• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কৃষকলৈ ৰাজসাহায্য হস্তান্তৰকৰণকলৈ মাজুলীত বেংক বিষয়াৰে উপায়ুক্তৰ বৈঠক

মিটু খাটনিয়াৰ by মিটু খাটনিয়াৰ
May 12, 2018 4:38 pm
samagra gram yojana

প্ৰতিনিধিত্বমূলক ছবি

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্য মন্ত্ৰী সমগ্ৰ গ্ৰাম উন্নয়ন যোজনাৰ অধীনত কৃষক গোটলৈ ৰাজসাহায্যযুক্ত ট্ৰেক্টৰ যোগান আঁচনিৰ লগতে মাজুলী জিলাৰ কৃষক সকললৈ চৰকাৰৰ বিভিন্ন কৃষি আঁচনিৰ ৰাজসাহায্য পোনপটীয়াকৈ হস্তান্তৰণ সন্দৰ্ভত জিলা প্ৰশাসনে আজি এখন বৈঠক অনুষ্ঠিত কৰে।

উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত জিলা কৃষি বিভাগৰ বিষয়া আৰু জিলা খনত থকা প্ৰতিটো বেংকৰ শাখা প্ৰৱন্ধক সকলক লৈ উপায়ুক্ত দেৱপ্ৰসাদ মিশ্ৰই এই বৈঠক অনুষ্ঠিত কৰি কৃষকলৈ চৰকাৰৰ আৰ্থিক সা-সুবিধা পোনে পোনে হস্তান্তৰকৰণৰ ক্ষেত্ৰত বেংক সমূহক সহযোগ কৰাৰ নিৰ্দেশ দিয়ে ।

Apply Now

মাজুলীৰ ৰাজহ চক্ৰ বিষয়া অজিত কুমাৰ শৰ্মা, সহকাৰী আয়ুক্তদ্বয় অচ্যুৎ বৰুৱা আৰু নিতিষা বৰাৰ লগতে জিলা কৃষি বিষয়া অৰুণ কুমাৰ পাঠকো উপস্থিত থকা বৈঠকত মুখ্য মন্ত্ৰী সমগ্ৰ গ্ৰাম উন্নয়ন যোজনাৰ অধীনৰ ৭০ শতাংশ ৰাজসাহায্যযুক্ত টেক্টৰ বিতৰণ আঁচনিৰ শেহতীয়া চৰকাৰী নিৰ্দেশনাৰ বিষয়ে বিষদভাৱে আলোচনা কৰে।

চৰকাৰে দিয়া শেহতীয়া নিৰ্দেশ অনুসৰি বিভিন্ন ব্ৰেণ্ডৰ ট্ৰেক্টৰৰ ফেজত প্ৰত্যেকটো কোম্পানীৰ সৰ্বনিম্ন মূল্যৰ ট্ৰেক্টৰৰ ক্ষেত্ৰতহে ৭৯ শতাংশ ৰাজসাহাৰ্য লাভ কৰিব হিতাধিকাৰী কৃষকগোটে। অহা ১৫ মে’ৰ ভিতৰতে প্ৰতিখন ৰাজহ গাঁৱৰ একোটাকৈ আবেদনকাৰী কৃষকগোটে নিজৰ পচণ্ডৰ ট্ৰেক্টৰ ব্ৰেণ্ড ঠিক কৰি বেংকক জনাব লাগিব।

সেইমতে অহা ১৬ মে’ৰ ভিতৰতে বেংক সমূহে কোন বেংকত কেইটা কৃষক গোটে কি কি ব্ৰেণ্ডৰ ট্ৰেক্টৰৰ বাবে আবেদন দাখিল কৰিছে আৰু কোন ৰাজহ গাঁৱৰ কিমান কৃষক গোটে কোন বেংকত আবেদন কৰিছে সেই বিষয়ে বিতং প্ৰতিবেদন উপায়ুক্তৰ ওচৰত দাখিল কৰিব লাগিব।

আনহাতে কৃষি বিভাগৰ আন আঁচনি সমূহৰ ক্ষেত্ৰটো ব্যক্তিগত কৃষক হিতাধিকাৰী সকললৈ চৰকাৰী ৰাজ সাহায্য তথা আৰ্থিক সা-সুবিধাৰাজীৰ পোনপটীয়া হস্তান্তৰণত কৃষকে অসুবিধা নোপোৱাকৈ ব্যৱস্থা গ্ৰহণৰ বাবে উপায়ুক্তই বেংক বিষয়া সকলক নিৰ্দেশ দিয়ে।

মিটু খাটনিয়াৰ

মিটু খাটনিয়াৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd