• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, May 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

প্ৰায় ১০ ফুট ওখ মানৱ অৱয়বৰ কি এয়া? স্তম্ভিত প্ৰত্যক্ষদৰ্শীঃ চাওক ভিডিঅ’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 12, 2024 6:25 pm
10-Foot-Tall Human Like Creatures Brazil
64.7k
VIEWS
Share on FacebookShare on Twitter

সময়ে সময়ে বিশ্বৰ বিভিন্ন প্ৰান্তত বহিঃবিশ্বৰ প্ৰাণী অৰ্থাৎ এলিয়েনক লৈ চলি থাকে সৰস আলোচনা। এলিয়েন প্ৰত্যক্ষ কৰা বুলি চলে গুজৱ। পুনৰ সামাজিক মাধ্যমত আৰম্ভ হৈছে এনে চৰ্চা।

সম্প্ৰতি সামাজিক মআধ্যমত আলোড়নৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এটা ভিডিঅ’। ভিডিঅ’টোত মানুহৰ অৱয়বৰ দুই বিশালকায় জীৱক দেখিবলৈ পোৱা গৈছে। এই দৃশ্য ব্ৰাজিলৰ।

নিউয়ৰ্ক পোষ্টৰ এক প্ৰতিবেদন অনুসৰি, এই দুই অৱয়ব প্ৰায় ১০ ফুট ওখ আৰু দক্ষিণ-পূব ব্ৰাজিলৰ উপকূলৰ পৰা তিনি কিলোমিটাৰতকৈও অধিক দূৰৈৰ দ্বীপ ইলহা ডো মেলত দেখা গৈছিল।

এটা পাহাৰৰ ওপৰত অৱয়ব দুটাক দেখা পোৱাৰ পিছতে স্থানীয় লোকসকলৰ মাজত আতংকৰ। দেখাত মানুহ যেন লাগিলেও অৱয়ব দুটাৰ উচ্চতাৰ বাবে প্ৰত্যক্ষদৰ্শীসকল অৱয়ব দুটা মানুহ বুলি পতিয়ন যোৱা নাই।

ভিডিঅ’টো সামাজিক মাধ্যমত ভাইৰেল হৈ পৰাৰ পিছতে নেটিজেনৰ মাজত ব্যাপক চৰ্চা চলিছে। পাহাৰৰ ওপৰৰ পৰা এক অৱয়বে খোজকাঢ়ি নামি যোৱা পৰিলক্ষিত হৈছে।

Another claim of seeing “8-10 foot aliens” in a matter of days but this time it’s on tape

Some hikers in Brazil took this video. Can anyone translate what they are saying? pic.twitter.com/sHLa00Lh7C

— Louis KC (@notlouisck) January 11, 2024

তড়িৎ গতিৰে পাহাৰৰ পৰা নামি যোৱা দৃশ্য দেখি একাংশ নেটিজেনে এয়া এলিয়েন বুলি দাবী কৰিছে। মানুহৰ বাবে এনে গতিৰে পাহাৰৰ পৰা নামি অহা সম্ভৱ নহয় বুলি তেওঁলোকে যুক্তি দিছে।

আনকি ব্ৰাজিলৰ পাৰানাৰ প্ৰাদেশিক চৰকাৰেও ভিডিঅ’টো শ্বেয়াৰ কৰিছে। অৱশে অৱয়ব দুটা সঁচাকৈয়ে এলিয়েনৰ নেকি, সেয়া নিশ্চিত কৰা হোৱা নাই।

লক্ষণীয়ভাৱে, শেহতীয়াকৈ আমেৰিকাৰ মিয়ামিতো ১০ ফুট ওখ এনে এক অৱয়বে খোজ কাঢ়ি যোৱা বুলি দাবী কৰি একাংশ লোকে এক ভিডিঅ’ শ্বেয়াৰ কৰিছিল।

Recent News

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

ভাৰতীয় সেনাৰ অভিযানক সকলোকে নিঃচৰ্ত সমৰ্থন জনোৱাৰ আহ্বান সাংসদ অজিত কুমাৰ ভূঞাৰ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

সীমান্তত অনুপ্ৰৱেশৰ অপচেষ্টা কৰা ৭ টা সন্ত্ৰাসবাদী নিহত, পাক ৰেঞ্জাৰৰ পোষ্টো ধ্বংস- জনালে BSF-এ

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

বেলুচ বিদ্ৰোহীয়ে দখল কৰিলে কুৱেটা! পাকিস্তানী সৈন্যবাহিনীৰ পলায়ন

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

কেন্দ্ৰৰ নিৰ্দেশত এক্স-য়ে ভাৰতত বন্ধ কৰিছে ৮ হাজাৰৰো অধিক একাউণ্ট

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd