• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশিষ্ট কবি হৰেকৃষ্ণ ডেকাৰ কবিতা- ৩০ জানুৱাৰী

হৰেকৃষ্ণ ডেকা by হৰেকৃষ্ণ ডেকা
January 30, 2024 9:26 am
561
VIEWS
Share on FacebookShare on Twitter

৩০ জানুৱাৰী

 

তুমি যি দিনটোত ছহীদ হৈছিলা সেই দিনটো

তোমাৰ চৰম ত্যাগৰ দিন।

এটা ভাৰতীয় দিন অগনন ভাৰতীয়ই

তোমাৰ নামত উছৰ্গা কৰিছিল।

এজন ভাৰতীয়ই তোমাক হত্যা কৰিছিল

হেনো ভাৰতক ৰক্ষা কৰিবলৈ।

কিন্তু তোমাৰ হত্যাৰ দিনা আন কোটি কোটি মানুহে

কান্দিছিল।

সেইদিনা তোমাৰ মৃত্যুত যিসকলে মনে মনে

হাততালি দিছিল,

সেইসকলো আজি মৃত।

কিন্তু সিহঁতৰ ছায়াবোৰ এতিয়াও আন্ধাৰৰ পৰা ওলাই আহে

আৰু তোমাক পুণৰ হত্যা ক’ৰে।

তোমাৰ বাবে উৎসৰ্গিত সেই দিনটো যদি আজি

সিহঁতৰ ছায়াবোৰে কাঢ়ি নিব খোজে

তুমি অসহায়,

কাৰণ তুমি মাথোঁ আজি প্ৰতীক।

কিন্তু তুমি কৈছিলা নৈতিক ব’লৰ কথা।

মৌন জনতাৰ কোটি কোটি মনে

সেই বলো বাৰু হেৰুৱালেনে?

———-

Recent News

ন্যায়াধীশ হোৱাৰ স্বপ্ন বাদ দি দ্বিতীয় কনিষ্ঠ সাংসদ; তাৰকা ক্ৰিকেটাৰ ৰিংকুৰ হ’বলগীয়া পত্নীক চিনি পায়নে?

ন্যায়াধীশ হোৱাৰ স্বপ্ন বাদ দি দ্বিতীয় কনিষ্ঠ সাংসদ; তাৰকা ক্ৰিকেটাৰ ৰিংকুৰ হ’বলগীয়া পত্নীক চিনি পায়নে?

JEE Advanced পৰীক্ষাৰ ফলাফল ঘোষণা; জানি লওক কাটঅফ আৰু গুৰুত্বপূৰ্ণ তাৰিখ

JEE Advanced পৰীক্ষাৰ ফলাফল ঘোষণা; জানি লওক কাটঅফ আৰু গুৰুত্বপূৰ্ণ তাৰিখ

ৰাছিয়াৰ বিমান ঘাটিত ইউক্ৰেইনৰ ভয়ংকৰ ড্ৰ’ন আক্ৰমণ; ধ্বংস ৪০ খনতকৈও অধিক যুদ্ধ বিমান

ৰাছিয়াৰ বিমান ঘাটিত ইউক্ৰেইনৰ ভয়ংকৰ ড্ৰ’ন আক্ৰমণ; ধ্বংস ৪০ খনতকৈও অধিক যুদ্ধ বিমান

TATA IPL 2025: আহমেদাবাদত জিকিল পঞ্জাৱ, আঁতৰিল মুম্বাই; ফাইনেলত দেখা পোৱা নাযাব ৰোহিত-কোহলিৰ যুঁজ

TATA IPL 2025: আহমেদাবাদত জিকিল পঞ্জাৱ, আঁতৰিল মুম্বাই; ফাইনেলত দেখা পোৱা নাযাব ৰোহিত-কোহলিৰ যুঁজ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd