• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 31, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ভয়ংকৰ ঘটনা, মহিলাৰ চকুৰ পৰা ওলাই আহিল ৬০টাকৈ জীৱন্ত পেলু! কেনেকৈ আহিল শৰীৰত?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 10, 2023 8:40 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

16.1k
VIEWS
Share on FacebookShare on Twitter

বহুতে ধেমেলীয়াকৈ কয়, মূৰত পোকে কামুৰিছে নেকি! বাস্তৱত অৱশ্যে সেয়া কমেই দেখা যায়। কিন্তু এইবাৰ মূৰততো নহয়, সঁচাসচিকৈ পোক ওলাল চকুত! তাকো কিলবিলাই থকা জীৱন্ত পোক! এক ভয়ংকৰ ঘটনাৰে পুনৰবাৰ শিৰোনাম দখল কৰিলে চীনে। এইবাৰ সেই দেশৰ এগৰাকী মহিলাৰ চকুৰ পৰা পেলু ওলোৱাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।

চকু দুটা বহু দিন ধৰি খজুৱাই আছিল। খজুৱতিটো ইমানেই অস্বস্তিকৰ হৈ পৰে যে মহিলাগৰাকীয়ে আৰু নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে। অৱশেষত তেওঁ ডাক্তৰৰ ওচৰলৈ গৈ যি গম পালে তাতে বহুতেই স্তম্ভিত হৈ পৰিল।

জানিব পৰা মতে, চিকিৎসকে মহিলাগৰাকীৰ চকুৰ পৰা ৬০টা পেলু আঁতৰাই পেলাইছে। মহিলাগৰাকীয়ে জনোৱা মতে, কিছুদিন পূৰ্বে তেওঁৰ চকুত এটা পৰজীৱী পেলু পৰিছিল। তেতিয়াৰ পৰা খজুৱতি আৰম্ভ হয়।

লগতে পঢ়কঃ যদি আপুনি ধাৰাবাহিক বিফলতাৰ সন্মুখীন হৈছে তেন্তে চাণক্যৰ এই নীতি মানক, আহিব সফলতা

তেওঁ চকুত এক অস্বাভাৱিক ধৰণৰ অস্বস্তিও অনুভৱ কৰিবলৈ ধৰিলে। পিছত ডাক্তৰৰ ওচৰলৈ যাওঁতে ডাক্তৰে সন্দেহ কৰিলে যে তেওঁৰ চকুত পৰজীৱী আছে। ইয়াৰ পিছত বিভিন্ন পৰীক্ষা আৰু চিকিৎসা অনুসন্ধানত এই পৰজীৱীয়ে চকুত বাহ বন্ধা বুলি জানিব পৰা গৈছে।

দেখা যায় যে তেওঁৰ বাওঁ চকুত প্ৰায় ৪০ টা আৰু সোঁ চকুত ২০ টা পৰজীৱী আছে। যাৰ কাৰ্য্যকলাপে মহিলাৰ চকুত খজুৱতি বা অস্বস্তিৰ সৃষ্টি কৰে। মহিলাগৰাকীৰ চকুৰ পতা আৰু চকুৰ মণিৰ মাজত পেলুবোৰে বাস কৰিছিল বুলি চিকিৎসকে জানিবলৈ দিয়ে। এক ধৰণৰ গোলাকাৰ পৰজীৱীয়ে বাস কৰিছিল।

উল্লেখ্য যে কৃমি বা পেলুক পৰজীৱী বুলি কোৱা হয়। তেনে ক্ষেত্ৰত চকুত পৰজীৱীয়ে বাহ সজা ঘটনা যথেষ্ট ভয়ংকৰ কথা। এই পৰজীৱীটো ফিলাৰিয়াডিয়া পৰিয়ালৰ অন্তৰ্গত। সাধাৰণতে এইবিধ পৰজীৱী মাখিৰ কামোৰৰ পৰাই মানুহৰ শৰীৰত প্ৰৱেশ কৰে। কিন্তু মহিলাগৰাকীয়ে কয় যে এই পৰজীৱীৰ পলু কুকুৰ বা মেকুৰীৰ পৰা তেওঁৰ চকুলৈ আহিছে।

লগতে পঢ়কঃঅসম-মিজোৰাম সীমান্তত আৱিষ্কাৰ অষ্টম শতিকাৰ হিন্দু-বৌদ্ধ ভাস্কৰ্য

মহিলাগৰাকীয়ে দাবী কৰে যে তেওঁৰ পোহনীয়া জন্তুৰ পৰাই এই পৰজীৱীটো তেওঁৰ শৰীৰলৈ আহিছিল। আৰু হাতখন চকুত দিয়াৰ লগে লগে পৰজীৱীটোৱে তাত বাস কৰিবলৈ আৰম্ভ কৰে।

কিছুমান পৰজীৱীয়ে চকু অন্ধ কৰি দিব পাৰে বুলি কোৱা হয়। এই পৰজীৱীবোৰে দৃষ্টিহীনতাৰ সৃষ্টি কৰিব পাৰে। অৱশ্যে আফ্ৰিকাতহে এনে পৰজীৱী পোৱা যায়। চীনত ইয়াৰ অৱস্থিতি এক অস্বাভাৱিক ঘটনা।

Recent News

ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে আমেৰিকাই! ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্কত অসন্তুষ্ট আমেৰিকা

ভাৰতীয় সামগ্ৰীৰ ওপৰত ২৫ শতাংশ শুল্ক আৰোপ কৰিছে আমেৰিকাই! ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্কত অসন্তুষ্ট আমেৰিকা

অবৈধ কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে অসম-মেঘালয়ৰ ১৫ টা স্থানত ইডিয়ে চলোৱা তালাচী অভিযানৰ ফলাফল কি হ’ল ? কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন সাংসদ গৌৰৱ গগৈৰ

অবৈধ কয়লা চিণ্ডিকেটৰ বিৰুদ্ধে অসম-মেঘালয়ৰ ১৫ টা স্থানত ইডিয়ে চলোৱা তালাচী অভিযানৰ ফলাফল কি হ’ল ? কেন্দ্ৰীয় চৰকাৰক প্ৰশ্ন সাংসদ গৌৰৱ গগৈৰ

শিশুৰ মোবাইল আসক্তি হ্ৰাসৰ ৫টা আকৰ্ষণীয় পদক্ষেপ

শিশুৰ মোবাইল আসক্তি হ্ৰাসৰ ৫টা আকৰ্ষণীয় পদক্ষেপ

অবৈধ বেটিং এপ প্ৰচাৰৰ অভিযোগ! চমন অনুসৰি হায়দৰাবাদৰ ইডি কাৰ্যালয়ত উপস্থিত হ’ল ‎অভিনেতা প্ৰকাশ ৰাজ

অবৈধ বেটিং এপ প্ৰচাৰৰ অভিযোগ! চমন অনুসৰি হায়দৰাবাদৰ ইডি কাৰ্যালয়ত উপস্থিত হ’ল ‎অভিনেতা প্ৰকাশ ৰাজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd