• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰেমৰ কি যে অমিয়া টান! বেশভূষা সলাই প্ৰেয়সীৰ সলনি পৰীক্ষালৈ গ’ল প্ৰেমিক, বায়’মেট্ৰিকে পেলালে ফান্দত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 15, 2024 2:56 pm
Man Dressed As His Girlfriend
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

প্ৰেমৰ বাবে মানুহে কি কি নকৰে! এই যে সময়ৰ বিপক্ষেই অৱতীৰ্ণ হ’ব যুঁজত; প্ৰেমৰ বাবেই কৰি তুলিব অসম্ভৱক সম্ভৱ! প্ৰেমৰ এনে অফুৰন্ত জিদৰ নানা কাহিনী চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ থাকে।

এনে এক কাহিনীয়েই এতিয়া সামাজিক মাধ্যমত তুলিছে খলকনি। প্ৰেমৰ বাবে অসম্ভৱক সম্ভৱ কৰি তুলিবলৈ গৈ বিপাঙত পৰিছে এজন যুৱক, পৰিছে আইনী ৰোষত।

Apply Now

এই কাহিনী পঞ্জাৱৰ। নিজৰ বেশভূষা সলনি কৰি, ভুৱা পৰিচয় পত্ৰ লৈ প্ৰেয়সীৰ ৰূপ পৰীক্ষা দিবলৈ গৈ ধৰা পৰিছে প্ৰেমিক। পঞ্জাৱৰ ফৰিদকোটৰ এটা পৰীক্ষা কেন্দ্ৰত সংঘটিত হৈছে এই ঘটনা।

প্ৰকাশিত খবৰ অনুসৰি, যোৱা ৭ জানুৱাৰীত কোটকাপুৰাৰ ডি এ ভি পাব্লিক স্কুলত বাবা ফৰিদ ইউনিভাৰ্চিটি অৱ হেল্থ ছায়েন্সৰ দ্বাৰা বহুমুখী স্বাস্থ্যকৰ্মী পৰীক্ষা অনুষ্ঠিত হৈছিল।

এই পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ বাবে প্ৰ-পত্ৰ পূৰণ কৰিছিল পৰমজিৎ কৌৰ নামে এগৰাকী যুৱতীয়ে। পিছে পৰীক্ষাৰ বাবে হয়তো সম্পূৰ্ণ সাজু হোৱা নাছিল পৰমজিৎ কৌৰ।

সেয়ে প্ৰেমিকা পৰমজিৎ কৌৰৰ হৈ পৰীক্ষাত বহাৰ পৰিকল্পনা কৰে তেওঁৰ প্ৰেমিক অংগৰেজ সিঙে। তাৰ বাবে অংগৰেজ সিঙে সম্পূৰ্ণৰূপে সলনি কৰে নিজৰ বেশভূষা।

পৰমজিৎ কৌৰৰ দৰেই নিজকে যুৱতী সাজি ৰঙা বিন্দি, লিপষ্টিকসহ সম্পূৰ্ণ যুৱতীৰ সাজ-সজ্জাৰে অংগৰেজ সিং সাজু হয়। নিৰ্দিষ্ট পৰিকল্পনা মতেই অংগৰেজ সিং উপস্থিত হয় পৰীক্ষা কেন্দ্ৰত।

আৰক্ষীয়ে প্ৰকাশ কৰা মতে, অংগৰেজ সিঙে ভুৱা ভোটাৰ কাৰ্ড আৰু আধাৰ কাৰ্ড পৰ্যন্ত প্ৰস্তুত কৰি নিজকে পৰমজিৎ কৌৰ বুলি প্ৰমাণ কৰিবলৈ নিজৰ ফালৰ পৰা সকলো প্ৰচেষ্টা চলাইছিল।

কিন্তু ভাগ্য আছিল অংগৰেজ সিঙৰ প্ৰতিকূলে। নিয়মানুসাৰে অংগৰেজ সিঙে আঙুলিৰ ছাপ বায়’মেট্ৰিক ডিভাইচত দিব লগা হয়। কিন্তু সিঙৰ আঙুলিৰ ছাপ কোনোমতেই নিমিলে কৌৰৰ সৈতে।

পৰীক্ষাকেন্দ্ৰৰ বিষয়াসকলে ক্ষণিকতে ধৰা পেলায় অংগৰেজ সিঙক আৰু লগে লগে আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰে। সম্প্ৰতি সিঙৰ বিৰুদ্ধে গ্ৰহণ কৰা হৈছে আইনী ব্যৱস্থা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নেপালৰ বিধ্বংসী বানত অসমৰ ছয়জন সন্ধানহীন হোৱাৰ আশংকা; জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

নেপালৰ বিধ্বংসী বানত অসমৰ ছয়জন সন্ধানহীন হোৱাৰ আশংকা; জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

August 29, 2026 9:26 am
মৰ্গতো ঠাই নাই, ফটো আৰু ডি এন এ ৰাখি এইবাৰ গণ শৱদাহৰ পথত নেপাল চৰকাৰৰ প্ৰশাসন?

মৰ্গতো ঠাই নাই, ফটো আৰু ডি এন এ ৰাখি এইবাৰ গণ শৱদাহৰ পথত নেপাল চৰকাৰৰ প্ৰশাসন?

August 29, 2026 8:19 am
কোনো লক্ষণ নাই, কিন্তু ভিতৰি ভিতৰি নষ্ট হৈছে যকৃত! ভয়ংকৰ হাৰত বাঢ়িছে ফেটি লিভাৰ

কোনো লক্ষণ নাই, কিন্তু ভিতৰি ভিতৰি নষ্ট হৈছে যকৃত! ভয়ংকৰ হাৰত বাঢ়িছে ফেটি লিভাৰ

August 29, 2026 7:00 am
গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মাৰ আবেদন নাকচ : ছিংগাপুৰৰ ক’ৰ’নাৰ আদালতৰ প্ৰতিবেদন সংলগ্ন নকৰিলে গোচৰত

August 28, 2026 9:21 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নেপালৰ বিধ্বংসী বানত অসমৰ ছয়জন সন্ধানহীন হোৱাৰ আশংকা; জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

নেপালৰ বিধ্বংসী বানত অসমৰ ছয়জন সন্ধানহীন হোৱাৰ আশংকা; জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই

August 29, 2026 9:26 am
মৰ্গতো ঠাই নাই, ফটো আৰু ডি এন এ ৰাখি এইবাৰ গণ শৱদাহৰ পথত নেপাল চৰকাৰৰ প্ৰশাসন?

মৰ্গতো ঠাই নাই, ফটো আৰু ডি এন এ ৰাখি এইবাৰ গণ শৱদাহৰ পথত নেপাল চৰকাৰৰ প্ৰশাসন?

August 29, 2026 8:19 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd