• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দেশৰ ৬৫ শতাংশ নাগৰিকৰ কথা নকয় ‘গোডী মিডিয়া’ইঃ সংবাদ মাধ্যমক সমালোচনা গৌৰৱ গগৈৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 27, 2023 4:07 pm
Gaurav Gogoi
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দেশৰ মূলসুঁতিৰ সংবাদ মাধ্যমৰ বিপক্ষে সমালোচনাত মুখৰ হৈ পৰিছে অসমৰ সাংসদ তথা লোকসভাত কংগ্ৰেছ দলৰ উপ-নেতা গৌৰৱ গগৈ।

মূলসুঁতিৰ সংবাদ মাধ্যম সমূহক গোডী মিডিয়া আখ্যা দি সাংসদগৰাকীয়ে এই মিডিয়াসমূহে দেশৰ ৬৫ শতাংশ নাগৰিকৰ পক্ষত মাত মতা নাই বুলি অভিযোগ কৰে।

গৌৰৱ গগৈৰ অভিযোগ, বিজেপিক ভোট নিদিয়া ৬৫% ভাৰতীয় নাগৰিকৰ বাবে এতিয়া গোডী কৰ্পৰেট মিডিয়াই কথা নকয়। কেৱল INDIA মিত্ৰজোঁটতহে এই লোকসকলৰ মাত শুনা যায় বুলি গগৈয়ে দাবী কৰে।

অগ্নিপথ আঁচনি সন্দৰ্ভত ৰাহুল গান্ধীৰ এটা পোষ্ট শ্বেয়াৰ কৰি নিজৰ টুইটাৰ হেণ্ডেলত এই মন্তব্য কৰে কংগ্ৰেছ সাংসদজনে। অগ্নিপথ আঁচনি প্ৰৱৰ্তন কৰি দেশৰ অগণন যুৱকৰ সপোন ধ্বংস কৰিলে বুলি মন্তব্য কৰিছিল।

The Godi corporate media no longer speaks for 65% of Indian citizens who did not vote for BJP. The INDIA alliance is the only space where the voices of these 65% citizens can be heard. https://t.co/CXfOB6uKdS

— Gaurav Gogoi (@GauravGogoiAsm) December 27, 2023

বিহাৰৰ চম্পাৰাণৰ কিছু যুৱকৰ সৈতে সাক্ষাৎ কৰিছিল ৰাহুল গান্ধীয়ে। চম্পাৰণৰ পৰা প্ৰায় ১১০০ কিলোমিটাৰ খোজ কাঢ়ি এই যুৱক-যুৱতীসকল দিল্লীত উপস্থিত হোৱা বুলি গান্ধীয়ে উল্লেখ কৰিছিল।

এই যুৱক-যুৱতীসকলৰ সংগ্ৰাম সংবাদ মাধ্যমে দেখুৱাব নোৱাৰাটো দুখৰ বিষয় বুলি ক্ষোভ প্ৰকাশ কৰে ৰাহুল গান্ধীয়ে।

অস্থায়ী নিযুক্তি প্ৰদানৰ বাবে গ্ৰহণ কৰা অগ্নিবীৰ আঁচনিৰ আঁৰত সেনা আৰু ভাৰতীয় বায়ুসেনাৰ স্থায়ী নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰি চৰকাৰে অগণন যুৱকৰ সপোন ধ্বংস কৰিলে বুলি তেওঁ লগতে অভিযোগ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উৰিয়ামঘাটৰ উচ্ছেদ বন্ধ কৰাৰ নিৰ্দেশ : অন্তৱৰ্তীকালীন সকাহ প্ৰদান উচ্চতম ন্যায়ালয়ৰ 

উৰিয়ামঘাটৰ উচ্ছেদ বন্ধ কৰাৰ নিৰ্দেশ : অন্তৱৰ্তীকালীন সকাহ প্ৰদান উচ্চতম ন্যায়ালয়ৰ 

August 22, 2025 5:29 pm
বিধানসভাত RSS-ৰ প্ৰাৰ্থনা পৰিৱেশন ডি কে শিৱকুমাৰৰ, উচ্ছ্বসিত বিজেপি

বিধানসভাত RSS-ৰ প্ৰাৰ্থনা পৰিৱেশন ডি কে শিৱকুমাৰৰ, উচ্ছ্বসিত বিজেপি

August 22, 2025 4:28 pm
উৰিয়ামঘাটত অস্ত্ৰধাৰী নগা যুৱকৰ বিচৰণ : চিকাৰীৰ সন্দেহত ৪ জনক আটক

উৰিয়ামঘাটত অস্ত্ৰধাৰী নগা যুৱকৰ বিচৰণ : চিকাৰীৰ সন্দেহত ৪ জনক আটক

August 22, 2025 4:24 pm
যদি হামাছে চৰ্ত মানি নলয় তেন্তে ধ্বংস হ’ব গাজা চহৰ : ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী  

যদি হামাছে চৰ্ত মানি নলয় তেন্তে ধ্বংস হ’ব গাজা চহৰ : ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী  

August 22, 2025 3:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উৰিয়ামঘাটৰ উচ্ছেদ বন্ধ কৰাৰ নিৰ্দেশ : অন্তৱৰ্তীকালীন সকাহ প্ৰদান উচ্চতম ন্যায়ালয়ৰ 

উৰিয়ামঘাটৰ উচ্ছেদ বন্ধ কৰাৰ নিৰ্দেশ : অন্তৱৰ্তীকালীন সকাহ প্ৰদান উচ্চতম ন্যায়ালয়ৰ 

August 22, 2025 5:29 pm
বিধানসভাত RSS-ৰ প্ৰাৰ্থনা পৰিৱেশন ডি কে শিৱকুমাৰৰ, উচ্ছ্বসিত বিজেপি

বিধানসভাত RSS-ৰ প্ৰাৰ্থনা পৰিৱেশন ডি কে শিৱকুমাৰৰ, উচ্ছ্বসিত বিজেপি

August 22, 2025 4:28 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd