• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মধ্যপ্ৰদেশত অন্ত পৰিল ‘মামা জামানা’! নতুন মুখ্যমন্ত্ৰী হিচাপে বিজেপিৰ অচিনাকি মুখ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 12, 2023 7:46 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মধ্যপ্ৰদেশত শিৱৰাজ সিং ৰাজৰ অন্ত পৰিল। সোমবাৰে ৰাজধানী ভূপালস্থিত ৰাজ্যিক বিজেপিৰ কাৰ্যালয়ত দলীয় বিধায়কৰ সৈতে হোৱা বৈঠকত তিনিজন কেন্দ্ৰীয় পৰ্যবেক্ষক — হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰ লাল খট্টৰ, ৰাজ্যসভাৰ সাংসদ কে লক্ষ্মণ আৰু ঝাৰখণ্ডৰ ৰাঞ্চিৰ মেয়ৰ তথা দলৰ ৰাষ্ট্ৰীয় কাৰ্যকৰী সমিতিৰ সদস্য আশা লাক্ৰাই নতুন মুখ্যমন্ত্ৰী হিচাপে মোহন যাদৱৰ নাম ঘোষণা কৰে।

কেন্দ্ৰীয় বিজেপিৰ পৰ্যবেক্ষকেও কয় যে মোহনৰ কেবিনেটত দুজন উপ-মুখ্যমন্ত্ৰী থাকিব। তাৰে এজন হৈছে বিদায়ী বিত্তমন্ত্ৰী জগদীশ দেব্ৰা। দ্বিতীয়জন হৈছে  বিদায়ী শিৱৰাজ কেবিনেটৰ জনসংযোগ মন্ত্ৰী ৰাজেন্দ্ৰ শুক্লা।

দেওবাৰে বিজেপিয়ে ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী হিচাপে বাছনি কৰে জনজাতীয় নেতা বিষ্ণুদেও ছাইক। ৰাজনৈতিক বিশ্লেষকৰ এটা অংশৰ মতে এইবাৰ জাতি সমীকৰণৰ কথা মনত ৰাখি বাছনি কৰা হৈছে ৫৮ বছৰীয়া নেতা মোহনক (অ’বিচি)। উজ্জয়িনী-দক্ষিণৰ পৰা তিনিবাৰৰ বিধায়ক মোহন বিদায়ী মন্ত্ৰীসভাত শিক্ষামন্ত্ৰী আছিল।

Apply Now

লগতে পঢ়কঃ বিজেপিৰ বৰ্ণবাদৰ বলি হ’ল খোদ বিজেপিৰেই দলিত বিধায়ক

মধ্যপ্ৰদেশৰ বিধানসভা নিৰ্বাচনত বিজেপিৰ নিৰংকুশ জয়ৰ পিছত বিদায়ী মুখ্যমন্ত্ৰী শিৱৰাজৰ ঠাইত বিজেপিয়ে এইবাৰ মুখ্যমন্ত্ৰীৰ আসনলৈ নতুন মুখ আনিব পাৰে বুলি জল্পনা-কল্পনাৰ সৃষ্টি হৈছিল। বিদায়ী মুখ্যমন্ত্রী শিৱৰাজৰ কার্যালয়ৰ ছ’চিয়েল মিডিয়া প’ষ্টে মুখ্যমন্ত্রীৰ পদ সলনি হোৱাৰ জল্পনা-কল্পনাক আৰু অধিক ইন্ধন যোগাইছিল৷ তেওঁৰ হাতৰ এখন ছবিৰ তলত লিখা আছে, ‘সকলোকে ৰাম-ৰাম’!

ৰাজনৈতিক পৰ্যবেক্ষকৰ একাংশই ভাবিছিল যে এয়া ‘মামা’ (মধ্যপ্ৰদেশত এই নামেৰে পৰিচিত শিৱৰাজ)ৰ বিদায় বাৰ্তা। এনে পৰিস্থিতিত সোমবাৰে বিজেপিৰ বিধায়কসকলৰ সৈতে বৈঠকৰ পূৰ্বে খট্টাৰ আৰু দুই সহযোগীয়ে শিৱৰাজৰ সৈতে সুকীয়া আলোচনাত মিলিত হয়।

পৰৱৰ্তী মুখ্যমন্ত্ৰী পদৰ জল্পনা-কল্পনাৰ ভিতৰত আছিল সম্প্রতি বিধানসভাৰ নির্বাচনত জয়ী হোৱা কেন্দ্ৰীয় মন্ত্ৰী দুগৰাকী নৰেন্দ্ৰ সিং টোমাৰ, প্ৰহ্লাদ পেটেল আৰু দলটোৰ সৰ্বভাৰতীয় সাধাৰণ সম্পাদক কৈলাস বিজয়বৰ্গীয়াৰ নাম৷ কেন্দ্ৰীয় মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধে, দলৰ ৰাজ্যিক সভাপতি বিষ্ণুদত্ত শৰ্মাৰ নামো চৰ্চালৈ আহিছিল। কিন্তু শেষত ৰাজ্যৰ শীৰ্ষ পদটোৰ বাবে নৰেন্দ্ৰ মোডী, অমিত শ্বাহৰ দলে তুলনামূলকভাৱে অচিনাকি নেতা মোহনক বাছি ল’লে। অৱশ্যে টোমাৰক নতুন বিধানসভাৰ অধ্যক্ষ হিচাপে লোৱাৰ সিদ্ধান্ত লোৱা হৈছে।

লগতে পঢ়কঃলোকসভাৰ সিদ্ধান্তক লৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ নিলম্বিত সাংসদ মহুৱা মৈত্ৰ

উল্লেখ্য যে এইবাৰৰ বিধানসভা নিৰ্বাচনত মধ্যপ্ৰদেশৰ ২৩০খন আসনৰ ভিতৰত বিজেপিয়ে ১৬৩খন আসন লাভ কৰিছে। যোৱাবাৰৰ তুলনাত ৫৪ খন বেছি। মুঠ ভোটৰ প্ৰায় ৪৯ শতাংশ। যিটো ২০০৩ চনৰ তুলনাত প্ৰায় পাঁচ শতাংশ বেছি। আনহাতে, কংগ্ৰেছে প্ৰায় ৪১ শতাংশ ভোট লাভ কৰি ৬৬খন আসন লাভ কৰে। কংগ্ৰেছতকৈ ৮ শতাংশ ব্যৱধানত ৯৭ খন আসন বেছি লাভ কৰে বিজেপিয়ে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

June 28, 2026 11:22 am
‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

June 28, 2026 10:15 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 28, 2026 9:15 am
ট্ৰাম্পক প্ৰত্যুত্তৰ, কুৱেইট আৰু বাহৰেইনত আমেৰিকাৰ সামৰিক ঘাটিত ইৰানৰ আক্ৰমণ

ট্ৰাম্পক প্ৰত্যুত্তৰ, কুৱেইট আৰু বাহৰেইনত আমেৰিকাৰ সামৰিক ঘাটিত ইৰানৰ আক্ৰমণ

June 28, 2026 9:02 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

ফ্ৰী কিকত দুৰ্দান্ত গ’ল মেছিৰ, গঢ়িলে বিশ্ব অভিলেখ; জৰ্ডানক ৩-১ গ’লত পৰাস্ত কৰিলে আৰ্জেণ্টিনাই

June 28, 2026 11:22 am
‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

‘বিয়া ভঙাতকৈ হত্যা কৰাটো সহজ আছিল!’ কেতন হত্যাকাণ্ডৰ ঘটনাত যুৱতীৰ ভাষ্যত স্তম্ভিত আৰক্ষীও

June 28, 2026 10:15 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd