• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

মাথোঁ ক্ৰাছৰ নাম হ’লেই হ’ল! কোনো নম্বৰ নোহোৱাকৈয়ে চ্যাট কৰিব পাৰিব WhatsAppত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
December 29, 2023 3:17 pm
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ক্ৰাছৰ নামটো জানে, কিন্তু কোনোমতে ফোন নম্বৰটো বিচাৰিব পৰা নাই। আকৌ বহু চেষ্টাৰ পিছতো আন ক’ৰবাৰ পৰা যোগাৰ কৰিবলৈও সক্ষম হোৱা নাই। ফলত হোৱাটছএপত মেছেজ কৰাৰ কোনো উপায় নাই। হয়তো তেনেকৈয়ে ভাবিছে? নম্বৰৰ প্ৰয়োজন নাই। WhatsApp ত মেছেজ কৰিবলৈ নামেই যথেষ্ট।

শুনি আচৰিত হৈছে নেকি? নম্বৰ নোহোৱাকৈ WhatsApp কেনেকৈ কৰিব! ইনষ্টেন্ট মেচেজিং এপটোৱে এনে এটা ফিচাৰেই আনিছে। এই ফিচাৰটো হৈছে Username Feature। আৰু এই ইউজাৰনেম ফিচাৰত আপুনি কথা পাতিব বিচৰা ব্যক্তিজনৰ নামটোৱেই যথেষ্ট। ইয়াত কোনো নম্বৰৰ প্ৰয়োজন নাই।

এই ফিচাৰে কেনেকৈ কাম কৰিব?

Username Feature য়ে যিকোনো ব্যক্তিৰ নম্বৰ ব্যক্তিগত কৰি ৰাখিব। অৰ্থাৎ যিকোনো মানুহৰ লগত চ্যাট কৰিব পাৰিব। কিন্তু সেই ব্যক্তিজনৰ নাম জানিব লাগিব। তেতিয়াহে সেই নামটো চাৰ্চ কৰি তেওঁক হোৱাটছএপত বিচাৰি পাব। কিন্তু সেই নামৰ বাহিৰে আন কোনো তথ্য দেখা নাপাব। তেওঁৰ কোনো ষ্টেটাছ, কোনো মোবাইল নম্বৰ, একো নাপাব। বৰ্তমান এই ফিচাৰ কেৱল ৱেব বিটা ব্যৱহাৰকাৰীসকলৰ বাবেহে অনা হৈছে। ইয়াৰ পূৰ্বে এই ফিচাৰ এণ্ড্ৰইড বিটা টেষ্টাৰসকলকো দিয়া হৈছিল।

Apply Now

নাম সলনি কৰিব পাৰে:

Username Feature ৰ জৰিয়তে আপুনি কথা পতা ব্যক্তিজনৰ নাম আপোনাৰ নিজৰ মতে চেভ কৰি ৰাখিব পাৰিব। অৰ্থাৎ আপোনাৰ সুবিধা অনুযায়ী নামটো চেভ কৰি কন্টেক্টত ৰাখিব পাৰে। তেনেকৈয়ে সেই নামটো চেভ কৰিব পাৰিব। কিন্তু তাত কোনো নম্বৰ নাথাকিব। সেই নামটো হোৱাটছএপত চেভ হৈ থাকিব। এই ফিচাৰ অন্যান্য ছ’চিয়েল মিডিয়া এপৰ দৰে কাম কৰিব আৰু প্ৰতিজন ব্যক্তিৰ এটা একক ইউজাৰনেম থাকিব।

ডেস্কটপৰ পৰাই ষ্টেটাছ শ্বেয়াৰ হ’ব:

এই আপডেটৰ তথ্য Wabetainfo দ্বাৰা শ্বেয়াৰ কৰা হৈছে। এই ৱেবচাইটত হোৱাটছএপৰ আগন্তুক বিভিন্ন ফিচাৰ বা পৰিৱৰ্তনৰ খবৰ ৰখা হয়। ৱেবছাইটৰ পৰা এটা ছবিও পোষ্ট কৰা হৈছে। ব্যৱহাৰকাৰীৰ নামৰ উপৰিও ৱেব ব্যৱহাৰকাৰীৰ বাবে ষ্টেটাছ আপডেট আৰু ডাৰ্ক ইন্টাৰফেছৰ কামো কৰি আছে সংস্থাটোৱে। অতি সোনকালে ৱেব ব্যৱহাৰকাৰীসকলে মোবাইল অবিহনে নিজৰ লেপটপ বা ডেস্কটপৰ পৰা পোনপটীয়াকৈ ষ্টেটাছ আপডেট শ্বেয়াৰ কৰিব পাৰিব। কেৱল মিডিয়া নহয়, আপুনি টেক্সট ষ্টেটাছও পোষ্ট কৰিব পাৰিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

June 8, 2026 1:43 pm
আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

June 8, 2026 12:46 pm
ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

ঘূৰি আহিল ইউৰোৰ আতংক! পুনৰ চেতনা হেৰুৱাই খেলপথাৰত ঢলি পৰিল খ্ৰীষ্টিয়ান এৰিক্সন

June 8, 2026 12:07 pm
৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

১৯৮৮ চনৰ পিছত প্ৰথম, অভিষেকতে ৬টা উইকেট দখল কৰি ইতিহাস ৰচিলে মানৱ সুথাৰে

June 8, 2026 1:43 pm
আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

আজিৰ পৰা আৰম্ভ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল বিচাৰ প্ৰক্ৰিয়া; ২০ জুনলৈ চলিব সাক্ষীৰ সাক্ষ্যদান

June 8, 2026 12:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd