামীৰ নাকত আঘাত কৰে। ফলত নিখিল খান্নাৰ নাকৰ পৰাব হু তেজ ওলায় আৰু তেওঁ অচেতন হৈ পৰে।

ইফালে তেওঁলোকৰ ওচৰ-চুবুৰীয়াই এই কথা আৰক্ষীক অৱগত কৰাত ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ এটা দল আৰু নিখিল খান্নাক স্থানীয় এখন চিকিৎসালয়লৈ লৈ যায়। কিন্তু চিকিৎসকে খান্নাক মৃত ঘোষণা কৰে।

এই ঘটনাৰ পিছতে খান্নাৰ পত্নী ৰেনুকাক আৰক্ষীৰ জিম্মাত লোৱা হয় ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩০২ ৰ অধীনত তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়। গোচৰৰ তদন্ত চলি আছে বুলি প্ৰকাশ কৰে এগৰাকী আৰক্ষী বিষয়াই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চি ই চি জ্ঞানেশ কুমাৰলৈ দুই নিৰ্বাচন আয়ুক্তৰ পত্ৰ প্ৰেৰণ কৰিছিল কেবিনেট সচিবালয়ে; ফাদিল আৰ টি আইৰ তথ্যত

চি ই চি জ্ঞানেশ কুমাৰলৈ দুই নিৰ্বাচন আয়ুক্তৰ পত্ৰ প্ৰেৰণ কৰিছিল কেবিনেট সচিবালয়ে; ফাদিল আৰ টি আইৰ তথ্যত

October 23, 2026 11:39 am
বিশ্ব ক্ষুধা সূচকত ভাৰতৰ স্থান বাংলাদেশ, নেপাল, শ্ৰীলংকাতকৈও তলত! শিশুৰ পুষ্টিহীনতাক লৈ বাঢ়িছে উদ্বেগ

বিশ্ব ক্ষুধা সূচকত ভাৰতৰ স্থান বাংলাদেশ, নেপাল, শ্ৰীলংকাতকৈও তলত! শিশুৰ পুষ্টিহীনতাক লৈ বাঢ়িছে উদ্বেগ

October 23, 2026 10:21 am
জ্ঞানেশ কুমাৰক অপসাৰণৰ প্ৰস্তাৱ আহিলে কি কৰিব? জনালে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই

জ্ঞানেশ কুমাৰক অপসাৰণৰ প্ৰস্তাৱ আহিলে কি কৰিব? জনালে লোকসভাৰ অধ্যক্ষ ওম বিৰলাই

October 23, 2026 9:27 am
কেই মিনিটমানৰ ভিতৰতে তিব্বতত দুটাকৈ শক্তিশালী ভূমিকম্প! কমেও ১৬ জনৰ মৃত্যু, ৩২ জন আহত

কেই মিনিটমানৰ ভিতৰতে তিব্বতত দুটাকৈ শক্তিশালী ভূমিকম্প! কমেও ১৬ জনৰ মৃত্যু, ৩২ জন আহত

October 23, 2026 8:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চি ই চি জ্ঞানেশ কুমাৰলৈ দুই নিৰ্বাচন আয়ুক্তৰ পত্ৰ প্ৰেৰণ কৰিছিল কেবিনেট সচিবালয়ে; ফাদিল আৰ টি আইৰ তথ্যত

চি ই চি জ্ঞানেশ কুমাৰলৈ দুই নিৰ্বাচন আয়ুক্তৰ পত্ৰ প্ৰেৰণ কৰিছিল কেবিনেট সচিবালয়ে; ফাদিল আৰ টি আইৰ তথ্যত

October 23, 2026 11:39 am
বিশ্ব ক্ষুধা সূচকত ভাৰতৰ স্থান বাংলাদেশ, নেপাল, শ্ৰীলংকাতকৈও তলত! শিশুৰ পুষ্টিহীনতাক লৈ বাঢ়িছে উদ্বেগ

বিশ্ব ক্ষুধা সূচকত ভাৰতৰ স্থান বাংলাদেশ, নেপাল, শ্ৰীলংকাতকৈও তলত! শিশুৰ পুষ্টিহীনতাক লৈ বাঢ়িছে উদ্বেগ

October 23, 2026 10:21 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd