• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভাৰত জোড়ো ন্যায় যাত্ৰাৰ বিৰুদ্ধে গোচৰঃ চৰকাৰৰ ‘উদ্ধত আচৰণ’ক গৰিহণা অসম নাগৰিক সমাজৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 19, 2024 5:11 pm
Bharat Jodo Nyay Yatra
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ৰাহুল গান্ধীৰ নেতৃত্বত ভাৰত জোড়ো ন্যায় যাত্ৰা কালি অসমত প্ৰৱেশ কৰে। তাৰ পিছতে অসম আৰক্ষীয়ে এই যাত্ৰাৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছে।

অসম আৰক্ষীৰ এই কাৰ্যক গৰিহণা দিছে অসম নাগৰিক সমাজে। এক বিবৃতি যোগে অসম নাগৰিক সমাজে এই কাৰ্যৰ জৰিয়তে অসম চৰকাৰে উদ্ধত আচৰণ কৰা বুলি অভিযোগ কৰিছে।

Apply Now

বিবৃতিটোত কোৱা হৈছে, “আমি দেখিছো আমগুৰি আৰু যোৰহাটত অগণন ৰাইজে ৰাহুল গান্ধীক বিপুলভাৱে আদৰণি জনাইছে। যোৰহাট চহৰৰ মাজেদি যাত্ৰাটো পাৰহৈ যাওঁতে কিবা অসুবিধাবশতঃ বোধহয় প্ৰশাসনে নিৰ্দ্ধাৰণ কৰি দিয়া যাত্ৰাপথৰ সামান্য সলনি হৈছিল।”

কিন্তু ইয়াৰ বাবে ক’তো কোনো অপ্ৰীতিকৰ ঘটনা ঘটা নাছিল তথা যাত্ৰাটো চহৰখনৰ মাজেৰে উলহমালহেৰে শান্তিপূৰ্ণভাৱে পাৰ হৈ গৈছিল বুলি নাগৰিক সমাজে উল্লেখ কৰে।

“কিন্তু, আমি গম পাইছোঁ যে সেই সৰু কথাটোৰ কাৰণে কাঢ়া ধাৰা সংযুক্ত কৰি জনৈক যাত্ৰা আয়োজকৰ নামত এজাহাৰ দিয়া হৈছে। এনেয়েও আমি লক্ষ কৰিছোঁ আৰম্ভণিৰে পৰা কিবা নহয় অজুহাতত যাত্ৰাটোত বিভিন্ন ধৰণে হেঙাৰ সৃষ্টি কৰিবলৈ চৰকাৰে চেষ্টা কৰি আহিছে।”- নাগৰিক সমাজে কয়।

অসম নাগৰিক সমাজৰ মতে, শাসকীয় দলটোৱে যেতিয়াই তেতিয়াই য’তে মন যায় তাতে মানুহ গোট খুৱাব পাৰে, শোভাযাত্ৰা কৰিব পাৰে। কিন্তু আনে আইন মানি কিবা এটা কৰিলেও তেওঁলোকৰ জগৰ লাগে।

আচলতে ন্যায় যাত্ৰাটো যাতে অসমৰ মাজেৰে সুকলমে পাৰ হৈ যাব নোৱাৰে আৰু তাত যাতে মানুহে সহজে অংশগ্ৰহণ কৰিব নোৱাৰে তাৰ কাৰণে চৰকাৰে নানা অভিসন্ধিৰ সৃষ্টি কৰিছে বুলিও অসম নাগৰিক সমাজে অভিযোগ কৰে।

নাগৰিক সমাজে চৰকাৰৰ এই কাৰ্যক সম্পূৰ্ণৰূপে অসাংবিধানিক আৰু অগণতান্ত্ৰিক তথা প্ৰতিশোধ পৰায়ণ ৰাজনীতিৰ এয়া এক জলন্ত উদাহৰণ আখ্যা দিয়ে।

বিজেপি চৰকাৰৰ এই দৃষ্টিভংগী আৰু কাৰ্যই ভাৰত জোড়ো ন্যায় যাত্ৰাৰ যুক্তিযুক্ততা আৰু প্ৰাসংগিকতাকে প্ৰতিপন্ন কৰিছে বুলিও বিবৃতিটোত উল্লেখ কৰা হৈছে।

“আমি চৰকাৰৰ এই উদ্ধত আচৰণক কঠোৰ ভাষাত গৰিহণা দিওঁ আৰু অসমৰ সকলো অংশৰ জনসাধাৰণক শান্তিপূৰ্ণভাৱে দলে বলে ভাৰত জোড়ো ন্যায় যাত্ৰাত অংশগ্ৰহণ কৰি ইয়াক সফল কৰি তুলিবলৈ আহ্বান জনাওঁ।”- বিবৃতিটোত লগতে কোৱা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

July 11, 2026 9:44 am
অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

July 11, 2026 8:52 am
শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

শেষ মুহূৰ্তত মেৰিনোৰ নিৰ্ণায়ক গ’ল; বেলজিয়ামক পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিলে স্পেইনে

July 11, 2026 7:39 am
১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

১৪ বছৰীয়া ফুটবল কেৰিয়াৰৰ সামৰণি, বিশ্বকাপৰ বিফলতাৰ পিছতেই বুটযোৰ খুলি থ’লে ছাডিঅ’ মানেই

July 10, 2026 8:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

ই ২০ পেট্ৰ’লে ৫ শতাংশ হ্ৰাস কৰে বাহনৰ মাইলেজ; অৱশেষত স্বীকাৰ কৰিলে পেট্ৰলিয়াম মন্ত্ৰালয়ে

July 11, 2026 9:44 am
অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

অভিনেতা ৰাজপাল যাদৱক ৩ মাহৰ কাৰাদণ্ড; চেক বাউন্স গোচৰত দিল্লী উচ্চ ন্যায়ালয়ে দিলে ৰায়

July 11, 2026 8:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd