• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পত্নীৰ কথা মানি চলা পুৰুষৰ বেমাৰত পৰাৰ সম্ভাৱনা কম; কোৱা হৈছে গৱেষণাত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 12, 2023 8:35 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ঘৰখন চলোৱাৰ পৰা আৰম্ভ কৰি সন্তান ডাঙৰ-দীঘল কৰালৈকে আনকি স্বামীৰ যত্ন লোৱালৈকে বেছিভাগ সময়তে পত্নীক দায়িত্বশীল ভূমিকাত দেখা যায়। আকৌ বহু পত্নীয়ে স্বামীৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰাৰ সময়তে স্বামীয়ে ক’লৈ গৈ আছে, কাক লগ পাইছে বা কাৰ লগত কথা পাতিছে তাৰ ওপৰতো নজৰ ৰাখিবলৈ আৰম্ভ কৰে। আৰু বহু মহিলাই এই নজৰ ৰখাত যথেষ্ট কঠোৰ হৈ পৰে। কিন্তু বেছিভাগ পুৰুষে পত্নীৰ মতে জীৱনটো কটাব নিবিচাৰে।

কিন্তু আপুনি জানেনে যে আপুনি যদি আপোনাৰ পত্নীৰ কথা মানি চলে তেন্তে আপুনি সুস্থ হৈ থাকিব বুলি গৱেষণাৰ পৰা জানিব পৰা গৈছে। পত্নীৰ কথা শুনা পুৰুষ সুস্থ আৰু বেছি দিন জীয়াই থাকে।

কেৱল পুৰুষে নহয়, বিবাহিত জীৱনত সুখী মহিলাৰ ক্ষেত্ৰতো ডায়েবেটিছকে ধৰি বিভিন্ন ৰোগৰ আশংকা কম বুলিও গৱেষকসকলে জনাইছে।

Apply Now

লগতে পঢ়কঃ চাণক্য নীতি! এই ভৰসাত বহি থাকিলে মানুহ হৈ পৰে ধ্বংস; ইকুলো নাপায়, সিকুলো নাপায়

মিচিগান ষ্টেট ইউনিভাৰ্চিটি (MSU)ৰ সমাজবিজ্ঞানীসকলৰ নেতৃত্বত কৰা এক অধ্যয়নত দেখা গৈছে যে যিসকল পুৰুষ পত্নীৰ নিয়ন্ত্ৰণত থাকে তেওঁলোকৰ ডায়েবেটিছৰ সম্ভাৱনা কম। এনে পুৰুষবোৰ আনতকৈ বেছি দিন জীয়াই থাকে।

এই অধ্যয়নৰ মুখ্য গৱেষক হুই লিউৱে কয়, ‘বেছিভাগ পত্নীয়ে স্বামীৰ স্বাস্থ্যৰ প্ৰতি গুৰুত্ব দিয়ে। স্বামীৰ স্বাস্থ্যৰ ওপৰত নিয়মিতভাৱে চকু ৰাখে।

কোৱা হৈছে, “বহুতো স্বাস্থ্য সচেতন পত্নীয়ে সঠিক খাদ্যাভ্যাস আৰু ব্যায়ামৰ প্ৰতি গুৰুত্ব দিয়ে। ইয়াৰ ফলত স্বামী সুস্থ হৈ থাকে। যদিও বহু স্বামীয়ে পত্নীৰ এনে অনুশাসন ভাল নাপায়, ইয়াত কিন্তু লাভ পুৰুষৰে হয়।‘’

আমেৰিকাত ৫৭-৮৫ বছৰ বয়সৰ ১২২৮ জন বিবাহিত লোকৰ ওপৰত কৰা হৈছিল এই অধ্যয়ন। অধ্যয়নত দেখা গৈছে যে এখন অসুখী বিবাহৰ ফলত স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে আৰু কম দীৰ্ঘায়ুৰ কাৰণ হ’ব পাৰে। আনহাতে, সুখী পৰিয়ালৰ দম্পতীসকলো সুস্থ আৰু বেছি দিন জীয়াই থাকে।

লগতে পঢ়কঃমধ্যপ্ৰদেশত অন্ত পৰিল ‘মামা জামানা’! নতুন মুখ্যমন্ত্ৰী হিচাপে বিজেপিৰ অচিনাকি মুখ

অধ্যয়নত এইটোও কোৱা হৈছে যে অত্যধিক নিয়ন্ত্ৰণ পতি-পত্নী দুয়োৰে বাবে ভাল নহয়। পৰিয়ালত শান্তি বজাই ৰাখিবলৈ পতি বা পত্নীয়ে ইজনে সিজনক নিয়ন্ত্ৰণ কৰিবই পাৰে, সেইবুলি অতিমাত্ৰা নিয়ন্ত্ৰণ কৰিবলৈ যাব নালাগে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd