• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিশিষ্ট কবি নীলমণি ফুকনৰ ‘পাহৰিব নোৱৰিলোঁ যি’ উন্মোচন

এন ই নাও নিউজ by এন ই নাও নিউজ
May 14, 2018 3:05 pm
ATTACHMENT
341
VIEWS
Share on FacebookShare on Twitter

কবিতাও যে জীৱনৰ অন্য এক ৰূপ তাক সকলোকে বুজাই দিয়া ঋষিতুল্য কবি নীলমণি ফুকনৰ বয়স এতিয়া প্ৰায় চাৰিকুৰি পাঁচবছৰ। দৃষ্টিশক্তি ধূসৰপ্ৰায়। কিন্তু স্মৃতিশক্তি এতিয়াও সজীৱ আৰু তীক্ষ্ণ।সেই স্মৃতি ৰোমন্থন কৰিয়েই শ্ৰুতলিপি দিয়া ঋষিতুল্য কবি নীলমণি ফুকনৰ আত্মকথা তথা কবিৰ ভাষাত তেওঁৰ শেষ কিতাপ ‘পাহৰিব নোৱাৰিলো যি’ৰ দেওবাৰে উন্মোচন কৰা হয়।

কবিৰ আশ্ৰম সদৃশ ঘৰত নিৰ্বাচিত কেইগৰাকীমান ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত গ্ৰন্থ উন্মোচনী অনুষ্ঠানটোত কবি নীলমণি ফুকনে কয়— ‘এইখন গ্ৰন্থ মই নিলিখিলোঁহেঁতেন, কিন্তু হৰেকৃষ্ণ ডেকাই অহৰহ কৈ আছিল লিখিবলৈ। তেওঁৰ কথা এৰাব নোৱাৰিয়েই এই কিতাপখন লিখিবলৈ লৈছিলোঁ মই’।

তেওঁ ক’লে দেৰগাঁৱৰপৰা উভতি অহাৰ পথত হীৰেন গোহাঁইক জাগীৰোডত লগ পাইছিলোঁ।তেওঁ ক’লে যে আপোনাৰ মুখৰ ভাষাটো ভাল, সেয়ে সেই ভাষাৰেই আপুনি আত্মকথা লিখি উলিযাওক আৰু মই এই কিতাপখন লিখিলো। গোহাঁই বহুত ডাঙৰ ডাঙৰ কামত ব্যস্ত থাকে। তেওঁ দেওবাৰে ইয়াত উপস্থিত থকাটোৱেই মোৰ বাবে ডাঙৰ কথা’।

আনহাতে অনুষ্ঠানটোত বিশিষ্ট চিন্তাবিদ ড০ হীৰেন গোহাঁয়ে কয়— ‘ফুকন দাদাই যে ক’লে আমি ডাঙৰ ডাঙৰ কামত ব্যস্ত থাকোঁ, আচলতে যিবোৰ ৰাজনৈতিক কাম আমি কৰোঁ, সেইবোৰ সময়ৰ প্ৰবাহে এদিন উটুৱাই নিব আৰু আজি যথেষ্ট গুৰুত্বপূৰ্ণ বুলিয়েই দেহে-কেহে লাগি কৰা কামটোও এদিন তেনেই তুচ্চ হৈ পৰিব। থাকি যাব এই ধৰণৰ কাম-ফুকন দাদাই কৰা কাম’।

উল্লেখযোগ্য যে  অনুষ্ঠানটোত কবি হৰেকৃষ্ণ ডেকা, আনিছ উজ জামানকে ধৰি অন্যান্যসকলেও নীলমণি ফুকনৰ সান্ন্ধ্যৰ   বিষয়ে চমু আলোকপাত কৰে।

তৰুণ কবি মৃদুল হালৈ আৰু বৃন্দা পেগুৱে অনুলেখন কৰা ‘পাহৰিব নোৱৰিলোঁ যি’ প্ৰকাশ কৰি উলিয়াইছে বনলতাই।

Recent News

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

পঞ্জাৱ নেছনেল বেংকৰ কেলেংকাৰীত জড়িত নেহাল মোদীক আমেৰিকাত গ্ৰেপ্তাৰ

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

ইংলেণ্ডত নতুন অভিলেখ গঢ়িলে ১৪ বছৰীয়া বৈভৱ সূৰ্যবংশীয়ে

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

চাৰিটা ইনিংছত তৃতীয়টো দৰ্শনীয় শতকৰে ইংলেণ্ডৰ বিৰুদ্ধে দমনীয় প্ৰদৰ্শন শুভমন গীলৰ

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

এখন দেৱালত চাৰি লিটাৰ ৰং ব্যৱহাৰৰ বাবে প্ৰয়োজন ২৩৩ জন ৰাজমিস্ত্ৰীৰ! বিদ্যালয়ৰ বিল দেখি চকু উঠিল কপালত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd