• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

আগ্নেয়গিৰি : ইণ্ডোনেচিয়াৰ মাউন্ট মাৰাপিত নিহত ১৩ জন পৰ্বতাৰোহী, সন্ধানহীন ১০ গৰাকী

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 5, 2023 5:22 pm
4.4k
VIEWS
Share on FacebookShare on Twitter

ইণ্ডোনেছিয়াৰ জাভা প্ৰদেশৰ মাউণ্ট মাৰাপিত সংঘটিত হৈছে ভয়ংকৰ আগ্নেয়গিৰি বিস্ফোৰণ।  শেহতীয়া খবৰ অনুসৰি এই বিস্ফোৰণত ১৩ জন পৰ্বতাৰোহীৰ মৃত্যু হৈছে। 

সোমবাৰে পুৱাৰে পৰা আৰু ১০ জন পৰ্বতাৰোহী সন্ধানহীন হৈ আছে। সন্ধানহীন পৰ্বতাৰোহীসকল লাভা প্ৰবাহত মৃত্যু হোৱাৰ আশংকা কৰা হৈছে। 

সোমবাৰে বিস্ফোৰণৰ পিছত উদ্ধাৰকাৰী দলে মাউণ্ট মাৰাপিৰ গহ্বৰৰ সমীপৰ অঞ্চলৰ পৰা তিনিজন লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰে। লগতে উদ্ধাৰ কৰা হয় একাংশ পৰ্বতাৰোহীৰ মৃতদেহ। আনহাতে, চৰকাৰী বিবৃতি অনুসৰি বিপদৰ কথা উপলব্ধি কৰি কমেও ৪৯ জন লোকে নিৰাপদে পৰ্বতাৰোহন কৰি উভটি আহিবলৈ সক্ষম হয়।

উল্লেখ্য যে সুমাত্ৰা দ্বীপৰ মাৰাপি পৰ্বতৰ উচ্চতা ২৮৯১ মিটাৰ। 

দেওবাৰে এই বিস্ফোৰণ সংঘটিত হোৱাৰ সময়ত প্ৰায় ৩ হাজাৰ মিটাৰ ওপৰলৈ জুইৰ ফিৰিঙতি বিয়পি পৰিছিল।

পাডাং চাৰ্চ এণ্ড ৰেচকিউ এজেন্সীৰ মুৰব্বী আব্দুল মালিকে বিস্ফোৰণৰ পিছত কয় – ” এই আগ্নেয়গিৰিত ক্ষতিগ্ৰস্ত  হোৱা ২৬ জন লোকৰ ভিতৰত ১৪ জন লোকৰ সন্ধান পোৱা গৈছে, তিনিজনক জীৱিত অৱস্থাত পোৱা গৈছে আৰু ১১ জন মৃত অৱস্থাত উদ্ধাৰ হৈছে।”

প্ৰসংগক্ৰমে যোৱা বছৰৰ ডিচেম্বৰৰ পৰা জাভা প্ৰদেশৰ কেইবাটাও আগ্নেয়গিৰি নতুনকৈ জাগ্ৰত হৈছে। দেশ ইণ্ডোনেছিয়াত প্ৰায় ১৩০টা আগ্নেয়গিৰি আছে।

Recent News

ভুৱা নথি-পত্ৰৰে স্কুলৰ চাকৰি, ১৮ বছৰত কোটি টকা উপাৰ্জন! অৱশেষত ফাদিল যমজ ভগ্নীৰ ৰহস্য

ভুৱা নথি-পত্ৰৰে স্কুলৰ চাকৰি, ১৮ বছৰত কোটি টকা উপাৰ্জন! অৱশেষত ফাদিল যমজ ভগ্নীৰ ৰহস্য

ধ্বংসৰ মুখত কৰাচী বন্দৰ; পাকিস্তানৰ ওপৰত জল, স্থল আৰু আকাশ তিনি পথেৰে আক্ৰমণ ভাৰতৰ

ধ্বংসৰ মুখত কৰাচী বন্দৰ; পাকিস্তানৰ ওপৰত জল, স্থল আৰু আকাশ তিনি পথেৰে আক্ৰমণ ভাৰতৰ

হামাছৰ দৰে আক্ৰমণ কৰিছে পাকিস্তানে! ভাৰতে ধ্বংস কৰিলে তিনিখন যুদ্ধ বিমান

হামাছৰ দৰে আক্ৰমণ কৰিছে পাকিস্তানে! ভাৰতে ধ্বংস কৰিলে তিনিখন যুদ্ধ বিমান

অত্যধিক চুলি সৰে? শৰীৰত এই তিনিটা গুৰুত্বপূৰ্ণ উপাদানৰ অভাৱৰ লক্ষণ হ’ব পাৰে, জানি লওক

অত্যধিক চুলি সৰে? শৰীৰত এই তিনিটা গুৰুত্বপূৰ্ণ উপাদানৰ অভাৱৰ লক্ষণ হ’ব পাৰে, জানি লওক

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd