• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

অচিন দেশৰ অজান কথা! দৰিদ্ৰ দেশৰ ৰজাৰ ১৬ গৰাকী পত্নী; সকলোৰে আছে বেলেগ বেলেগ গাড়ী

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 28, 2024 2:56 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আফ্ৰিকা মহাদেশৰ এখন সৰু দেশ শ্বাৱাজিলেণ্ড (Swaziland)। তাত  নাগৰিকসকলৰ জীৱনশৈলী অতি সাধাৰণ যদিও ৰজাই প্ৰাইভেট জেটত যাত্ৰা কৰে। কেৱল সেয়াই নহয়, ১৬ গৰাকী পত্নীৰ বাবে ১১৯ কোটি টকাৰ গাড়ীও কিনি দিছে। আচৰিত যেন লাগিলেও সঁচা।

পঞ্চাশতম জন্মদিনত ৰজাই দেশৰ নামেই সলনি কৰি দিলে। সমগ্ৰ বিশ্বতে এই ঘটনা বিৰল। ২০১৮ চনৰ ৫০ সংখ্যক স্বাধীনতা দিৱসত বৰ্তমানৰ ৰজা তৃতীয় মস্বতীয়ে ঘোষণা কৰিছিল যে শ্বাজিলেণ্ডৰ নতুন নাম হ’ব ইছৱাতিনি। সম্পূৰ্ণ নাম হ’ব দ্য কিংডম অৱ ইছৱাটিনি। স্বাধীনতাৰ ৫০ বছৰত সেই দেশৰ জনসাধাৰণেও ঔপনিৱেশিক নামটো স্বদেশী নামলৈ সলনি কৰি অতি আনন্দিত হৈছিল।

কিন্তু ২০১৭ চনত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদত ৰজা ইছৱাটিনিৰ নাম ব্যৱহাৰ কৰা হয়। দেশখনৰ নাম সলনিৰ বিষয়ে ব্যাখ্যা কৰি ৰজাই কয় যে পৃথিৱীৰ যিকোনো দেশ ভ্ৰমণ কৰা লোকসকলক ভুলতে ছুইজাৰলেণ্ডৰ বাসিন্দা বুলি গণ্য কৰা হয়। বহু সময়ত তেওঁলোকে পৰিচয় সংকটৰ সন্মুখীন হ’বলগীয়া হয়। এই কাৰণেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।

Apply Now
ফটোঃ সংগ্ৰহীত।

এজন ৰজা হৈছে সামগ্ৰিকভাৱে এই দেশৰ মূৰব্বী। তেওঁ যি কয় আৰু যি কৰে সেয়া দেশৰ বিধান। দেশ পৰিচালনাৰ দায়িত্ব ৰজাৰ দায়িত্ব। দেশৰ জনসাধাৰণে ৰজাক একতাৰ প্ৰতীক বুলি গণ্য কৰে।

কিন্তু আমোদজনক কথাটো হ’ল ইছৱাটিনিৰ ৰজাৰ প্ৰতি বছৰে এটাকৈ বিবাহ হয়। সেই দেশৰ ৰজাসকলৰ বাবে বিবাহ এক প্ৰকাৰৰ মনোৰঞ্জন। বৰ্তমান ৰজাৰ ১৬ গৰাকী পত্নী আৰু ৩৫ টা সন্তান আছে। এই ৰজা জীয়াই থকালৈকে প্ৰতি বছৰত এবাৰকৈ বিয়া কৰিব। এই ৰজাৰ পিতৃ দ্বিতীয় মস্বতীৰ ৭০ জনতকৈ অধিক পত্নী আৰু ১৫০ জন পুত্ৰ-কন্যা আছিল।

ফটোঃ সংগ্ৰহীত।

শ্বাজিলেণ্ডৰ ৰজাসকলক “দ্য লায়ন্স” বুলি জনা যায়। তেওঁলোকৰ পৰম্পৰাগত সাজ-পোছাকেও তেওঁলোকৰ পৰিচয় বহন কৰে। বিবাহৰ বাবে পত্নী বাছনি কৰাৰ পদ্ধতিও বেলেগ। প্ৰতি বছৰে আগষ্ট মাহত তেওঁলোকে এটা উৎসৱৰ আয়োজন কৰে। যাক ৰিট নৃত্য বুলি কোৱা হয়। আঠ দিনীয়া এই উৎসৱত প্ৰায় ৪০ হাজাৰ কুমাৰী ছোৱালীয়ে অংশগ্ৰহণ কৰে। তেওঁলোকে নিজৰ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰি নৃত্যৰ লগতে মাতৃভাষাত গান গাই ভাগ লয়। এই উৎসৱত তেওঁলোকৰ গীত-নৃত্য দেখাৰ পিছত ৰজাই চল্লিশ হাজাৰ সুন্দৰীৰ ভিতৰত এগৰাকীক বাছনি কৰি লয় আৰু তেওঁকে বিয়া পাতে।

ফটোঃ সংগ্ৰহীত।

শ্বাজিলেণ্ড তথা দ্য কিংডম অৱ ইছৱাটিনিৰ শাসক ৰজা মস্বতীয়ে ভাৰত ভ্ৰমণ কৰি গৈছে। ২০১৫ চনত তেওঁ ১৫ গৰাকী পত্নী, সন্তান আৰু ১০০ গৰাকী পৰিচাৰিকাৰ সৈতে ভাৰত-আফ্ৰিকা সন্মিলনত অংশগ্ৰহণ কৰিবলৈ আহিছিল। দিল্লীৰ এখন ফাইভ ষ্টাৰ হোটেলত তেওঁলোকৰ বাবে ২০০টা কোঠা বুকিং কৰা হৈছিল।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

June 6, 2026 12:32 pm
যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

যন্তৰ মন্তৰত প্ৰতিবাদৰ অনুমতি পালে কক্ৰোচ জনতা পাৰ্টিয়ে: নিৰাপত্তাৰ বাবে মোতায়েন ২,০০০ আৰক্ষী

June 6, 2026 11:21 am
লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

লণ্ডনত মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ অনুষ্ঠানত বাধা ছাত্ৰৰ, ক্ষুব্ধ ভাৰতীয় উচ্চায়ুক্ত

June 6, 2026 10:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

শ্বটৰ পিছতো তেওঁ ওঁঠৰ পৰা চুম্বন আঁতৰোৱা নাছিল নায়কে! চাঞ্চল্যকৰ অভিযোগ অভিনেত্ৰী প্ৰিয়াৰ

June 6, 2026 12:39 pm
প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

প্ৰতিকূলতাক নেওচি সফলতাৰ শিখৰত কৃষ্ণা জয়শংকৰ: শ্বটপুটত আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল ভাৰতীয় কন্যা

June 6, 2026 12:32 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd