• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, July 4, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

বিজ্ঞাপনৰ ‘ললিতাজী’, ‘উড়ান’ খ্যাত অভিনেত্ৰী কবিতা চৌধুৰীৰ হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 16, 2024 3:20 pm
কবিতা চৌধুৰী। ফাইল ফটোঃ সংগ্ৰহীত।

কবিতা চৌধুৰী। ফাইল ফটোঃ সংগ্ৰহীত।

1.3k
VIEWS
Share on FacebookShare on Twitter

আকৌ মনোৰঞ্জন জগতত শোকৰ ছাঁ। এইবাৰ `ললিতাজী’ৰ দেহাৱসান। হৃদৰোগত আক্ৰান্ত হৈ পৰলোকপ্ৰাপ্তি ঘটিছে প্ৰসিদ্ধ অভিনেত্ৰী কবিতা চৌধুৰীৰ। টেলিভিছনৰ অনুষ্ঠান উড়ান আৰু ডিটাৰজেন্ট পাউদাৰৰ বিজ্ঞাপনত ললিতাজীৰ চৰিত্ৰত অভিনয় কৰি বিখ্যাত হৈ পৰিছিল কবিতা চৌধুৰীয়ে। ৬৭ বছৰ বয়সত তেওঁৰ মৃত্যু হয়।

বৃহস্পতিবাৰে অমৃতসৰৰ নিজ বাসগৃহত কবিতা চৌধুৰীৰ মৃত্যু হয়। অভিনেতা অনংগ দেশাইয়ে সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ আগত কয় যে `আজি পুৱাই মই গম পালোঁ যে কবিতা আৰু নাই। যোৱা নিশা তেওঁৰ মৃত্যু হয়। এইটো এটা অতি দুখজনক ঘটনা। নেচনেল স্কুল অৱ ড্ৰামাত তেওঁ আমাৰ সতীৰ্থ আছিল। আমি আমাৰ প্ৰশিক্ষণৰ সময়ছোৱাত এন এছ ডিত তিনি বছৰ একেলগে পঢ়িছিলো। কবিতা, মই, সতীশ কৌশিক, অনুপম খেৰ, গোবিন্দ নামদেৱ একেটা বেচতে একেলগে আছিলোঁ।‘

লগতে পঢ়কঃ প্ৰাক্তন পত্নীৰ অত্যাচাৰত অতিষ্ঠ! থানাত এজাহাৰ দাখিল মহাভাৰতৰ ‘কৃষ্ণ’ নীতিশ ভৰদ্বাজৰ

উড়ানৰ জৰিয়তে দৃষ্টি আকৰ্ষণ কৰিছিল কবিতা চৌধুৰীয়ে। ১৯৮৯ চনত মুক্তি লাভ কৰিছিল উড়ান। আই পি এছ বিষয়া কল্যাণী সিঙৰ চৰিত্ৰত তেওঁক দেখা গৈছিল। তেওঁ এই অনুষ্ঠানটো লিখিছিল আৰু পৰিচালনাও কৰিছিল। ভগ্নী কাঞ্চন চৌধুৰী ভট্টাচাৰ্যৰ জীৱনৰ আধাৰত নিৰ্মিত আছিল উড়ান।

একেদৰে আশী-নব্বৈৰ দশকত বিখ্যাত বিজ্ঞাপনত ললিতাজীৰ চৰিত্ৰত অভিনয় কৰিছিল। সেই সময়ত কবিতা যথেষ্ট বিখ্যাত আছিল। এগৰাকী স্মাৰ্ট গৃহিণীৰ চৰিত্ৰত অভিনয় কৰিছিল। যিজনে কেৱল নিজৰ ধন খৰচ কৰাত মিতব্যয়ী আৰু সদায় সঠিক সামগ্ৰী পছন্দ কৰে।

লগতে পঢ়কঃ  আৰু কি লাগে? মূত্ৰৰ পৰাই জ্বলিব লাইট, ঘূৰিব ফেন! আই আই টিৰ বিজ্ঞানীৰ চমক

অৱশ্যে এই সন্দৰ্ভত এক সাক্ষাৎকাৰ ভাইৰেল হৈ পৰে। তেওঁ সেই সময়ত কৈছিল, ললিতাজীৰ দৰে চৰিত্ৰ, যিটো মোৰ ব্যক্তিত্বৰ লগত কোনোধৰণে খাপ নাখায়। তথাপিও মই অনুভৱ কৰো যে মই কণ্ঠ হ’বলৈ সক্ষম হ’লোঁ। 

Recent News

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

লণ্ডনৰ পাৰ্টিত এটা ফ্ৰেমতে মালিয়া-মোডী; গান জুৰিলে ‘আই ডিড ইট মাই ৱে’, দেখি ক্ষুব্ধ ভাৰতীয়

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

আমাজনৰ প্ৰতিষ্ঠাপক জেফ বেজোছে বিয়াৰ পাছতেই বিক্ৰী কৰিলে ৬,৩০০ কোটি টকীয়া শ্বেয়াৰ

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

ধনীৰ হাতত ৪০ শতাংশ সম্পদ! বিশ্লেষকৰ দৃষ্টিত বৈষম্যৰ ভাৰত; ব্ৰিটিছৰ দিনতকৈও ভয়াৱহ দেশৰ পৰিস্থিতি

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

নাড্ডাৰ পিছত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদত এইবাৰ নিৰ্মলা? চৰ্চাত আৰু দুগৰাকীৰ নাম

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd