• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

শাৰীৰিক সম্পৰ্ক অস্বীকাৰ মানসিক নিষ্ঠুৰতা; বিবাহ বিচ্ছেদ বিচাৰিব পাৰে স্বামীয়ে! উচ্চ ন্যায়ালয়

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 13, 2024 9:29 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে পৰ্যবেক্ষণ কৰে যে পত্নীয়ে স্বামীৰ সৈতে কোনো কাৰণ নোহোৱাকৈ যৌন সম্পৰ্ক স্থাপন কৰিবলৈ অস্বীকাৰ কৰাটো এক প্ৰকাৰৰ মানসিক ‘নিষ্ঠুৰতা’, যাৰ বাবে স্বামীয়ে বিবাহ বিচ্ছেদ বিচাৰিব পাৰে।

আদালতে ৰায় দিছে যে কোনো ধৰণৰ শাৰীৰিক অক্ষমতা বা বৈধ কাৰণ নোহোৱাকৈ দীৰ্ঘ সময়ৰ বাবে একপক্ষীয়ভাৱে যৌন সম্পৰ্ক অস্বীকাৰ কৰাটো মানসিক নিষ্ঠুৰতাৰ সমান বুলি গণ্য হ’ব পাৰে।

লগতে পঢ়কঃ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সময়ত গুৱাহাটীত ৰাইজৰ সৈতে মত বিনিময় কৰিব ৰাহুল গান্ধীয়ে

Apply Now

বিবাহ বিচ্ছেদৰ গোচৰত মধ্যপ্ৰদেশ উচ্চ ন্যায়ালয়ে কয় যে পত্নীয়ে স্বামীৰ সৈতে কোনো কাৰণ নোহোৱাকৈ যৌন সম্পৰ্ক স্থাপন কৰিবলৈ অস্বীকাৰ কৰাটো এক প্ৰকাৰৰ ‘নিষ্ঠুৰতা’। ই বিবাহ বিচ্ছেদৰ বৈধ ভিত্তি।

এই পৰ্যবেক্ষণৰ লগে লগে ন্যায়াধীশ শীল নাগু আৰু ন্যায়াধীশ বিনয় ছৰফৰ বিভাগীয় বিচাৰপীঠে পৰিয়াল আদালতৰ পূৰ্বৰ নিৰ্দেশ বাতিল কৰি স্বামীক পত্নীৰ পৰা বিবাহ বিচ্ছেদ বিচৰাৰ অনুমতি দিয়ে।

উল্লেখ্য যে ২০০৬ চনৰ ১২ জুলাইত এক দম্পতিৰ বিবাহ হয়। স্বামীয়ে অভিযোগ কৰে যে পত্নীয়ে দীৰ্ঘদিন ধৰি কোনো কাৰণ নোহোৱাকৈ যৌন সম্পৰ্কত আপত্তি কৰি আহিছিল। ই এক প্ৰকাৰৰ নিষ্ঠুৰতা।

লগতে পঢ়কঃয়েমেনক আক্ৰমণ চলাই বিপদত পৰিছে বাইডেন; উভতি ধৰিলে কোনে?

স্বামীয়ে বিবাহ বিচ্ছেদৰ বাবে পৰিয়াল আদালতত আবেদন জনায়। কিন্তু আদালতে স্বামীৰ আবেদন মঞ্জুৰ নকৰাৰ বাবে ইয়াৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আবেদন জনায়। অৱশ্যে পত্নীয়ে স্বামীৰ এই দাবীৰ বিৰোধিতা কৰে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বিজেপি প্ৰাৰ্থীৰ সৈতে কংগ্ৰেছ প্ৰাৰ্থীৰ অবৈধ প্ৰেম, ন্যায় বিচাৰি ছ’চিয়েল মিডিয়াযোগে মুখ্যমন্ত্ৰীক গোচৰ ভুক্তভোগী পত্নীৰ

বিজেপি প্ৰাৰ্থীৰ সৈতে কংগ্ৰেছ প্ৰাৰ্থীৰ অবৈধ প্ৰেম, ন্যায় বিচাৰি ছ’চিয়েল মিডিয়াযোগে মুখ্যমন্ত্ৰীক গোচৰ ভুক্তভোগী পত্নীৰ

August 7, 2026 6:22 pm
বানপীড়িত অঞ্চললৈ হৰদত্ত বীৰদত্ত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সাহায্য

বানপীড়িত অঞ্চললৈ হৰদত্ত বীৰদত্ত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সাহায্য

August 7, 2026 6:11 pm
ৰাষ্ট্ৰীয় জলক্ৰীড়া প্ৰতিযোগিতাত অসমৰ সোণালী আৰম্ভণি : কস্তুৰী গগৈয়ে আজুৰি আনিলে প্ৰথমটোৰ সোণৰ পদক

ৰাষ্ট্ৰীয় জলক্ৰীড়া প্ৰতিযোগিতাত অসমৰ সোণালী আৰম্ভণি : কস্তুৰী গগৈয়ে আজুৰি আনিলে প্ৰথমটোৰ সোণৰ পদক

August 7, 2026 5:09 pm
বান সাহায্য সংগ্ৰহক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ তীব্ৰ সমালোচনা ডিৱাইএফআইৰ ; কেন্দ্ৰক হেঁচা দি বান সমস্যাৰ স্থায়ী সমাধানৰ দাবী

বান সাহায্য সংগ্ৰহক লৈ মুখ্যমন্ত্ৰীৰ মন্তব্যৰ তীব্ৰ সমালোচনা ডিৱাইএফআইৰ ; কেন্দ্ৰক হেঁচা দি বান সমস্যাৰ স্থায়ী সমাধানৰ দাবী

August 7, 2026 4:12 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপি প্ৰাৰ্থীৰ সৈতে কংগ্ৰেছ প্ৰাৰ্থীৰ অবৈধ প্ৰেম, ন্যায় বিচাৰি ছ’চিয়েল মিডিয়াযোগে মুখ্যমন্ত্ৰীক গোচৰ ভুক্তভোগী পত্নীৰ

বিজেপি প্ৰাৰ্থীৰ সৈতে কংগ্ৰেছ প্ৰাৰ্থীৰ অবৈধ প্ৰেম, ন্যায় বিচাৰি ছ’চিয়েল মিডিয়াযোগে মুখ্যমন্ত্ৰীক গোচৰ ভুক্তভোগী পত্নীৰ

August 7, 2026 6:22 pm
বানপীড়িত অঞ্চললৈ হৰদত্ত বীৰদত্ত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সাহায্য

বানপীড়িত অঞ্চললৈ হৰদত্ত বীৰদত্ত জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সাহায্য

August 7, 2026 6:11 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd