• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home ক্ৰীড়া

সমস্যাত ভাৰতীয় শিবিৰ: টেষ্ট দলৰ পৰা বাহিৰ ছামি, এদিনীয়াত নাথাকিব দীপক চাহাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 16, 2023 5:51 pm
Mohammed Shami India vs South Africa
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দক্ষিণ আফ্ৰিকা ভ্ৰমণৰত ভাৰতীয় দলে কাইলৈৰ পৰা ঘৰুৱা দলটোৰ বিপক্ষে এদিনীয়া শৃংখলাত অৱতীৰ্ণ হ’ব। এই শৃংখলাৰ পিছতে দুয়োটা দলৰ মাজত ২৬ ডিচেম্বৰৰ পৰা আৰম্ভ হ’ব দুখন টেষ্টৰ শৃংখলা।

পিছে ইয়াৰ পূৰ্বে অথন্তৰৰ সন্মুখীন হৈছে ভাৰতীয় শিবিৰ। আঘাতৰ সমস্যাই চিন্তাত পেলাইছে ভাৰতীয় দলক। দলৰ তাৰকা পেচাৰ মহম্মদ ছামি আগন্তুক টেষ্ট শৃংখলাত নাথাকিব দলত।

Apply Now

আঘাতৰ বাবে অভিজ্ঞ তাৰকাগৰাকী টেষ্ট শৃংখলাৰ পৰা বাহিৰ হৈছে। শেহতীয়াকৈ ভাৰতত অনুষ্ঠিত বিশ্বকাপত দুৰন্ত প্ৰদৰ্শন দাঙি ধৰা ছামি দক্ষিণ আফ্ৰিকাৰ বাউঞ্চী উইকেটত ভাৰতৰ প্ৰধান অস্ত্ৰ হ’ব বুলি আশা কৰা হৈছিল।

কিন্তু ভাৰতীয় ক্ৰিকেটৰ সৰ্বোচ্চ সংস্থা বিচিচিআয়ে এক প্ৰেছ বিজ্ঞপ্তি যোগে সদৰী কৰা মতে, বিচিচিআইৰ মেডিকেল টিমে ছামিক ফিট হিচাপে ঘোষণা কৰা নাই। তেনেস্থলত দুখন মেচৰ দ্বিপাক্ষিক টেষ্ট শৃংখলাটোত অংশ ল’ব নোৱাৰিব ছামিয়ে।

ইফালে কাইলৈৰ পৰা আৰম্ভ হ’বলগীয়া এদিনীয়া শৃংখলাৰ পৰা নাম প্ৰত্যাহাৰ কৰিছে পেচাৰ দীপক চাহাৰে। পাৰিবাৰিক চিকিৎসাজনিত জৰুৰীকালীন অৱস্থাৰ বাবে তিনিখনীয়া মেচৰ শৃংখলাটোত উপলব্ধ নহ’ব চাহাৰ।

চাহাৰৰ স্থানত দললৈ আমন্ত্ৰিত হৈছে এখন নতুন মুখ। ভাৰতীয় দল নিৰ্বাচকে প্ৰথমবাৰৰ বাবে ভাৰতীয় দলত অন্তৰ্ভুক্ত কৰিছে যুৱ পেচাৰ আকাশ দীপক। লক্ষণীয় ভাৱে এদিনীয়া শৃংখলাত প্ৰথমখন মেচৰ পিছত দলত নাথাকিব শ্ৰেয়স আয়াৰ।

প্ৰথমখন এদিনীয়াৰ পিছতে আয়াৰে টেষ্ট শৃংখলাৰ বাবে প্ৰস্তুতি চলোৱাৰ উদ্দেশ্যে টেষ্ট দলত যোগদান কৰিব। তদুপৰি এই শৃংখলাটোত দলৰ মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়ৰ লগতে আনকেইগৰাকী প্ৰশিক্ষকো দলত নাথাকিব।

টেষ্টৰ প্ৰস্তুতিৰ উদ্দেশ্যে মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়, বেটিং প্ৰশিক্ষক এম বিক্ৰম ৰাথৌড়, বলিং প্ৰশিক্ষক পৰস মহামব্ৰেই আৰু ফিল্ডিং প্ৰশিক্ষক টি দিলিপে টেষ্ট দলৰ সৈতে যোগদান কৰিব।

এনে পৰিস্থিতিত এদিনীয়া দলটোৰ লগত থাকিব ইণ্ডিয়া এ- ৰ প্ৰশিক্ষক ক্ৰমে বেটিং প্ৰশিক্ষক সীতাংশু কোটক, বলিং প্ৰশিক্ষক ৰাজীৱ দত্ত আৰু ফিল্ডিং প্ৰশিক্ষক অজয় ৰাত্ৰা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পৰিৱেশৰ প্ৰতি পিঠি! আদানীৰ ২টা প্ৰকল্পৰ বাবে ৮৩,৭০০ বৰ্গফুট বনভূমি কাটি চাফা

পৰিৱেশৰ প্ৰতি পিঠি! আদানীৰ ২টা প্ৰকল্পৰ বাবে ৮৩,৭০০ বৰ্গফুট বনভূমি কাটি চাফা

September 1, 2026 10:04 am
মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

September 1, 2026 9:04 am
ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

ৰাইজেই ৰজা! ৰাইজৰ ৰোষত শিৰনত হ’বলৈ বাধ্য হ’ল মুখ্য মন্ত্ৰী

September 1, 2026 8:57 am
এটা যুগৰ অৱসান! আন্তৰ্জাতিক ফুটবলক বিদায় মেছিৰ; ২১ বছৰীয়া কেৰিয়াৰৰ পৰিসমাপ্তি

এটা যুগৰ অৱসান! আন্তৰ্জাতিক ফুটবলক বিদায় মেছিৰ; ২১ বছৰীয়া কেৰিয়াৰৰ পৰিসমাপ্তি

September 1, 2026 8:17 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পৰিৱেশৰ প্ৰতি পিঠি! আদানীৰ ২টা প্ৰকল্পৰ বাবে ৮৩,৭০০ বৰ্গফুট বনভূমি কাটি চাফা

পৰিৱেশৰ প্ৰতি পিঠি! আদানীৰ ২টা প্ৰকল্পৰ বাবে ৮৩,৭০০ বৰ্গফুট বনভূমি কাটি চাফা

September 1, 2026 10:04 am
মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

মৌন ট্ৰাম্প! ইৰাণ যুদ্ধৰ মাজতে আমেৰিকাৰ সেনা সচিবৰ পদত্যাগ; হেগছেথৰ সৈতে ক্ষমতাৰ সংঘাত?

September 1, 2026 9:04 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd