• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ফোন এটা কৰিবলৈ দুদিন নদী পাৰ হ’বলগীয়া হৈছিল; টেষ্টত দৃষ্টি কাঢ়িলে দুৰ্গম গাঁৱৰ এই বলাৰে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 18, 2024 10:04 am
ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰ শ্বামাৰ জোচেফ।

ৱেষ্ট ইণ্ডিজৰ ক্ৰিকেটাৰ শ্বামাৰ জোচেফ।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে অভিষেক মেচ খেলিছে। তাকো এডিলেইডত। প্ৰথম দিনাই সকলোৰে দৃষ্টি কাঢ়িলে ৱেষ্ট ইণ্ডিজৰ শ্বামাৰ জোচেফ। তেওঁ প্ৰথমে এঘাৰ নম্বৰত বেটিং কৰিবলৈ নামি আহি গুৰুত্বপূৰ্ণ ৩৬ ৰান সংগ্ৰহ কৰে। ইয়াৰ পিছত তেওঁ বলিঙত ২টা উইকেট দখল কৰে।

প্ৰথমে বেটিং কৰি ৱেষ্ট ইণ্ডিজে শ্বামাৰৰ গুৰুত্বপূৰ্ণ বৰঙণিৰে ১৮৮ ৰান সংগ্ৰহ কৰি ইনিংছৰ অন্ত পেলায়। দিনটোৰ শেষত অষ্ট্ৰেলিয়াই ২টা উইকেট হেৰুৱাই ৫৯ ৰান সংগ্ৰহ কৰে।

কেৰিবিয়ান দ্বীপপুঞ্জৰ এখন দুৰ্গম গাঁৱত জন্মগ্ৰহণ কৰিছিল শ্বামাৰে। ২০২৩ চনলৈকে তেওঁ প্ৰতিযোগিতামূলক ক্ৰিকেট খেলা নাছিল। শ্বামাৰৰ জন্ম হৈছিল গায়ানা দ্বীপৰ বাৰাকাৰা নামৰ এখন গাঁৱত। পাঁচজন ভাতৃ আৰু তিনিজনী ভগ্নীৰ এটা ডাঙৰ পৰিয়ালত তেওঁ জন্মগ্ৰহণ কৰিছিল।

Apply Now

লগতে পঢ়কঃ বাহ আফগানিস্তান! চিন্নাস্বামীত সৰ্বকালৰ শ্ৰেষ্ঠ টী-২০! দুটা ছুপাৰ অভাৰৰ অন্তত বিজয় ভাৰতৰ

২০১৮ চনলৈকে সেই গাঁৱত ফোন বা ইণ্টাৰনেট নাছিল। সেই সকলোবোৰ নাৱেৰে দুদিনৰ যাত্ৰাৰ পিছত পোৱা গৈছিল। ইয়াৰ পিছতহে শ্বামাৰে ক্ৰিকেটৰ সোৱাদ পাইছিল। আগতে গাঁৱত টেপ বল ক্ৰিকেট খেলিছিল। খুব কম ঘৰতে টিভি আছিল। শ্বামাৰে তাতেই কাৰ্টলী এম্ব্ৰ’জ আৰু কৰ্টনী ৱালছৰ খেল চাইছিল।

শ্বামাৰে পৰিয়ালটোক আৰ্থিকভাৱে সহায় কৰাৰ বাবে নিৰাপত্তাৰক্ষী হিচাপেও কাম কৰিছিল। তেওঁৰ দুবছৰীয়া ল’ৰা এটাও আছে। কিন্তু সেই দায়িত্ব কান্ধত বহন কৰাৰ পিছতো খেলৰ প্ৰতি শ্বামাৰৰ আকৰ্ষণ কমি যোৱা নাছিল। সেই আকৰ্ষণৰ বাবেই হঠাৎ চাকৰি এৰি ক্ৰিকেটত মনোনিৱেশ কৰে।

প্ৰথম শ্ৰেণীৰ দল গুয়েনা হাৰ্পি ঈগলছত স্থান লাভ কৰে শ্বামাৰে। তেওঁ ২০২৩ চনত সেই দলৰ হৈ তিনিখন মেচত ৯টা উইকেট দখল কৰিছিল। তেওঁৰ প্ৰতিভাই নিৰ্বাচকসকলৰ দৃষ্টি আকৰ্ষণ কৰিছিল। অৱশেষত ৱেষ্ট ইণ্ডিজ দলত স্থান লাভ কৰিলে শ্বামাৰে। তেওঁ দক্ষিণ আফ্ৰিকাৰ এ দলৰ বিৰুদ্ধেও খেলিছিল। সেই শৃংখলাত তেওঁ সৰ্বাধিক উইকেট দখল কৰিছিল। এইবাৰ অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে টেষ্ট শৃংখলাত স্থান লাভ কৰিলে।

FIRST BALL!

Shamar Joseph gets Steve Smith with his first ball in Tests! #OhWhatAFeeling | @Toyota_Aus | #AUSvWI pic.twitter.com/XLelMqZHrG

— cricket.com.au (@cricketcomau) January 17, 2024

বুধবাৰৰ পৰা আৰম্ভ হৈছে অষ্ট্ৰেলিয়ান বনাম ৱেষ্ট ইণ্ডিজৰ প্ৰথমখন টেষ্ট। এই মেচত প্ৰথমবাৰৰ বাবে অ’পেনাৰ হিচাপে খেলিছিল ষ্টিভ স্মিথে। শ্বামাৰে স্মিথক আউট কৰি নিজৰ প্ৰথমটো উইকেট ল’লে। টেষ্টত সেইটোও শ্বামাৰৰ প্ৰথমটো বল। মাৰ্নাছ লাবুচেনৰ উইকেটতো তেওঁ লয়। প্ৰথম দিনটোৰ শেষত ৱেষ্ট ইণ্ডিজক যুঁজখনত বৰ্তাই ৰাখিছে শ্বামাৰেই।

লগতে পঢ়কঃৰাজহুৱা স্থানত কাৰোবাক ‘পাগল’ বুলি কোৱাটো কোনো অপৰাধ নহয়: এলাহাবাদ উচ্চ ন্যায়ালয়

তেওঁ যেতিয়া বেটিং কৰিবলৈ ওলাই আহিছিল তেতিয়া ৱেষ্ট ইণ্ডিজে ৯ উইকেটত ১৩৩ ৰান কৰিছিল। একাদশ বেটছমেন হিচাপে বেটিং কৰি শ্বামাৰে ৪১টা বলত ৩৬ ৰান সংগ্ৰহ কৰি দলটোক ১৮৮ ৰানলৈ লৈ যায়। সংগী আছিল কেমাৰ ৰ’চ। তেওঁ ১৭ ৰানত অপৰাজিত হৈ থাকে। ৱেষ্ট ইণ্ডিজৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহ কৰে কিৰ্ক মেকেঞ্জীয়ে। তেওঁ ৫০ ৰান সংগ্ৰহ কৰে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm
ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

September 10, 2026 4:09 pm
মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

মুম্বাই-গোৱা ঘাইপথ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ নকৰে নীতিন গাডকাৰীয়ে! কিয় ল’লে এই সিদ্ধান্ত?

September 10, 2026 3:00 pm
শৰণাৰ্থী বুলি ভাবি পাকিস্তানী ক্ৰিকেটাৰসকলক ঘেৰাও! ব্ৰিটেইনত প্ৰতিবাদক কেন্দ্ৰ কৰি চাঞ্চল্য

শৰণাৰ্থী বুলি ভাবি পাকিস্তানী ক্ৰিকেটাৰসকলক ঘেৰাও! ব্ৰিটেইনত প্ৰতিবাদক কেন্দ্ৰ কৰি চাঞ্চল্য

September 10, 2026 2:38 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

অতিথিশালাত ২০ দিনৰ মূৰত দম্পতীৰ ৰহস্যমৃত্যু, উদ্ধাৰ মৃতদেহ! সন্ধান ওলাল ‘অপহৃত’ যুৱতীৰ

September 10, 2026 5:16 pm
ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

ক্ৰিকেটত তিষ্ঠিবই পৰা নাই, হকীত আৰু দুৰ্দশা; পাকিস্তানক ১৯ গ’ল দি থকাসৰকা কৰিলে ভাৰতে

September 10, 2026 4:09 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd