• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 6, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গুৰগাঁৱত গুলীয়াই হত্যা, হাৰিয়ানাৰ ডোঙাৰ পৰা উদ্ধাৰ মডেল দিব্যা পাহুজাৰ মৃতদেহ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
January 13, 2024 3:12 pm
মডেল দিব্যা পাহুজাৰ মৃতদেহ উদ্ধাৰ। ফাইল ফটো।

মডেল দিব্যা পাহুজাৰ মৃতদেহ উদ্ধাৰ। ফাইল ফটো।

2.7k
VIEWS
Share on FacebookShare on Twitter

যোৱা সপ্তাহত গুৰগাঁৱৰ এখন হোটেলত ২৭ বছৰীয়া মডেল দিব্যা পহুজাক গুলীয়াই হত্যা কৰা হৈছিল। দীৰ্ঘদিন ধৰি নিখোজ হৈ থকা মডেল দিব্যা পাহুজাৰ মৃতদেহ উদ্ধাৰ কৰিছে আৰক্ষীয়ে।

দিব্যাৰ হত্যাকাণ্ডৰ অন্যতম প্ৰধান অভিযুক্ত হৈছে বলৰাজ গীল। দীৰ্ঘদিন পলাতক হৈ থকাৰ পিছত বৃহস্পতিবাৰে আৰক্ষীয়ে বলৰাজক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে তেওঁক জিম্মাত লৈ জেৰা আৰম্ভ কৰিছে।

লগতে পঢ়কঃ শাৰীৰিক সম্পৰ্ক অস্বীকাৰ মানসিক নিষ্ঠুৰতা; বিবাহ বিচ্ছেদ বিচাৰিব পাৰে স্বামীয়ে! উচ্চ ন্যায়ালয়

বাতৰি অনুসৰি, বলৰাজে আৰক্ষীক জনোৱা মতে ২ জানুৱাৰীত হত্যাকাণ্ডৰ পিছত অভিজিতে তেওঁক ১০ লাখ টকাৰ বিনিময়ত মৃতদেহ লুকুওৱাৰ দায়িত্ব দিছিল। পিছদিনা বলৰাজ আৰু তেওঁৰ বন্ধু ৰবি বাঙাই দিব্যাৰ মৃতদেহ পাটিয়ালাৰ এটা ডোঙাত (Canal) পেলাই দি আহে।

বলৰাজৰ স্বীকাৰোক্তিৰ পিছতে আৰক্ষীয়ে মৃতদেহ উদ্ধাৰৰ অভিযান চলায়। অৱশেষত আৰক্ষীয়ে হাৰিয়ানাৰ এটা ডোঙাৰ পৰা মডেল দিব্য পাহুজাৰ মৃতদেহ উদ্ধাৰ কৰে। দিব্যা পাহুজাৰ ভগ্নী নয়না পাহুজাই তেওঁৰ পিঠিৰ টেটুৰ পৰা মৃতদেহটো চিনাক্ত কৰে। গুৰগাঁও আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চৰ ডিচিপি বিজয় কুমাৰে এই কথা নিশ্চিত কৰিছে।

লগতে পঢ়কঃ নট আউট ১১২! ইতিমধ্যে ৭ বাৰ বিবাহিত, তাৰ পিছতো পুনৰ বিয়াত বহিব বিচাৰে এই ‘যুৱতী’!

গুৰগাঁও আৰক্ষীয়ে জনোৱা মতে, দিব্যাৰ পৰিয়ালে যোৱা ২ জানুৱাৰীত দিব্যাৰ নিখোজ ডায়েৰী দাখিল কৰিছিল। দিব্যাই পৰিয়ালৰ লোকক অৱগত কৰে যে তেওঁ বৰ্তমানৰ প্ৰেমিক তথা হোটেলৰ মালিক অভিজিতৰ সৈতে নৱবৰ্ষৰ দিনা ওলাই গৈছিল। ১ জানুৱাৰীৰ পৰা ২ জানুৱাৰীৰ ভিতৰত দিব্যাইও পৰিয়ালৰ সৈতে দুই এবাৰ ফোনত কথা পাতিছিল। 

Recent News

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

শিক্ষাবিদ উদয়াদিত্য ভৰালীৰ বিয়োগত চিপিআই(এম)ৰ শোক প্ৰকাশ

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

সমকামী সম্পৰ্কৰ ভয়াবহ পৰিণতি! শীতল পানীয়ত বিষ মিহলাই হত্যা নাবালক সংগীক

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

ভাৰতত নিষিদ্ধ ৰয়টাৰৰ এক্স একাউণ্ট! এই সন্দৰ্ভত কি ক’লে কেন্দ্ৰীয় চৰকাৰে

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

১৭ বছৰত ৪২খন বিশ্ববিদ্যালয়ত অধ্যয়ন! ২০ টা ডিগ্ৰীৰ অধিকাৰী কোন এই গৰাকী ভাৰতীয়

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd