• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইডিয়ে চতুৰ্থবাৰৰ বাবে চমন পঠিয়ালে কেজৰিৱালক; এইবাৰ বৃদ্ধি পাইছে গ্ৰেপ্তাৰৰ আশংকা!

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
January 13, 2024 12:26 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আবকাৰী দুৰ্নীতিৰ গোচৰত পুনৰ চমন অৰবিন্দ কেজৰিৱালক প্ৰৱৰ্তনকাৰী সঞ্চালকালয় (ইডি)ৰ। তেওঁক ১৮ জানুৱাৰীত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে।

এই গোচৰত ৩ জানুৱাৰীত দিল্লীৰ মুখ্যমন্ত্ৰীক তলব কৰা হৈছিল। কিন্তু কেজৰিৱালে ইয়াৰ কোনো সঁহাৰি নিদিলে। চমন ‘অবৈধ’ বুলি দাবী কৰি তেওঁ হাজিৰ হোৱাৰ পৰা আঁতৰি থাকে।

আম আদমী পাৰ্টিয়ে স্পষ্ট কৰি দিছিল যে কেৱল তেওঁক গ্ৰেপ্তাৰ কৰাৰ উদ্দেশ্যে বাৰে বাৰে চমন জাৰি কৰা হৈছে। আৰু সেইবাবেই তেওঁ উপস্থিত নাছিল।

Apply Now

উল্লেখ্য যে ইডিয়ে দিল্লী আবকাৰী দুৰ্নীতিৰ গোচৰত ইতিমধ্যে দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়া আৰু আপৰ সাংসদ সঞ্জয় সিঙক গ্ৰেপ্তাৰ কৰিছে। আন এজন মন্ত্ৰী ৰাজকুমাৰ আনন্দৰ ঘৰতো তালাচী চলোৱা হয়।

লগতে পঢ়কঃ নট আউট ১১২! ইতিমধ্যে ৭ বাৰ বিবাহিত, তাৰ পিছতো পুনৰ বিয়াত বহিব বিচাৰে এই ‘যুৱতী’!

ইণ্ডিয়া মিত্ৰজোঁটৰ তৎপৰতাৰ মাজতে কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ আশংকাক লৈ আপৰ ভিতৰচ’ৰাত জোকাৰণি সৃষ্টি হৈছে। ইতিমধ্যে দলৰ নেতা আতিশী মাৰ্লেনাই গ্ৰেপ্তাৰৰ আশংকা প্ৰকাশ কৰিছিল। আন এজন আপ নেতা ৰাঘৱ চাড্ডাইও কয় যে বিজেপিয়ে কেজৰীক গ্ৰেপ্তাৰ কৰাৰ “পৰিকল্পনা” কৰিছে।

ইয়াৰ মাজতে শনিবাৰে পুনৰ কেজৰিৱালৰ ওচৰ পালে ইডিৰ চমন। ফলত আপ শিবিৰত তেওঁৰ গ্ৰেপ্তাৰক লৈ আশংকা বাঢ়িছে।

ইপিনে, গেৰুৱা শিবিৰে চমনৰ কোনো সঁহাৰি নিদিয়াৰ বাবে কটাক্ষ কৰিবলৈ এৰা নাই। গেৰুৱা শিবিৰৰ মুখপাত্ৰ শ্বেহজাদ পুনাৱালাই কয় যে দিল্লীৰ মুখ্যমন্ত্ৰীয়ে নিশ্চয় এই গোচৰত কিবা এটা লুকুৱাবলৈ চেষ্টা কৰিছে। সেইবাবেই তেওঁ বাৰে বাৰে উপস্থিত থকাৰ পৰা বিৰত থাকে।

লগতে পঢ়কঃ শাৰীৰিক সম্পৰ্ক অস্বীকাৰ মানসিক নিষ্ঠুৰতা; বিবাহ বিচ্ছেদ বিচাৰিব পাৰে স্বামীয়ে! উচ্চ ন্যায়ালয়

উল্লেখ্য যে ২ নৱেম্বৰ আৰু ২১ ডিচেম্বৰত ইডিৰ চমনৰ কোনো উত্তৰ নিদিলে কেজৰীৱালে। ইয়াৰ পিছত ২২ ডিচেম্বৰত পুনৰ তেওঁক এখন জাননী প্ৰেৰণ কৰা হয়। সেইদৰে ৩ জানুৱাৰীত আম আদমি পাৰ্টিৰ মুৰব্বীগৰাকীয়ে হাজিৰ হোৱাৰ কথা আছিল। কিন্তু তেওঁ সেয়া এৰাই চলে। এইবাৰ ১৮ জানুৱাৰীত তেওঁ কি পদক্ষেপ গ্ৰহণ কৰে সেই বিষয়টোৱে ৰাজনৈতিক মহলত চাঞ্চল্যৰ সৃষ্টি কৰিছে। 

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

প্ৰথমে এগৰাকী নিপুণ মাতৃ হওক তাৰ পিছত আইএএছ-ৰ সপোন দেখক: উত্তৰ প্ৰদেশৰ ৰাজ্যপালৰ পৰামৰ্শ

July 10, 2026 4:06 pm
অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

অসম বাজেট ২০২৬-২৭: লাচিত বৰফুকন, কুশল কোঁৱৰৰ ওপৰত চলচ্চিত্ৰ নিৰ্মাণৰ বাবে ধন আগবঢ়াব চৰকাৰে

July 10, 2026 3:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd