• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, August 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

IIT, IIM-ত অধ্যয়ন, গঢ়ি তোলে কেইবাশ কোটি টকাৰ কোম্পানী! কিন্তু এইবাৰ ২০ বছৰ খাব লাগিব জেলৰ ভাত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 28, 2023 11:31 am
বিনিয়োগকাৰীক প্ৰতাৰণা কৰাৰ অপৰাধত কাৰাদণ্ডৰ সন্মুখীন হোৱা আৰ সুব্ৰমণিয়ান। ফটোঃ সংগ্ৰহীত।

বিনিয়োগকাৰীক প্ৰতাৰণা কৰাৰ অপৰাধত কাৰাদণ্ডৰ সন্মুখীন হোৱা আৰ সুব্ৰমণিয়ান। ফটোঃ সংগ্ৰহীত।

13.6k
VIEWS
Share on FacebookShare on Twitter

এজন আই আই টি, আই আই এমৰ প্ৰাক্তন শিক্ষাৰ্থীৰ কাহিনী। তেওঁ গঢ়ি তুলিছিল খুচুৰা ব্যৱসায় ৰিটেইল চেইন সুভিক্ষা (Subhiksha)। কিন্তু আটাইতকৈ লক্ষণীয় আৰু আশ্চৰ্যজনক কথাটো হ’ল যে বিনিয়োগকাৰীক প্ৰতাৰণা কৰাৰ অপৰাধত তেওঁক ২০ বছৰৰ কাৰাদণ্ড প্ৰদান কৰা হৈছে।

যোৱা ২০ নৱেম্বৰত আদালতৰ ৰায় অনুসৰি আই আই টি মাদ্ৰাজৰ প্ৰখ্যাত অভিযন্তা আৰ সুব্ৰমণিয়ানক চেন্নাইৰ এখন বিশেষ আদালতে শতাধিক বিনিয়োগকাৰীক প্ৰতাৰণা কৰি বিভিন্ন শ্বেল ফাৰ্মত তেওঁলোকৰ সম্পদ ব্যৱহাৰ কৰাৰ অপৰাধত দোষী সাব্যস্ত কৰে।

লগতে পঢ়কঃ আজি গুৱাহাটীতেই শৃংখলা জয়ৰ লক্ষ্য ভাৰতৰ; কেনে হ’ব অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তৃতীয় টী-২০ৰ উইকেট?

উল্লেখ্য যে তামিলনাডু জমাকাৰীৰ স্বাৰ্থ সুৰক্ষা আইন (বিত্তীয় প্ৰতিষ্ঠানত) আইন (TNPID এক্ট)ৰ অধীনত আদালতে সুব্ৰমণিয়ান আৰু তেওঁৰ সহযোগীসকলক দোষী সাব্যস্ত কৰে। ৰায়দানত কোৱা হৈছে যে সুব্ৰমণিয়ানে আৰু অন্যান্যই চাৰিটা প্ৰগ্ৰামৰ জৰিয়তে জমা ধন সংগ্ৰহ কৰিছিল। সেইবোৰ হ’ল প্ৰাইম ইনভেষ্ট, এচেট বেকড ছিকিউৰিটি বণ্ড, লিকুইড প্লাছ আৰু ছেফটি প্লাছ। যিবোৰ A1 মেছাৰ্ছ বিশ্বপ্ৰিয়া ইণ্ডিয়া লিমিটেডৰ দ্বাৰা স্পনছৰ কৰা হৈছিল।

ইপিনে, তেওঁলোকে বিনিয়োগকাৰীক ছলনা কৰি ধন মেচ্যুউৰিটি হোৱাৰ পিছত পুনৰ নতুন আঁচনিত বিনিয়োগ কৰি হ্ৰস্বম্যাদীভাৱে বৃহৎ লাভৰ প্ৰস্তাৱ দিয়ে। মন কৰিবলগীয়া যে বিশ্বপ্ৰিয়া আছিল সুব্ৰমণিয়ানৰ ব্যৱসায়ৰ প্ৰথম উদ্যোগ। যিটো ১৯৯১ চনৰ মে’ মাহত বিত্তীয় সেৱা কোম্পানী হিচাপে স্থাপন কৰা হৈছিল। লগতে ১৯৯৭ চনত তেওঁ সুভিক্ষা মুকলি কৰে।

বিশ্বপ্ৰিয়াৰ বিভিন্ন আঁচনিৰ প্ৰতি বহু বিনিয়োগকাৰী আকৰ্ষিত হৈছিল আৰু এতিয়ালৈকে বিনিয়োগকাৰীৰ ভিতৰত ৫৮৭ গৰাকীয়ে ধন ঘূৰাই পোৱা নাই। তদুপৰি, সুব্ৰমণিয়ানে স্বীকাৰ কৰে যে তেওঁ যোৱা দহ বছৰ ধৰি কোনো ধৰণৰ ধন জমা কৰা নাছিল আৰু সকলো আঁচনিতে জমাকাৰীৰ ওপৰত ১৩৭ কোটি টকাৰ ডিফল্ট কৰিছিল।

লগতে পঢ়কঃউদ্বেগজনক! চতুৰ্থ শ্ৰেণীৰ ছাত্ৰক ১০৮ বাৰ কম্পাছেৰে খুচিলে সহপাঠীয়ে; থানাত অভিযোগ দাখিল পিতৃৰ

এই গোচৰত আদালতে সুব্ৰমণিয়ানক ৮.৯২ কোটি টকা আৰু দোষী সাব্যস্ত হোৱা সংস্থাসমূহক ১৯১.৯৮ কোটি টকাৰ জৰিমনা বিহিছে। এই ধনৰ ভিতৰত ১৮০ কোটি টকা জমাকাৰীক ক্ষতিপূৰণৰ বাবে নিৰ্দ্ধাৰণ কৰা হৈছে। আদালতৰ সিদ্ধান্ত অনুসৰি ক্ষতিপূৰণৰ ধন অনুমোদিত স্থানলৈ হস্তান্তৰ কৰিব লাগিব। য’ৰ পৰাই ক্ষতিগ্ৰস্ত বিনিয়োগকাৰীসকলক তেওঁলোকৰ নথি-পত্ৰ পৰীক্ষা কৰাৰ পিছত ধন প্ৰদান কৰা হ’ব। 

Recent News

ছয় মাহত আমেৰিকাৰ পৰা তেলৰ আমদানি ৫১ শতাংশ বৃদ্ধি! ট্ৰাম্পৰ ঠেহ ভাঙিবলৈ ভাৰতৰ নতুন কৌশল?

ছয় মাহত আমেৰিকাৰ পৰা তেলৰ আমদানি ৫১ শতাংশ বৃদ্ধি! ট্ৰাম্পৰ ঠেহ ভাঙিবলৈ ভাৰতৰ নতুন কৌশল?

১৫ বছৰত ৮ জন পুৰুষক প্ৰথমে বিয়া, তাৰ পিছত শকত অংকৰ ধন দাবী; গ্ৰেপ্তাৰ অভিযুক্ত মহিলা

১৫ বছৰত ৮ জন পুৰুষক প্ৰথমে বিয়া, তাৰ পিছত শকত অংকৰ ধন দাবী; গ্ৰেপ্তাৰ অভিযুক্ত মহিলা

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

আয়াৰলেণ্ডত বৃদ্ধি পাইছে ভাৰতীয় বিদ্বেষ; সতৰ্কতা জাৰি দূতাবাসৰ, কি ঘটিছে তাত?

আয়াৰলেণ্ডত বৃদ্ধি পাইছে ভাৰতীয় বিদ্বেষ; সতৰ্কতা জাৰি দূতাবাসৰ, কি ঘটিছে তাত?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd