• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিংসাৰ জুই নুমুওৱা নাই! পুনৰ ৰক্তাক্ত মণিপুৰ; গোষ্ঠী সংঘৰ্ষত মৃত্যু ১৩ জনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 5, 2023 7:57 am
ফটো সৌজন্যঃ টুইটাৰ-এক্স

ফটো সৌজন্যঃ টুইটাৰ-এক্স

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পুনৰ ৰক্তাক্ত হৈছে মণিপুৰ। উত্তৰ-পূৰ্বাঞ্চলৰ এই ৰাজ্যখন আকৌ এবাৰ সতেজ হিংসাত্মক ঘটনাত জ্বলি উঠিছে। উগ্ৰপন্থী সংগঠন দুটাৰ মাজত হোৱা তীব্ৰ গুলীয়াগুলীৰ সংঘৰ্ষত ১৩ জন লোক নিহত হয়। মৃত লোককেইজনৰ পৰিচয় এতিয়াও জানিব পৰা হোৱা নাই। আৰক্ষীয়ে সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে।

বাতৰি অনুসৰি, সোমবাৰৰ বিয়লিৰ পিনে গুলীৰ সংঘৰ্ষত কঁপি উঠিছইল মণিপুৰৰ টেংনুপাল জিলা। এই সন্দৰ্ভত নিৰাপত্তাৰক্ষীয়ে জনোৱা মতে, টেংনুপালৰ চাইবল অঞ্চলৰ লেইথু গাঁৱত দুটা উগ্ৰপন্থী সংগঠনৰ মাজত সংঘৰ্ষ সংঘটিত হয়। দুয়োপক্ষৰ মাজত তীব্ৰ গুলীয়াগুলি চলেয়।

সংঘৰ্ষৰ তথ্য লাভ কৰাৰ পিছতে নিৰাপত্তাৰক্ষী গৈ উক্ত স্থানত উপস্থিত হয়। তাৰ পৰা উদ্ধাৰ কৰা হৈছে ১৩টা মৃতদেহ। অৱশ্যে মৃতদেহ কেইটাৰ ওচৰত কোনো আগ্নেয়াস্ত্ৰ উদ্ধাৰ হোৱা নাই। এই পৰ্যন্ত প্ৰশাসনে মৃতকৰ পৰিচয় সন্দৰ্ভত একো সদৰী কৰা নাই।

Apply Now

লগতে পঢ়কঃ লালডুহোমা: এসময়ত ইন্দিৰা গান্ধীৰ নিৰাপত্তাৰ দায়িত্বৰ পৰা এতিয়া মিজোৰামৰ সম্ভাৱ্য মুখ্যমন্ত্ৰীলৈ

মৃত লোকসকলৰ কোনো এজনো লেইথু গাঁৱৰ নহয় বুলি অনুমান কৰা হৈছে। আন ঠাইলৈ আহি সুকীয়া দল এটাৰ লগত সংঘৰ্ষত লিপ্ত হৈ পৰিছিল। সমগ্ৰ ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

উল্লেখ্য যে যোৱা ৮ মাহ ধৰি মণিপুৰ মেইটেই-কুকি গোষ্ঠীৰ সংঘাতত জ্বলি আছে। ৩ মে’ত উত্তৰ-পূবৰ এই ৰাজ্যখনত মেইটেই-কুকি জনগোষ্ঠীয় সংঘাতৰ সূচনা হয়। তাৰ পৰা আজিও জ্বলি আছে ঘৃণাৰ জুই।

পৰিসংখ্যা অনুসৰি মণিপুৰত এতিয়ালৈকে কমেও ২০০ জন লোকে প্ৰাণ হেৰুৱাইছে। পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সেনা মোতায়েন কৰিলেও অশান্তি অব্যাহত আছে। কিছুদিন পূৰ্বে ইম্ফলত মুখ্যমন্ত্ৰী এন বীৰেণ সিঙৰ বাংলোৰ সমীপৰ থানাত দুৰ্বৃত্তই আক্ৰমণ কৰি অস্ত্ৰ লুট কৰাৰ চেষ্টা চলাইছিল। আৰক্ষীয়ে তেওঁলোকক বাধা দিবলৈ গুলীচালনা কৰিবলৈ বাধ্য হৈছিল।

লগতে পঢ়কঃজোৰামথাংগাৰ ছন্দপতন: অভিনৱ উত্থানেৰে মিজোৰামত জয় জোৰাম পিপলছ মুভমেণ্টৰ

কুকি-মেইটেই গোষ্ঠীৰ সংঘৰ্ষৰ সুযোগ লৈ উগ্ৰপন্থী সংগঠনে হিংসাৰ জুই অধিক বিয়পাইছে। কেন্দ্ৰীয় চোৰাংচোৱা সংস্থাই দেশ ভাঙিবলৈ পৰিকল্পনা কৰা বুলি একাধিক প্ৰতিবেদন দিছে!

এনে পৰিস্থিতিত কেন্দ্রই যোৱা মাহত এই উত্তৰ-পূর্বাঞ্চলৰ ৰাজ্যখনত শান্তি ঘূৰাই অনাৰ বাবে এক বৃহৎ পদক্ষেপ লৈছিল৷ গৃহ পৰিক্ৰমা মন্ত্ৰালয়ে ৰাজ্যখনৰ ৯টা মেইটেই উগ্ৰপন্থী সংগঠনৰ ওপৰত ৫ বছৰৰ বাবে নিষেধাজ্ঞা আৰোপ কৰাৰ কথা ঘোষণা কৰিছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

September 16, 2026 9:39 am
জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

September 16, 2026 8:35 am
সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

সামাজিক মাধ্যমত শিশুৰ নিৰাপত্তা: কেন্দ্ৰৰ কঠোৰ স্থিতিৰ পাছত মেটাৰ সিদ্ধান্তই আনিবনে যোগাত্মক পৰিৱৰ্তন?

September 16, 2026 7:22 am
ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

ইউপিআই ব্যৱহাৰত লাগিব মাচুল! ট্ৰাম্পক সন্তুষ্ট কৰিবলৈ আমেৰিকাৰ চাপত নতিস্বীকাৰ মোদীৰ ; অভিযোগ ৰাহুলৰ

September 15, 2026 9:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

চীন আৰু পাকিস্তানলৈ কঠোৰ বাৰ্তা! থৰ মৰুভূমি আৰু হিমালয়ত একেলগে আৰম্ভ হ’ল ভাৰত-আমেৰিকাৰ যুটীয়া সামৰিক অনুশীলন ‘যুদ্ধ অভ্যাস ২০২৬’

September 16, 2026 9:39 am
জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

জছ বাটলাৰৰ যোগ্য উত্তৰাধিকাৰী! অধিনায়কৰ দায়িত্বলৈয়ে টি-২০ত বিশ্ব অভিলেখ গঢ়িলে হেৰী ব্ৰুকে

September 16, 2026 8:35 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd