• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰেমৰ টান! কলকাতাৰ প্ৰেমিকৰ সৈতে বিয়াত বহিবলৈ সীমান্ত পাৰ হৈ ভাৰতত পাকিস্তানী প্ৰেমিকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 5, 2023 6:20 pm
Pakistan Woman Arrives In India
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰেমৰ সম্পৰ্কক সম্পূৰ্ণতা প্ৰদান কৰি বিবাহপাশত বান্ধ খোৱাৰ উদ্দেশ্যে সীমান্ত পাৰ হৈ ভাৰতৰ মাটিত উপস্থিত হৈছে এগৰাকী পাকিস্তানী যুৱতী। ৱাগাহ-আট্টাৰী আন্তঃৰাষ্ট্ৰীয় সীমান্তৰে পাৰ হৈ ভাৰতত উপস্থিত হৈছে যুৱতীগৰাকী।

অহা বৰ্ষৰ জানুৱাৰী মাহত কলকাতাৰ বাসিন্দা প্ৰেমিকৰ সৈতে বিয়াত বহিব যুৱতীগৰাকী। যুৱতীগৰাকীৰ নাম জাভেৰিয়া খানুম, ঘৰ পাকিস্তানৰ কৰাচীত।

Apply Now

খানুমে অমৃতসৰ জিলাৰ আট্টাৰী সীমান্তৰে ভাৰতত উপস্থিত হয়। হ’বলগীয়া স্বামী সমীৰ খান আৰু তেওঁৰ পৰিয়ালৰ কিছু সদস্যই ঢোল আদি বাদ্যৰ তালেৰে আদৰণি জনায় যুৱতীগৰাকীক।

উল্লেখ্য যে, ইতিপূৰ্বে দুবাৰকৈ ভিছা প্ৰত্যাখ্যান হৈছিল খানুমৰ। ইয়াৰ পিছত ক’ভিডৰ বাবে যোৱা প্ৰায় পাঁচ বছৰ ধৰি তেওঁলোকৰ পৰিকল্পনা স্থগিত কৰি ৰাখিছে।

এইবাৰ খানুমে ৪৫ দিনৰ ভিছা লাভ কৰিছে। আট্টাৰীত সাংবাদিকৰ সৈতে চমু বাৰ্তালাপত দম্পতীহালে অহা বছৰৰ জানুৱাৰী মাহত এই বিবাহ অনুষ্ঠান অনুষ্ঠিত হ’ব বুলি জানিবলৈ দিয়ে।

ভাৰতত উপস্থিত হৈ অতি সুখী বুলি ব্যক্ত কৰিছে খানুমে। সীমান্ত পাৰ হোৱাৰ পিছতে লাভ কৰা মৰম-আদৰত অত্যন্ত আনন্দিত হৈ পৰিছে পাকিস্তানী যুৱতীগৰাকী।

দুবাৰকৈ ভিছাৰ বাবে চেষ্টা কৰি ব্যৰ্থ হৈ এইবাৰ ভিছা লাভ কৰি ভাৰত ভ্ৰমণ কৰিবলৈ সক্ষম হোৱাত সুখ প্ৰকাশ কৰি খানুমে কয়, ‘এয়া এটা সুখৰ অন্ত আৰু আন এক সুখৰ আৰম্ভণি।’

দুয়ো প্ৰেমাস্পদৰ মাজত কেনেদৰে প্ৰথমে যোগাযোগ হৈছিল সেই বিষয়ে ব্যক্ত কৰি সমীৰ খান কয় যে মাকৰ ফোনত খানুমৰ ফটো দেখাৰ পিছত তেওঁ খানুমক বিয়া কৰাবলৈ আগ্ৰহ প্ৰকাশ কৰিছিল।

২০১৮ চনৰ মে’ মাহৰ পৰা আৰম্ভ হৈছিল এই সম্পৰ্ক। সেইসময়ত জাৰ্মানীত অধ্যয়ন কৰি থকা সমীৰে ঘৰলৈ আহোঁতে মাকৰ ফোনত খানুমৰ ফটো দেখি আগ্ৰহ প্ৰকাশ কৰিছিল।

অহা বছৰৰ জানুৱাৰী মাহত হ’বলগীয়া দুয়োৰে বিবাহ অনুষ্ঠানত জাৰ্মানীত থকা সময়ত বন্ধুত্ব গঢ়া আফ্ৰিকা, স্পেইন, আমেৰিকা আৰু অন্যান্য দেশৰ বন্ধুবৰ্গ উপস্থিত থকাৰ সম্ভাৱনা আছে বুলি তেওঁ লগতে কয়।

আট্টাৰীত সাংবাদিকৰ সৈতে চমু বাৰ্তালাপৰ পিছতে দুয়ো পৰিয়ালসহ অমৃতসৰৰ পৰা কলকাতালৈ ৰাওনা হয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

September 1, 2026 1:15 pm
এটা ঘৰৰ পৰা উদ্ধাৰ ২৩টা মৃতদেহ! নেপালত ত্ৰাস আঁতৰা নাই, মৃত্যুৰ সংখ্যা প্ৰায় হাজাৰলৈ বৃদ্ধি

এটা ঘৰৰ পৰা উদ্ধাৰ ২৩টা মৃতদেহ! নেপালত ত্ৰাস আঁতৰা নাই, মৃত্যুৰ সংখ্যা প্ৰায় হাজাৰলৈ বৃদ্ধি

September 1, 2026 12:50 pm
বৈজ্ঞানিক পৰামৰ্শ আওকাণ কৰাৰ অভিযোগ: লক্ষ্ণৌ গংগা সমিতিৰ পৰা পদত্যাগ পৰিৱেশ বিজ্ঞানীৰ

বৈজ্ঞানিক পৰামৰ্শ আওকাণ কৰাৰ অভিযোগ: লক্ষ্ণৌ গংগা সমিতিৰ পৰা পদত্যাগ পৰিৱেশ বিজ্ঞানীৰ

September 1, 2026 11:39 am
ৰাছিয়াৰ সেনাবাহিনীত যোগ দিছিল ২২৭ জন ভাৰতীয়ই; ৫১ জনৰ মৃত্যু, দেশলৈ উভতিছে ১৩৯ জন

ৰাছিয়াৰ সেনাবাহিনীত যোগ দিছিল ২২৭ জন ভাৰতীয়ই; ৫১ জনৰ মৃত্যু, দেশলৈ উভতিছে ১৩৯ জন

September 1, 2026 11:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

সেনা বিষয়ক অপমানৰ পাছতো ৰেহাই! মন্ত্ৰী বিজয় শ্বাহৰ বিৰুদ্ধে গোচৰ চলোৱাৰ অনুমতি প্ৰত্যাখ্যান

September 1, 2026 1:15 pm
এটা ঘৰৰ পৰা উদ্ধাৰ ২৩টা মৃতদেহ! নেপালত ত্ৰাস আঁতৰা নাই, মৃত্যুৰ সংখ্যা প্ৰায় হাজাৰলৈ বৃদ্ধি

এটা ঘৰৰ পৰা উদ্ধাৰ ২৩টা মৃতদেহ! নেপালত ত্ৰাস আঁতৰা নাই, মৃত্যুৰ সংখ্যা প্ৰায় হাজাৰলৈ বৃদ্ধি

September 1, 2026 12:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd