• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

এদিনতে নিলম্বিত ৭৮জন সাংসদ; আজি বিৰোধী সংসদীয় নেতাৰ সৈতে বৈঠকত বহিব কংগ্ৰেছ সভাপতি খাৰ্গে

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
December 19, 2023 8:25 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মঙলবাৰে দিল্লীত ইণ্ডিয়া মিত্ৰজোঁটৰ বৈঠক বহিব। বিৰোধী নেতাসকলে বৈঠকত মিলিত হৈ অহা বছৰ লোকসভা নিৰ্বাচনত বিজেপিৰ বিৰুদ্ধে এজেণ্ডা প্ৰস্তুত কৰাৰ সিদ্ধান্ত ল’ব। তাৰ আগতে পুৱা ১০ বজাত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গেৰ ঘৰত বিৰোধী সংসদীয় দলৰ নেতাৰ এখন বৈঠক অনুষ্ঠিত হব। সাংসদসকলৰ অভূতপূৰ্ব নিলম্বনৰ ঘটনাক লৈয়েই খাৰ্গে এই বৈঠক আহ্বান কৰিছে।

সূত্ৰ অনুসৰি, ৰাজ্যসভা আৰু লোকসভাৰ ৭৮ গৰাকী সাংসদক বিশৃংখলতাৰ অভিযোগত সোমবাৰে নিলম্বন কৰা হৈছে। ইয়াৰ পূৰ্বে ১৪ জন সাংসদক নিলম্বন কৰা হৈছিল। অৰ্থাৎ চলিত অধিবেশনত মুঠ ৯২ জন সাংসদক নিলম্বন কৰা হৈছে।

অভূতপূৰ্ব এই ঘটনাত কেন্দ্ৰৰ বিৰুদ্ধে প্ৰতিবাদৰ ৰূপৰেখা নিৰ্ধাৰণ কৰিবলৈ খাৰ্গে বিৰোধী আটাইকেইটা সংসদীয় দলৰ নেতাৰ সৈতে বৈঠকত মিলিত হ’বলৈ ওলাইছে। সাংসদ নিলম্বনৰ ক্ষেত্ৰত বিৰোধীয়ে ল’বলগীয়া ব্যৱস্থা সন্দৰ্ভত এই বৈঠকতে চূড়ান্ত কৰা হ’ব।

Apply Now

লগতে পঢ়কঃ চীনত শক্তিশালী ভূমিকম্প; শতাধিক লোকৰ মৃত্যু, আহত বহুলোক

ইতিমধ্যে সাংসদৰ এটা অংশই বিৰোধী সাংসদসকলক একত্ৰিত কৰি অধিৱেশনৰ বাকী থকা দিনবোৰত অধিৱেশন বৰ্জন কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। এই প্ৰস্তাৱ সন্দৰ্ভত বৈঠকতে চূড়ান্ত সিদ্ধান্ত লোৱা হ’ব। এই বৈঠকৰ অন্তত বিৰোধী সংসদীয় দলৰ নেতা আৰু নিলম্বিত সাংসদসকলে গান্ধীৰ প্ৰতিমূৰ্তি পৰিদৰ্শন কৰিব। ইয়াৰ পাছতে বিৰোধী সংসদীয় দলৰ নেতাসকলে বিজয় চ’কত সংবাদমেল অনুষ্ঠিত কৰিব৷ মুঠতে মঙলবাৰৰ দিনটোত ৰাজধানীখন ব্যস্ত হৈ পৰিব।

উল্লেখ্য যে যোৱা বুধবাৰে লোকসভাত সংঘটিত আক্ৰমণৰ পিছৰে পৰা সংসদ ভৱনৰ নিৰাপত্তাক লৈ বিৰোধীয়ে প্ৰশ্ন উত্থাপন কৰিছে। লগতে এই ঘটনাত গৃহমন্ত্ৰী অমিত শ্বাহৰ বক্তব্য দাবী কৰি শ্লোগানেৰে উত্তাল কৰি তোলে। এই ঘটনাত চৰম বিশৃংখলতাৰ অভিযোগ উত্থাপন কৰি ইজনৰ পিছত সিজন সাংসদক নিলম্বন কৰা হৈছিল।

লগতে পঢ়কঃ ভাৰতক ‘অমৃত কাল’লৈ আগুৱাই নিবলৈ উৎপাদনৰ পৰিৱৰ্তে সেৱাৰ মূল্য শৃংখল উন্নীত কৰা প্ৰয়োজন: ৰঘুৰাম ৰাজন

যোৱা বৃহস্পতিবাৰে ১৪ গৰাকী বিৰোধী সাংসদক শীতকালীন অধিবেশনৰ বাকী সময়ছোৱাৰ বাবে নিলম্বন কৰা হৈছিল। ইয়াৰ পিছত সোমবাৰে একেটা অপৰাধৰ বাবে লোকসভা আৰু ৰাজ্যসভাৰ মুঠ ৭৮জন বিৰোধী সাংসদক একেধৰণে চলিত অধিৱেশনৰ বাকী সময়ছোৱাৰ বাবে নিলম্বন কৰা হয়। ৰাজনৈতিক পৰ্যবেক্ষকসকলে এইটো অভূতপূৰ্ব ঘটনা বুলি অভহিত কৰিছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd