• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home শীর্ষ সংবাদ

আজি মানৱ অধিকাৰ দিৱস : মানৱ অধিকাৰ দিৱসৰ তাৎপৰ্য আৰু প্ৰাসংগিকতা

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 10, 2023 7:50 pm
92
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

১৯৪৮ চনত মানৱ অধিকাৰৰ সাৰ্বজনীন ঘোষণাপত্ৰ (UDHR) গ্ৰহণ কৰাৰ বৰ্ষপূৰ্তি উপলক্ষে প্ৰতি বছৰে ১০ ডিচেম্বৰত মানৱ অধিকাৰ দিৱস পালন কৰা হয়। 

এই উল্লেখযোগ্য দিনটোৱে জাতি, লিংগ, ধৰ্ম বা আন কোনো মৰ্যাদা নিৰ্বিশেষে প্ৰতিজন ব্যক্তিৰ মৌলিক অধিকাৰ আৰু স্বাধীনতাৰ মৰ্ম উপলদ্ধি কৰাত অৰিহণা যোগায়।

Apply Now

মানৱ অধিকাৰৰ ইতিহাসৰ এক মাইলৰ খুঁটিৰ নথি ইউডিএইচআৰ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে গ্ৰহণ কৰে। ইয়াৰ খচৰা প্ৰস্তুত কৰা হৈছিল এনে এখন পৃথিৱী প্ৰতিষ্ঠা কৰাৰ দৃষ্টিভংগীৰে য’ত প্ৰতিজন ব্যক্তিয়ে বৈষম্য, অত্যাচাৰ আৰু হিংসাৰ পৰা মুক্ত হৈ জীয়াই থাকিব পাৰিব। ঘোষণাপত্ৰখনত সকলো ব্যক্তিয়ে লাভ কৰা অন্তৰ্নিহিত অধিকাৰ আৰু স্বাধীনতাৰ ৰূপৰেখা দাঙি ধৰা ৩০টা অনুচ্ছেদ সন্নিবিষ্ট কৰা হৈছে।

মানৱ অধিকাৰৰ মূল নীতি হৈছে মানৱ পৰিয়ালৰ সকলো সদস্যৰ মৰ্যাদা আৰু সম অধিকাৰৰ স্বীকৃতি। জাতি, ৰং, লিংগ, ভাষা, ধৰ্ম, ৰাজনৈতিক বা অন্য মতামত, জাতীয় বা সামাজিক উৎপত্তি, সম্পত্তি, জন্ম বা অন্যান্য মৰ্যাদা যিয়েই নহওক কিয়, প্ৰতিজন ব্যক্তিয়ে বৈষম্যহীনভাৱে মানৱ অধিকাৰৰ সম্পূৰ্ণ অধিকাৰী।

মানৱ অধিকাৰে জীৱনৰ অধিকাৰ, স্বাধীনতা আৰু ব্যক্তিৰ নিৰাপত্তাকে ধৰি স্বাধীনতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। চিন্তা, মত প্ৰকাশ আৰু সমাৱেশৰ স্বাধীনতা এনে এক গুৰুত্বপূৰ্ণ উপাদান যিয়ে ব্যক্তিক সমাজত সম্পূৰ্ণৰূপে অংশগ্ৰহণ কৰিবলৈ শক্তিশালী কৰে।

মানৱ অধিকাৰে কেৱল নাগৰিক আৰু ৰাজনৈতিক অধিকাৰকে সামৰি লোৱা নাই, অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰকো সামৰি লয়। 

আইনৰ শাসনৰ ওপৰত নিৰ্মিত এখন ন্যায়পৰায়ণ আৰু সৰ্বাংগীন সমাজৰ বাবে মানৱ অধিকাৰ পৰিষদে কাম কৰে। মানৱ অধিকাৰে ন্যায্য আৰু নিৰপেক্ষ আইনী ব্যৱস্থাৰ পোষকতা কৰে যিয়ে ব্যক্তিক স্বেচ্ছাচাৰীভাৱে আটক, নিৰ্যাতন বা অন্যান্য ধৰণৰ অন্যায়ৰ পৰা ৰক্ষা কৰে।

মানৱ অধিকাৰ সাৰ্বজনীন, সকলো ব্যক্তিৰ বাবে প্ৰযোজ্য। বিশ্বজুৰি মানৱ অধিকাৰৰ প্ৰসাৰ আৰু সুৰক্ষাৰ বাবে জাতি আৰু জনগোষ্ঠীৰ মাজত সংহতি অতি প্ৰয়োজনীয়।

ইউডিএইচআৰ গ্ৰহণ কৰাৰ পিছৰ দশকবোৰত মানৱ অধিকাৰৰ বিষয়টোৰ যথেষ্ট অগ্ৰগতি হৈছে যদিও প্ৰত্যাহ্বানসমূহ অব্যাহত আছে। বৈষম্য, দৰিদ্ৰতা, লিংগভিত্তিক হিংসা, মত প্ৰকাশৰ স্বাধীনতাৰ ওপৰত নিষেধাজ্ঞা আদি বিষয়সমূহে মানৱ অধিকাৰৰ বাস্তৱায়নৰ প্ৰতি ভাবুকি কঢ়িয়াই আনিছে। ব্যক্তি, সম্প্ৰদায় আৰু চৰকাৰে এই প্ৰত্যাহ্বানসমূহৰ সৈতে মোকাবিলা কৰিবলৈ সহযোগিতামূলকভাৱে কাম কৰা আৰু সকলোৰে বাবে মানৱ অধিকাৰ ৰক্ষা কৰা সমাজ গঢ়ি তোলাটো অতি গুৰুত্বপূৰ্ণ।

মানৱ অধিকাৰ দিৱস কেৱল চিন্তা-চৰ্চাৰ সময় নহয়, কৰ্মৰ আহ্বান কৰাৰ সময়ো। নাগৰিক সমাজৰ সংগঠন, কৰ্মী, সাধাৰণ নাগৰিকে ন্যায় আৰু সমতাৰ বাবে চলি থকা সংগ্ৰামত অৰিহণা যাগাব লাগিব। সজাগতা, শিক্ষা, আৰু সামূহিক প্ৰচেষ্টাৰ জৰিয়তেহে এক ইতিবাচক পৰিৱৰ্তন সাধন কৰিব পাৰি।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বৈজ্ঞানিক পৰামৰ্শ আওকাণ কৰাৰ অভিযোগ: লক্ষ্ণৌ গংগা সমিতিৰ পৰা পদত্যাগ পৰিৱেশ বিজ্ঞানীৰ

বৈজ্ঞানিক পৰামৰ্শ আওকাণ কৰাৰ অভিযোগ: লক্ষ্ণৌ গংগা সমিতিৰ পৰা পদত্যাগ পৰিৱেশ বিজ্ঞানীৰ

September 1, 2026 11:39 am
ৰাছিয়াৰ সেনাবাহিনীত যোগ দিছিল ২২৭ জন ভাৰতীয়ই; ৫১ জনৰ মৃত্যু, দেশলৈ উভতিছে ১৩৯ জন

ৰাছিয়াৰ সেনাবাহিনীত যোগ দিছিল ২২৭ জন ভাৰতীয়ই; ৫১ জনৰ মৃত্যু, দেশলৈ উভতিছে ১৩৯ জন

September 1, 2026 11:34 am
নেপালৰ প্ৰলয়ংকাৰী বানৰ বাবে চীন দায়ী নেকি? ভাৰতীয় সংবাদ মাধ্যমৰ দাবীক লৈ বেইজিঙৰ স্পষ্টীকৰণ

নেপালৰ প্ৰলয়ংকাৰী বানৰ বাবে চীন দায়ী নেকি? ভাৰতীয় সংবাদ মাধ্যমৰ দাবীক লৈ বেইজিঙৰ স্পষ্টীকৰণ

September 1, 2026 10:34 am
পৰিৱেশৰ প্ৰতি পিঠি! আদানীৰ ২টা প্ৰকল্পৰ বাবে ৮৩,৭০০ বৰ্গফুট বনভূমি কাটি চাফা

পৰিৱেশৰ প্ৰতি পিঠি! আদানীৰ ২টা প্ৰকল্পৰ বাবে ৮৩,৭০০ বৰ্গফুট বনভূমি কাটি চাফা

September 1, 2026 10:04 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বৈজ্ঞানিক পৰামৰ্শ আওকাণ কৰাৰ অভিযোগ: লক্ষ্ণৌ গংগা সমিতিৰ পৰা পদত্যাগ পৰিৱেশ বিজ্ঞানীৰ

বৈজ্ঞানিক পৰামৰ্শ আওকাণ কৰাৰ অভিযোগ: লক্ষ্ণৌ গংগা সমিতিৰ পৰা পদত্যাগ পৰিৱেশ বিজ্ঞানীৰ

September 1, 2026 11:39 am
ৰাছিয়াৰ সেনাবাহিনীত যোগ দিছিল ২২৭ জন ভাৰতীয়ই; ৫১ জনৰ মৃত্যু, দেশলৈ উভতিছে ১৩৯ জন

ৰাছিয়াৰ সেনাবাহিনীত যোগ দিছিল ২২৭ জন ভাৰতীয়ই; ৫১ জনৰ মৃত্যু, দেশলৈ উভতিছে ১৩৯ জন

September 1, 2026 11:34 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd