• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 3, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

নাগৰিকত্ব বিধেয়ক সন্দৰ্ভত বিধানসভাৰ বিশেষ অধিৱেশনৰ দাবী বিৰোধী দলপতিৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
May 14, 2018 7:37 am
Debabrata-Saikia

অসম বিধানসভাৰ বিৰোধী দলপতি দেবব্ৰত শইকীয়া : ফাইল ফটো

101
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত আলোচনাৰ বাবে অসম বিধানসভাৰ বিশেষ অধিৱেশন অনুষ্ঠিত কৰাৰ দাবী কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

অসম চুক্তিৰ ৬ নং দফাৰ ওপৰত আলোচনাৰ বাবে আব্দুল খালেকৰ দ্বাৰা উত্থাপিত সদস্যৰ ব্যক্তিগত এটা পৰি ৰোৱা প্ৰস্তাৱ সৰ্বসন্মতি ক্ৰমে অনুমোদন  জনোৱাৰ অৰ্থে বিধানসভাৰ বিৰোধী দলপতিগৰাকীয়ে বিশেষ অধিৱেশনৰ দাবী কৰিছে।

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যপালক শীঘ্ৰেই বিধানসভাৰ বিশেষ অধিৱেশন আহ্বান কৰিবলৈ দাবী জনায় শইকীয়াই। দেওবাৰে তেওঁ কয় যে নাগৰিকত্ব সংশোধনী বিধেয়কে ৰাজ্যত সৃষ্টি কৰা পৰিৱেশ আৰু মুখ্যমন্ত্ৰীৰ গা-এৰা মনোভাৱৰ প্ৰতি লক্ষ্য ৰাখি অসমৰ সকলো বিধায়ক অসম চুক্তি কাৰ্যকৰী কৰিবৰ বাবে একত্ৰিত হোৱাটো জৰুৰী হৈ পৰিছে।

বিৰোধী দলপতি গৰাকীয়ে পুনৰ কয় যে যিহেতু মুখ্যমন্ত্ৰীয়ে প্ৰয়োজনত পদত্যাগ কৰিম বুলিও কৈছে, গতিকে বিশেষ অধিৱেশন অনুষ্ঠিত কৰিবৰ বাবে মুখ্যমন্ত্ৰীয়ে আগ-ভাগ লোৱাটো উচিত।

উল্লেখোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়ক সন্দৰ্ভত আন কিছুমান দল-সংগঠনেও বিধানসবাৰ বিশেষ অধিৱেশনৰ দাবী কৰিছে। বিগত এমাহ ধৰি নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ অসমৰ পৰিস্থিতি উত্তাল হৈ পৰিছে।

যুটীয়া সংসদীয় সমিতিয়ে অসমলৈ শুনানিৰ বাবে আহোতে গুৱাহাটীত অসমৰ আটাইবোৰ জাতীয় দল-সংগঠনে বিধেয়কখনৰ বিৰোধিতা কৰি সমিতিৰ আগত মতামত প্ৰদান কৰিছে।

Recent News

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

পখিলাৰ ৰঙেৰে জকমকাইছে ভাৰতৰ এখন ৰাজ্য! কেৰালাৰ আৰালাম বনাঞ্চলত স্থাপিত হ’ল ভাৰতৰ প্ৰথম পখিলা অভয়াৰণ্য

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

কোকৰাঝাৰত তপাৰ মূৰত চুলি গজোৱাৰ পৰা বঞ্চিত পংকজ পাঠক, আৰক্ষীয়ে দিলে পহুখেদা

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

অসমৰ প্ৰধান মুখ্য বন সংৰক্ষকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া আৰম্ভ কৰিবলৈ নিৰ্দেশ পৰিবেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয়ৰ

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

ওলা-উবেৰ আদিৰ বাবে চৰকাৰৰ নতুন নিৰ্দেশনা: পিক-আৱাৰত দুগুণ ভাড়া আদায়ৰ অনুমতি

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd