• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 21, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

জাতিংগা-হাৰাংগাজাও ঘাইপথ মেৰামতিক লৈ নিৰ্বিকাৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষ

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
May 14, 2018 1:26 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা কেইবা দিন ধৰি হোৱা নেৰানেপেৰা বৰষুণত ভূমিস্খলনৰ লগতে পাহাৰীয়া নৈৰ পানী বৈ আহি জাতিংগা-হাৰাংগাজাও ঘাইপথত যানবাহন চলাচল ব্যাহত হৈ পৰিছিল।  অৱশ্যে, দুদিন ধৰি বৰষুণ নোহোৱা কাৰণে যানবাহনৰ চলাচল আৰম্ভ হৈছে যদিও পথ মেৰামতি নোহোৱাৰ বাবে যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছে।

আনহাতে, এই পথছোৱা মেৰামতি নকৰাৰ বাবে প্ৰত্যক্ষভাৱে ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষকে সকলোৱে দায়ী কৰিছে। বিশেষকৈ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ গুৱাহাটীত থকা আঞ্চলিক কাৰ্যালয়েই ইয়াৰ বাবে প্ৰধানকৈ জগৰীয়া।

Apply Now

একেদৰে ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ হাফলং প্ৰজেক্ট ইমপ্লিমেন্ট ইউনিট চমুকৈ পিইইউৰ প্ৰকল্প সঞ্চালক কাৰ্গে কামকিৰ দায়িত্বহীনতাকো দোষাৰোপ কৰিছে ৰাইজে।

ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষৰ আঞ্চলিক কাৰ্যালয়ৰ মুখ্য মহাপ্ৰৱন্ধক ৰাজ চক্ৰৱৰ্তী  জাতিংগা-হাৰাংগাজাও ঘাইপথৰ মেৰামতিৰ বাবে যোৱা বছৰ হাৰাংগাজাওত উপস্থিত হৈ ঘাইপথৰ বুজ ল’লেও ইয়াৰ পাছত আঞ্চলিক কাৰ্যালয়টোৰ পৰা কোনেও পাহাৰ অভিমুখে অহা নাই।

আনহাতে, প্ৰকল্প সঞ্চালক কাৰ্গে কামকি মাহটোৰ বেছিভাগ সময় জিলাৰ বাহিৰত থকাত সমস্যাৰ সৃষ্টি হৈছে। যাৰ কাৰনে যোৱা প্ৰায় আঠ বছৰেও ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই  জাতিংগা-হাৰাংগাজাও ঘাইপথ নিৰ্মাণ কৰাত সক্ষম হোৱা নাই।

ঘাইপথ নিৰ্মাণৰ বাহিৰেও মাথোঁ পঁচিশ কিলোমিটাৰৰ বৰ্তমান পথটো সুচল ৰখাত সম্পূৰ্ণ ভাৱে ব্যৰ্থ হৈছে ঘাইপথ কৰ্তৃপক্ষ। চৰকাৰে যদিও উক্ত পথৰ কাৰণে কোটি কোটি টকাৰ ধন আবন্টন দিছে বাস্তৱত কিন্তু পথৰ সামগ্ৰিক অৱস্থাৰ উন্নয়ন হোৱা নাই। যোৱা ডিচেম্বৰ মাহৰ পৰা জাতিংগা-হাৰাংগাজাও ঘাইপথ নিৰ্মাণৰ দায়িত্বত আছে শিলচৰৰ লক্ষ্মী মটৰ্চ নামৰ এটা সংস্থা।

লক্ষ্মী মটৰ্চে যোৱা ছ’মাহে প্ৰায় দুই কোটি টকাৰ বিনিময়ত মাথোঁ কেই কিলোমিটাৰমান পথত অলপ শিলগুটি-মাটি পেলাই মেৰামতি কৰি বিল আদায় কৰিবলৈ সক্ষম হয়। অথচ সংস্থাটোৰ ব্যৰ্থতাক লৈ মৌন ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ গুৱাহাটীত থকা আঞ্চলিক কাৰ্যালয়। অভিযোগ অনুসৰি এই ক্ষেত্ৰত লক্ষ্মী মটৰ্চক সহায় কৰিছে  ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ হাফলং প্ৰজেক্ট ইমপ্লিমেন্ট ইউনিটৰ প্ৰকল্প সঞ্চালক কাৰ্গে কামকি আৰু কনচালটেন্সি সন্থা আইচিটিয়ে। এই সকলৰ আশীৰ্বাদত নতুনকৈ কোনো ধৰণৰ নিবিদা আহ্বান নকৰাকৈয়ে লক্ষ্মীক প্ৰায় তিনি কোটি টকাৰ কাম আগবঢ়োৱা হৈছে।

প্ৰাপ্ত তথ্য অনুসৰি যোৱা ২৮ ফেব্ৰুৱাৰী তাৰিখে প্ৰকল্প সঞ্চালক কাৰ্গে কামকিয়ে শিলচৰৰ লক্ষ্মী মটৰ্চৰ নামত দু’খন ৱৰ্ক অৰ্ডাৰ দিয়ে য’ত এখন বেইলি সেতু নিৰ্মাণ আৰু বাৰিষাৰ আগে আগে ঘাইপথ সুচল কৰি তোলাৰ দায়িত্ব দিয়া হয়। কিন্তু  সামান্য বৰষুণতে জাতিংগা-হাৰাংগাজাও ঘাইপথ বন্ধ হৈ যোৱাটো এতিয়া নিয়মত পৰিণত হৈছে।

উল্লেখ্য যে ইয়াৰ পূৰ্বে কাম আগুৱাই নিয়াত ব্যৰ্থ হোৱা কাৰণে জে কে এম ইনফ্ৰা নামৰ নিৰ্মাণ সংস্থাটোৰ ঠিকা বাতিল কৰা হৈছিল। বৰ্তমান জে কে এম ইনফ্ৰা আৰু ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণ কৰ্তৃপক্ষৰ মাজত আদালতত মোকৰ্দমা চলি আছে।

পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘মোৰ জনপ্ৰিয়তাত আপোনাৰ কি যায়!.. নিজৰটোত মন দিয়ক’; ট্ৰাম্পক প্ৰত্যুত্তৰ মেল’নিৰ

‘মোৰ জনপ্ৰিয়তাত আপোনাৰ কি যায়!.. নিজৰটোত মন দিয়ক’; ট্ৰাম্পক প্ৰত্যুত্তৰ মেল’নিৰ

June 21, 2026 10:03 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 21, 2026 8:53 am
কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

কিয় এই হতাশা? পৰীক্ষাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে আৰু দুগৰাকী NEET পৰীক্ষাৰ্থীয়ে ল’লে চৰম সিদ্ধান্ত

June 21, 2026 8:33 am
কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

কমলা ৰঙৰ ধুমুহাত বিধ্বস্ত ছুইডেন; পাঁচটা গ’ল দি গ্ৰুপৰ শীৰ্ষস্থান দখল কৰিলে নেদাৰলেণ্ডে

June 21, 2026 7:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘মোৰ জনপ্ৰিয়তাত আপোনাৰ কি যায়!.. নিজৰটোত মন দিয়ক’; ট্ৰাম্পক প্ৰত্যুত্তৰ মেল’নিৰ

‘মোৰ জনপ্ৰিয়তাত আপোনাৰ কি যায়!.. নিজৰটোত মন দিয়ক’; ট্ৰাম্পক প্ৰত্যুত্তৰ মেল’নিৰ

June 21, 2026 10:03 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 21, 2026 8:53 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd