• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

চিকিৎসাৰ বাবে ভাৰতলৈ আহি দুৰ্দশা বিদেশী ব্যক্তিৰঃ ভুৱা আৰক্ষীয়ে লুটিলে ১৬ হাজাৰ মাৰ্কিন ডলাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 26, 2023 8:44 am
Police Constables Arrested
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চিকিৎসাৰ বাবে ভাৰতলৈ আহি এক কু-চক্ৰৰ হাতত লুণ্ঠিত হ’বলগীয়া হৈছে তিনিজন উজবেকিস্তান ভাতৃ। গুৰুগ্ৰামৰ ছেক্টৰ ৫৩ত ভুৱা আৰক্ষীৰ এটা দলে ১৬ হাজাৰ মাৰ্কিন ডলাৰ লুটি নিলে তিনি ভাতৃৰ পৰা।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে জানিবলৈ দিয়া মতে, উজবেকিস্তানৰ বাসিন্দা ছ’বিৰয় বটিৰে নিজৰ দুই ভাতৃৰ সৈতে চিকিৎসাৰউদ্দেশ্যে গুৰুগ্ৰামত আছে। স্থানীয় এখন চিকিৎসালয়ত তেওঁৰ বৃক্ক সংৰোপণ হোৱাৰ কথা।

Apply Now

শনিবাৰে নিশা প্ৰায় ৯ বজাত বটিৰ আৰু তেওঁৰ ভাতৃদ্বয়ে এটা মলৰ পৰা নিজৰ হোটেললৈ উভতি আহি থাকোঁতেই হোটেলৰ পৰা প্ৰায় ১০০ মিটাৰ আগত এখন গাড়ীত অহা কেইজনমান লোকে তেওঁলোকক ৰখাই দিয়ে।

গাড়ীত থকা লোকসকলে নিজকে আৰক্ষী বুলি পৰিচয় দিয়ে আৰু আইডি কাৰ্ড দেখুৱাই বটিৰ আৰু তেওঁৰ ভাতৃদ্বয়ৰ বেগ পৰীক্ষা কৰা হ’ব বুলি কয়।

তিনি ভাতৃৰ পাছপ’ৰ্ট পৰীক্ষা কৰাৰ পিছতে আৰক্ষীৰ পৰিচয় দিয়া এজনে বটিৰৰ বেগটো পৰীক্ষাৰ বাবে লয় আৰু চতুৰতাৰে বেগৰ পৰা ১৬ হাজাৰ মাৰ্কিন ডলাৰ উলিয়াই লয় আৰু লগে লগে দলটো গাড়ীত উঠি সেই

এই ঘটনাৰ পিছতে তেওঁলোকে আশ্ৰয় লৈ থকা হোটেলখনৰ মেনেজাৰক বটিৰে ঘটনাৰ বিষয়ে অৱগত কৰে আৰু তেওঁৰ সহায়ত স্থানীয় আৰক্ষী থানাত অভিযোগ দাখিল কৰে।

এই অভিযোগৰ ভিত্তিত অজ্ঞাত অভিযুক্তৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৭৯এ, ৪১৯, আৰু ৩৪ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হয় বুলি স্থানীয় এগৰাকী আৰক্ষী বিষয়াই জানিবলৈ দিয়ে।

অঞ্চলটোৰ চিচিটিভি ফুটেজৰ সহায়ত অভিযুক্তক চিনাক্ত কৰিবলৈ চেষ্টা চলাই থকা হৈছে বুলি জ্যেষ্ঠ আৰক্ষী বিষয়াজনে লগতে সদৰী কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

খানাপাৰাত ২১ৰ পৰা ২৮ অক্টোবৰলৈ ‘শিল্প সমাগম মেলা’: অংশগ্ৰহণ কৰিছে উত্তৰ-পূবকে ধৰি সমগ্ৰ দেশৰ ৭৫ গৰাকী শিল্পীয়ে

খানাপাৰাত ২১ৰ পৰা ২৮ অক্টোবৰলৈ ‘শিল্প সমাগম মেলা’: অংশগ্ৰহণ কৰিছে উত্তৰ-পূবকে ধৰি সমগ্ৰ দেশৰ ৭৫ গৰাকী শিল্পীয়ে

October 22, 2026 1:11 pm
ছৌদি আৰবত ড্ৰোণ আক্ৰমণ: আহত ভাৰতীয় শ্ৰমিক, প্ৰাণ গ’ল দুজনৰ…

ছৌদি আৰবত ড্ৰোণ আক্ৰমণ: আহত ভাৰতীয় শ্ৰমিক, প্ৰাণ গ’ল দুজনৰ…

October 22, 2026 11:30 am
বিজয়া দশমীৰ নিশা গুৱাহাটীত দুৰ্ঘটনা: শিলপুখুৰীত ৩ সুৰামত্ত যুৱকৰ বাহনৰ খুন্দাত আহত পথচাৰী

বিজয়া দশমীৰ নিশা গুৱাহাটীত দুৰ্ঘটনা: শিলপুখুৰীত ৩ সুৰামত্ত যুৱকৰ বাহনৰ খুন্দাত আহত পথচাৰী

October 22, 2026 10:24 am
৭ দিনীয়া কাৰাবাসৰ অন্তত মুকলি আকাশৰ তলত চিজেপি নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকা

৭ দিনীয়া কাৰাবাসৰ অন্তত মুকলি আকাশৰ তলত চিজেপি নেতা সৌৰভ দাস আৰু আশুতোষ ৰাংকা

October 22, 2026 8:09 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

খানাপাৰাত ২১ৰ পৰা ২৮ অক্টোবৰলৈ ‘শিল্প সমাগম মেলা’: অংশগ্ৰহণ কৰিছে উত্তৰ-পূবকে ধৰি সমগ্ৰ দেশৰ ৭৫ গৰাকী শিল্পীয়ে

খানাপাৰাত ২১ৰ পৰা ২৮ অক্টোবৰলৈ ‘শিল্প সমাগম মেলা’: অংশগ্ৰহণ কৰিছে উত্তৰ-পূবকে ধৰি সমগ্ৰ দেশৰ ৭৫ গৰাকী শিল্পীয়ে

October 22, 2026 1:11 pm
ছৌদি আৰবত ড্ৰোণ আক্ৰমণ: আহত ভাৰতীয় শ্ৰমিক, প্ৰাণ গ’ল দুজনৰ…

ছৌদি আৰবত ড্ৰোণ আক্ৰমণ: আহত ভাৰতীয় শ্ৰমিক, প্ৰাণ গ’ল দুজনৰ…

October 22, 2026 11:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd