• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

৭ বছৰীয়া শিশুৰ সমুখত ভাতৃ আৰু ভগ্নীক কাটি দৰগাহত নৰমাংস বিতৰণ কৰিলে অপহৰণকাৰীয়ে

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
December 15, 2023 7:45 pm
4
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পাকিস্তানত সংঘটিত হৈছে এক পৈশাচিক কাণ্ড। অপহৰণকাৰীয়ে তিনি ভাতৃ-ভগ্নীক অপহৰণ কৰি ৭ বছৰীয়া এটি শিশুৰ সমুখত শিশুটিৰ ভাতৃ আৰু ভগ্নীক হত্যা কৰি তেওঁলোকৰ মাংস দৰগাহত বিতৰণ  কৰে।

ইটোৰ পিছত সিটোকৈ শিশুক অপহৰণ কৰি হত্যা কৰি মাংস খাইছিল অপহৰণকাৰীয়ে। শিশুৰ মৃতদেহৰ মাংস ৰান্ধি স্থানীয় দৰগাহত বিতৰণ কৰিলে পৈশাচিক ব্যক্তিয়ে।

Apply Now

বৃহস্পতিবাৰে পাকিস্তান আৰক্ষীয়ে এই ভয়ংকৰ অভিযোগত পঞ্জাৱৰ মুজাফৰগড়ত এজন ব্যক্তিক গ্ৰেপ্তাৰ কৰিছে।

পাকিস্তানী সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, পাঁচ দিন পূৰ্বে মুজাফফৰগড়ৰ খান গড় অঞ্চলৰ পৰা তিনিটা শিশু নিৰুদ্দেশ হৈছিল। তেওঁলোকক বিচাৰি ফুৰাৰ সময়তে আৰক্ষীয়ে এই বিকাৰগ্ৰস্ত ব্যক্তিজনক উদ্ধাৰ কৰে।
স্থানীয় আৰক্ষীয়ে দাবী কৰিছে যে অভিযুক্তই নিৰুদ্দেশ হোৱা তিনিটা শিশুক অপহৰণ কৰিছিল। তেওঁ তিনিটা শিশুৰ ভিতৰত দুটাক নিৰ্মমভাৱে হত্যা কৰি তেওঁলোকৰ মাংস ভক্ষণ কৰে।

অৱশ্যে আলী হাছান নামৰ এটি সাত বছৰীয়া শিশুক আৰক্ষীয়ে জীৱিত অৱস্থাত উদ্ধাৰ কৰে। আৰক্ষীয়ে জনোৱা মতে, আলী হাছান জীয়াই আছে যদিও মানসিক সমস্যাত ভুগিছে। তেওঁৰ ভাতৃ আব্দুল্লা আৰু তেওঁৰ ভগ্নী হাফছাক আলী হাছানৰ সন্মুখত হত্যা কৰি তেওঁলোকৰ মৃতদেহ কাটি ৰান্ধিছিল। আব্দুল্লাৰ বয়স আছিল তিনি বছৰ, আৰু হাফছাৰ বয়স আছিল ডেৰ বছৰ।

পাকিস্তানী সংবাদ মাধ্যমৰ বাতৰি অনুসৰি লোকজনে কেৱল শিশুকেইটাক হত্যা কৰি নিজে মাংস খোৱাই নহয়, মুজাফ্ফৰগড়ৰ স্থানীয় দৰগাহতো মাংস বিতৰণ কৰে।

লোকজনক গ্ৰেপ্তাৰ কৰাৰ পিছত মুজাফ্ফৰগড় আৰক্ষীয়ে কাষৰীয়া পথাৰ এখনৰ পৰা আব্দুল্লাৰ মৃতদেহ আৰু অংগচ্ছেদ কৰিবলৈ ব্যৱহাৰ কৰা দাখন উদ্ধাৰ কৰে। অৱশ্যে এই পৰ্যন্ত হাফছাৰ মৃতদেহ বিচাৰি পোৱা নাই। এতিয়াও তেওঁৰ সন্ধান চলি আছে।

ইফালে পাকিস্তানী আৰক্ষীৰ এগৰাকী মুখপাত্ৰই জনোৱা মতে, লোকজনক গ্ৰেপ্তাৰ কৰাৰ সময়ত স্থানীয় বাসিন্দাসকলে তেওঁক তীব্ৰ প্ৰহাৰ কৰে। সম্প্ৰতি সংকটজনক আৰু অচেতন অৱস্থাত চিকিৎসালয়ত ভৰ্তি হৈ আছে। চেতনা ঘূৰাই পালে তেওঁক জেৰা কৰা হ’ব। এই নৃশংস হত্যাকাণ্ডৰ বিষয়ে তেওঁৰ পৰা অধিক তথ্য লাভ কৰাৰ আশা কৰিছে আৰক্ষীয়ে।

ইয়াৰ পূৰ্বেও তেওঁ এনে ঘটনা সংঘটিত কৰিব পাৰে বুলি সন্দেহ কৰিছে আৰক্ষীয়ে। আব্দুল্লাহ-হাফছাদৰ পিতৃ ফায়াজৰ অভিযোগৰ ভিত্তিত আৰক্ষীয়ে অভিযুক্তৰ বিৰুদ্ধে হত্যা আৰু সন্ত্ৰাসবাদৰ গোচৰ ৰুজু কৰে। মৃত শিশুকেইটাৰ পৰিয়ালে অভিযুক্তৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

July 1, 2026 10:22 am
এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

July 1, 2026 8:03 am
এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

এমাহতে ওজন কমাব বিচাৰে নেকি? খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক এই বিশেষ খাদ্য

July 1, 2026 7:13 am
ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

ট্ৰাম্পক মোক্ষম আঘাত: আমেৰিকাত জন্মসূত্ৰে পোৱা নাগৰিকত্বৰ অধিকাৰ বাহাল ৰাখিলে উচ্চতম ন্যায়ালয়ে

June 30, 2026 9:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

গ্ৰাহকলৈ সকাহ! নায়াৰা এনাৰ্জীৰ পেট্ৰ’লত ৫ টকা আৰু ডিজেলত ৩ টকাকৈ মূল্যহ্ৰাস

July 1, 2026 10:22 am
এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

এমবাপে আৰু ওলিছেৰ অনবদ্য যুগলবন্দী! ছুইডেনক ৩-০ গ’লত বিধ্বস্ত কৰিলে ফ্ৰান্সে

July 1, 2026 8:03 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd