• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ভাৰত-দক্ষিণ আফ্ৰিকা: দ্বিতীয় টেষ্টৰ প্ৰথম দিনা ২৩টা উইকেটৰ পতন; ০ৰানত ভাৰতে হেৰুৱালে অন্তিম ৬ উইকেট

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 4, 2024 8:12 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

টেষ্ট ক্ৰিকেটৰ চূড়ান্ত ৰোমাঞ্চ দেখা গৈছে ভাৰত-দক্ষিণ আফ্ৰিকাৰ মাজৰ কেপ টাউনৰ দ্বিতীয়খন টেষ্টত। কিন্তু অস্বস্তিও আছে। ভাৰতৰ লজ্জাৰ অভিলেখ। প্ৰথম ইনিংছত ভাৰতে ০ ৰানত শেষৰ ৬ টা উইকেট হেৰুৱাইছিল। ইয়াৰ পূৰ্বে ০ ৰানত ৫ উইকেট হেৰুৱাৰ অভিলেখ আছিল বাংলাদেশৰ বিৰুদ্ধে।

তাৰমাজতে বিৰাট কোহলীৰ আচৰণে পুনৰ সন্মান অৰ্জন কৰিছে। বিৰাটৰ এনে বহু মুহূৰ্ত আছে। খেলপথাৰত কিং কোহলী যিমানেই আক্ৰমণাত্মক নহওক কিয়, তেওঁৰ খেলুৱৈসুলভ মনোভাৱ সদায় শিৰোনামত থাকে। কেপ টাউন টেষ্টৰ প্ৰথম দিনটো আছিল ইভেণ্টফুল। বিভিন্ন মুহূৰ্তৰ সৃষ্টিও হয়।

প্ৰথম ইনিংছত ভাৰতে দক্ষিণ আফ্ৰিকাক মাত্ৰ ৫৫ ৰানতে আউট কৰে। ইয়াৰ উত্তৰত ১৫৩ ৰানত ভাৰতৰ ইনিংছ সমাপ্ত হয়। প্ৰথম ইনিংছত ভাৰতে ৯৮ ৰানৰ গুৰুত্বপূৰ্ণ অগ্ৰগতি লাভ কৰে।

Apply Now

প্ৰথম টেষ্টত পৰাস্ত হৈ বেকফুটত আছে ৰোহিত শৰ্মা। স্বাভাৱিকতে এতিয়া ভাৰতৰ লক্ষ্য হৈছে দক্ষিণ আফ্ৰিকাক পুনৰ দ্ৰুতগতিত অল আউট কৰা। দ্বিতীয় ইনিংছত দক্ষিণ আফ্ৰিকাই এক সুন্দৰ আৰম্ভণি কৰে। বিদায়ী টেষ্টত ডিন এলগাৰ আৰু আন এজন অ’পেনাৰ আইডেন মাৰ্ক্ৰামে ভাল বেটিং কৰিছে।

 ভাৰতীয় যুৱ পেচাৰ মুকেশ কুমাৰে প্ৰথম ইনিংছত দৃষ্টি আকৰ্ষণ কৰিছিল। দ্বিতীয় ইনিংছত প্ৰথম পৰিৱৰ্ত বলাৰ হিচাপে ৰোহিত শৰ্মাই তেওঁকে আনে।

ৰোহিতৰ ভৰসাৰ মূল্য দিয়ে মুকেশে। দ্বিতীয় ইনিংছত তেওঁৰ প্ৰথম বলি হ’ল ডিন এলগাৰ। শ্লিপত কেচ ধৰে বিৰাট কোহলিয়ে। কেৰিয়াৰৰ প্ৰথমখন টেষ্টৰ প্ৰথম ইনিংছত মিচেল জনছনৰ বলিঙত তেওঁক আউট হৈছিল। মুকেশ কুমাৰৰ ডেলিভাৰীৰে কেৰিয়াৰৰ অন্ত পৰিল।

প্ৰটিয়া শিবিৰত আঘাত কৰি চেলিব্ৰেশ্যনত যোগ দিয়ে মুকেশ কুমাৰে। সেয়াই স্বাভাৱিক। অৱশ্যে বিৰাট কোহলীয়ে শীঘ্ৰে তেওঁক বাধা দিলে। ইয়াৰ কাৰণ একেবাৰে বেলেগ। টেষ্ট ক্ৰিকেটত শেষবাৰৰ বাবে বেট লৈ ক্ৰীজ এৰিছিল ডিন এলগাৰে। এজন এজনকৈ ভাৰতীয় ক্ৰিকেটাৰসকলে চেলিব্ৰেশ্যন বন্ধ কৰি তেওঁক অভিনন্দন জনালে। নিউলেণ্ডছ ক্ৰিকেট খেলপথাৰত সৃষ্টি হ’ল এক বিৰল দৃশ্য।

মুকেশ কুমাৰে দ্বিতীয়টো আঘাতো হানে প্ৰটিয়া শিবিৰত। পেচাৰগৰাকীয়ে দুটাকৈ উইকেট লৈ উত্তেজনাত উদ্বাউল হৈ পৰিল। ভাৰতীয় দলটোৱেও অতিৰিক্ত চাপ বজাই ৰাখি বলিং অব্যাহত ৰাখে। তৃতীয় আঘাত যশপ্ৰীত বুমৰাহৰ। এফালে মুকেশ কুমাৰ, আনফালে যশপ্ৰীত বুমৰাহ। প্ৰটিয়া শিবিৰত আতংক বাঢ়ি আহিল। দিনটোৰ শেষত প্ৰটিয়াছৰ অ’পেনাৰ আইডেন মাৰ্কাৰাম সময় নষ্ট কৰাৰ খেলত নামি পৰে। তাকে দেখি বিৰাট কোহলী, লোকেশ ৰাহুলহঁত ক্ষুব্ধ হৈ পৰে।

আইডেনে আকৌ নতুনকৈ গাৰ্ড লৈছিল। বিৰক্ত বিৰাটে শ্লিপৰ পৰা আহি উইকেটৰ বেইল সলনি কৰি দিলে। যিখিনি সময় আছিল সেয়া মুকেশ কুমাৰে যেন দিনটোৰ শেষ ডেলিভাৰীটো কৰি আছে, তেনে লাগিছিল। আইডেন মাৰ্ক্ৰামে সময় নষ্ট কৰি আছিল যাতে তেওঁ নতুন অভাৰৰ সৈতে মোকাবিলা কৰিব নালাগে।

মুকেশ কুমাৰ সাজু হৈ আছিল। অৱশ্যে বিৰাটৰ বেইল সলনিয়ে কোনো যাদু দেখুওৱা নাছিল। শেষৰটো ডেলিভাৰীত আইডেন মাৰ্ক্ৰাকামে চম্ভালি লয়। দক্ষিণ আফ্ৰিকাই ৬২ ৰানত ৩টা উইকেট হেৰুৱাই দিনটোৰ খেলখন সমাপ্ত কৰে। ৩৬ ৰানত আগবাঢ়ি আছে ভাৰত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

June 6, 2026 1:27 pm
শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

June 6, 2026 12:32 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

SpaceX-ক প্ৰতিমাহে ৭,৮০০ কোটি টকা দিব Google-য়ে; AI-ৰ দৌৰত ইলন মাস্কৰ সংস্থাৰ ওপৰত কিয় ইমান ভৰসা?

June 6, 2026 1:27 pm
শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd