• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বন্ধ কৰক পথৰ কাষৰ সকলো আমিষ খাদ্যৰ দোকান! জয়ী হৈয়েই নিৰ্দেশ বিজেপি বিধায়কৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 4, 2023 9:18 pm
BJP MLA ordered to shut down non-veg stalls
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি ঘোষিত নিৰ্বাচনী ফলাফলত ৰাজস্থানত একক সংখ্যাগৰিষ্ঠতাৰে চৰকাৰ গঠনৰ পথ মুকলি কৰে বিজেপিয়ে। ৰাজ্যখনৰ বিধানসভা নিৰ্বাচনত ১৯৯ খন আসনৰ ভিতৰত দলটোৱে ১১৫ খন আসন লাভ কৰি বিজয় সাব্যস্ত কৰে।

ৰাজ্যখনত দলটোৰ এই বিজয়ৰ পাছত জয়পুৰৰ হাৱা মহল আসনৰ পৰা জয়ী হোৱা বিধায়ক বালমুকুন্দ আচাৰ্য তাৎক্ষণিকভাৱে নামি পৰে একপ্ৰকাৰে ‘ধৰ্ম ৰক্ষা’ৰ যুঁজত আৰু সমষ্টিটোৰ ৰাজপথত থকা সকলো আমিষ খাদ্যৰ দোকান বন্ধ কৰিবলৈ নিৰ্দেশ দিয়ে।

Apply Now

ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে নৱনিৰ্বাচিত বিধায়কজনৰ এটা ভিডিঅ’। এই ভিডিঅ’টোত বিজেপি বিধায়কগৰাকীয়ে এজন বিষয়াক ফোন কৰি সন্ধিয়াৰ ভিতৰত ৰাস্তাৰ কাষৰ সকলো আমিষ খাদ্যৰ দোকান বন্ধ কৰিবলৈ নিৰ্দেশ দিয়া দেখা গৈছে।

“ৰাস্তাত মুকলিকৈ আমিষ খাদ্য বিক্ৰী কৰিব পাৰিনে? হয় নে নহয় উত্তৰ দিয়ক। ৰাস্তাৰ কাষৰ সকলো আমিষ দোকান তৎক্ষণাত বন্ধ কৰি দিব লাগে। সন্ধিয়া আপোনাৰ পৰা এই বিষয়ে প্ৰতিবেদন ল’ম।”- বিষয়াগৰাকীক এইদৰে কয় বিজেপি বিধায়কগৰাকীয়ে।

ইফালে ভাইৰেল ভিডিঅ’টোক লৈ AIMIMৰ মুৰব্বী আছাদুদ্দিন ওৱাইছিয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু কোনো লোকে এনে ধৰণৰ মন্তব্য কেনেকৈ কৰিব পাৰে বুলি প্ৰশ্ন কৰে। এই নিৰ্দেশক ‘ভুল’ আখ্যা দিয়ে ওৱাইচিয়ে।

ওৱাইচিয়ে লগতে কয় যে কোনো লোকেই এইদৰে আমিষ খাদ্যৰ দোকান বন্ধ কৰিব নোৱাৰে। “কোনোবাই যদি আমিষ খাদ্যৰ দোকান স্থাপন কৰিব বিচাৰে, তেতিয়া এয়া কেনেকৈ কোনো লোকে বন্ধ কৰিব পাৰে” বুলি প্ৰশ্ন তোলে AIMIMৰ মুৰব্বীজনে।

উল্লেখ্য যে, হাৱা মহল বিধানসভাৰ আসনত কংগ্ৰেছৰ আৰ আৰ তিৱাৰীক পৰাস্ত কৰি বিধায়ক হিচাপে নিৰ্বাচিত হৈছে বিজেপিৰ প্ৰাৰ্থী বালমুকুন্দ আচাৰ্য। আচাৰ্যই মাত্ৰ ৬০০ ভোটত জয়লাভ কৰে কংগ্ৰেছ প্ৰাৰ্থীজনৰ বিৰুদ্ধে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

ৰাম মন্দিৰৰ পৰা ভক্তই দান কৰা কোটি কোটি টকা অন্তৰ্ধান! ন্যায়ালয়ৰ হস্তক্ষেপ বিচাৰিলে অখিলেশ যাদৱে

June 7, 2026 8:17 pm
প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

প্ৰধানমন্ত্ৰীয়ে বিচাৰে দেশৰ যুৱপ্ৰজন্মই কেৱল ৰীল বনাব আৰু পকৰি ভাজিব, চিবিএছই পৰীক্ষাক লৈ ৰাহুল গান্ধীৰ মন্তব্য

June 7, 2026 8:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

শিক্ষা ব্যৱস্থা ধ্বংস কৰি বিশ্বকাপ ফুটবলক লৈ ব্যস্ত চৰকাৰ! মেক্সিকোৰ ৰাজপথত নামিল সহস্ৰাধিক শিক্ষক

June 7, 2026 8:37 pm
সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

সাগৰৰ পাৰত ৭০০ ডলফিন আৰু তিমিৰ মৃতদেহ! উৎসৱৰ নামত নিষ্ঠুৰ হত্যা, বিশ্বজুৰি তীব্ৰ নিন্দা

June 7, 2026 8:26 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd