• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 24, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

অটুট বন্ধন! বন্ধুত্বৰ চিন স্বৰূপে কিমৰ বাবে গাড়ী উপহাৰ পঠিয়ালে পুটিনে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 20, 2024 12:09 pm
ফাইল ফটোঃ সংগ্ৰহীত।

ফাইল ফটোঃ সংগ্ৰহীত।

502
VIEWS
Share on FacebookShare on Twitter

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে উত্তৰ কোৰিয়াৰ নেতা কিম জং উনক তেওঁৰ ব্যক্তিগত ব্যৱহাৰৰ বাবে এখন গাড়ী উপহাৰ দিছে। যোৱা দেওবাৰে উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদ মাধ্যমে এই খবৰ প্ৰকাশ কৰিছে।

উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদ সংস্থা কেচিএনএ-ই জনোৱা মতে, ৰাছিয়াত নিৰ্মিত গাড়ীখন ১৮ ফেব্ৰুৱাৰীত কিমৰ শীৰ্ষ বিষয়াৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছিল। কেচিএনএ বাতৰি প্ৰকাশ কৰিছে যে কিমৰ ভগ্নীয়ে পুটিনক ইয়াৰ বাবে ধন্যবাদ জনাইছে। তেওঁ কয়, এই গাড়ীখন কিম আৰু পুটিনৰ মাজত ঘনিষ্ঠ সম্পৰ্কৰ চিন।

লগতে পঢ়কঃ নতুন উচ্চতাত টাটা, ইচ্ছা কৰিলে গোটেই পাকিস্তানখনকে কিনি ল’ব পাৰে! কিয় এই তুলনা?

অৱশ্যে প্ৰতিবেদনত গাড়ীখন কেনেকুৱা বা ৰাছিয়াৰ পৰা গাড়ীখন কেনেদৰে অনা হৈছে সেই সন্দৰ্ভত কোনো সবিশেষ তথ্য প্ৰকাশ কৰা হোৱা নাই। জনা যায় যে গাড়ীৰ প্ৰতি কিমৰ বহুত কৌতুহল আছে।

উল্লেখ্য যে কিমৰ হাতত বিলাসী বিদেশী গাড়ীৰ সংগ্ৰহ আছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ৰপ্তানি নিষেধাজ্ঞা উলংঘা কৰি কিমে বিলাসী বিদেশী গাড়ী কেনেদৰে ব্যৱহাৰ কৰে তাক লৈ সন্দেহৰ সৃষ্টি হৈছে। কিমৰ সংগ্ৰহত থকা বেছিভাগ গাড়ীয়েই বিদেশৰ পৰা সৰবৰাহ কৰা বুলি অনুমান কৰা হৈছে। 

Recent News

অগ্নিবীৰক বচাবলৈ জাপ দিলে নদীত; ছিকিমত মৃত্যু ৬ মাহ পূৰ্বে যোগদান কৰা সেনা বিষয়া শশাংকৰ

অগ্নিবীৰক বচাবলৈ জাপ দিলে নদীত; ছিকিমত মৃত্যু ৬ মাহ পূৰ্বে যোগদান কৰা সেনা বিষয়া শশাংকৰ

আমলখিৰ উপকাৰিতা জানো আহক

আমলখিৰ উপকাৰিতা জানো আহক

চকুৰ যত্ন ল’ব কেনেকৈ? জানো আহক চকুৰ স্বাস্থ্য সম্পৰ্কে কিছু কথা

চকুৰ যত্ন ল’ব কেনেকৈ? জানো আহক চকুৰ স্বাস্থ্য সম্পৰ্কে কিছু কথা

‘‘য়েটছ এলিয়টতকৈও ডাঙৰ কবি আছিল’’ : কটন বিশ্ববিদ্যালয়ত অধ্যাপক ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামীৰ বক্তৃতা

‘‘য়েটছ এলিয়টতকৈও ডাঙৰ কবি আছিল’’ : কটন বিশ্ববিদ্যালয়ত অধ্যাপক ৰঞ্জিৎ কুমাৰ দেৱ গোস্বামীৰ বক্তৃতা

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd