• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আইন উলংঘা কৰি গুজৰাটলৈ নিয়া হৈছে ত্ৰিপুৰাৰ হাতী; বিতৰ্কত আম্বানীৰ এন জি অ’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 22, 2024 8:33 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মোডী-শ্বাহৰ ৰাজ্য গুজৰাটত পৰ্যটকৰ আকৰ্ষণ বৃদ্ধিৰ বাবে ত্ৰিপুৰাৰ পৰা জাকে জাকে পঠোৱা হৈছে হাতী! তাতেই সৃষ্টি হৈছে বিতৰ্কৰ। অভিযোগ অনুসৰি শেহতীয়াকৈ ত্ৰিপুৰাৰ বিজেপি চৰকাৰে আম্বানীৰ বেনামী এন জি অ’ৰ জৰিয়তে ৰাষ্ট্ৰীয় ঘাইপথেৰে ১২টা হাতী পঠিয়াইছে।

এই খবৰ হয়তো পোহৰলৈ নাহিলেই হয়। কিন্তু ১৮ ফেব্ৰুৱাৰীত যেতিয়া হাতীকেইটা ত্ৰিপুৰা সীমান্ত পাৰ হৈ অসমৰ পাথাৰকান্দিত উপস্থিত হয়, তেতিয়াই প্ৰথমে অসমৰ বন বিভাগৰ কৰ্মচাৰীৰ জৰিয়তে সাংবাদিকসকলে ঘটনাটো জানিব পাৰে।

ৰাধেকৃষ্ণ মন্দিৰ হস্তী কল্যাণ ট্ৰাষ্ট নামৰ এটা বেচৰকাৰী সংস্থা আছে। আম্বানী গ্ৰুপেই ইয়াৰ মূল পৃষ্ঠপোষক বুলি জনা যায়। এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ বন্যপ্ৰাণী পৰিবহণৰ বাবে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ বিশেষ অনুমোদনৰ প্ৰয়োজন।

Apply Now

লগতে পঢ়কঃ বিজেপি চৰকাৰৰ দিনত ৰাজ্যত বৃদ্ধি পালে ১২,৭১,৩৬২ জন নিৱনুৱা – অখিল গগৈ

কেৱল সেয়াই নহয়, উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশৰ নেতৃত্বত গঠিত এখন উচ্চ ক্ষমতাসম্পন্ন কমিটীৰ পৰামৰ্শত এই অনুমোদন দিয়া হয়। ৰাজ্যত থকা নিৰ্দিষ্ট বন্যপ্ৰাণীৰ প্ৰজাতিৰ সন্দৰ্ভত ৰাজ্য অনুসৰি তদন্ত কৰি কমিটীয়ে পৰামৰ্শ আগবঢ়ায়।

কিন্তু, অভিযোগ কৰা হৈছে যে এই ক্ষেত্ৰত কোনো নিয়ম মানি চলা হোৱা নাই। ত্ৰিপুৰা বন্যপ্ৰাণী কল্যাণ সমিতিৰ নামত হাতীক “পোহনীয়া” হিচাপে অনুজ্ঞাপত্ৰ দিয়া হৈছে। কিন্তু, এই সকলোবোৰ হাতীৰ প্ৰকৃত মালিক চৰকাৰ।

কিছুদিন পূৰ্বে হাতীকেইটাক বাৰখন বিশেষ বাহনত গুজৰাটৰ জামনগৰৰ এখন অভয়াৰণ্যলৈ প্ৰেৰণ কৰা হৈছিল। সেইবোৰ এতিয়াও ৰাস্তাতে আছে। বন বিভাগৰ সূত্ৰ অনুসৰি জামনগৰত উপস্থিত হ’বলৈ কমেও ১৫ দিন সময় লাগিব।

লগতে পঢ়কঃ ৬টা বলত ৬টা ছয়! শাস্ত্ৰী, যুৱৰাজ, ৰুতুৰাজৰ পিছত এইবাৰ কনিষ্ঠ হিচাপে কৃতিত্ব আন এক ভাৰতীয়ৰ

জনা যায় যে কেন্দ্ৰীয় চৰকাৰে বন্যপ্ৰাণী সংৰক্ষণ আইন কঠোৰ কৰাৰ পিছত আৰু পোহনীয়া হাতীক কাঠৰ লগ টানিবলৈ বা আন কোনো অতিৰিক্ত শ্ৰম কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰিব। শোভাযাত্ৰাত বা পৰ্যটনৰ উদ্দেশ্যে হাতী ব্যৱহাৰৰ ক্ষেত্ৰতো বাধা আৰোপ কৰা হৈছে। হাতীৰ স্বাস্থ্যসন্মত খাদ্য, আৱাস, যত্ন আদিৰ ক্ষেত্ৰতো নিয়ম আছে।

হাতীৰ মালিক আৰু মাউতসকলে হাতীকেইটাক পোহপাল দিব নোৱাৰা বুলি বনবিভাগক গতাই দিছে। এন জি অ’ সমূহে এই হাতীবোৰ অতি সস্তাতে ক্ৰয় কৰিছে। এইবাৰ আম্বানিৰ পৃষ্ঠপোষকতাত চলা এন জি অ’ৰ নাম আহিছে। কিন্তু আইন অমান্য কৰি হাতী সৰবৰাহৰ বিষয়টোও পোহৰলৈ আহিছে।

লগতে পঢ়কঃ তিতা হ’লেও কিন্তু মিঠা : জানো আহক তিতা কেৰেলাৰ উপকাৰিতা

উল্লেখ্য যে ২০২২ চনৰ পশু লোকপিয়ল অনুসৰি ত্ৰিপুৰাত মুঠ পোহনীয়া হাতীৰ সংখ্যা আছিল ৭৪টা। জানিব পৰা মতে, এই পৰ্যন্ত ২৩টা হাতী গুজৰাটলৈ প্ৰেৰণ কৰা হৈছে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্প প্ৰশাসনৰ এআই নীতি উপদেষ্টা পদৰ পৰা পদত্যাগৰ ঘোষণা ভাৰতীয় মূলৰ শ্ৰীৰাম কৃষ্ণনৰ!

ট্ৰাম্প প্ৰশাসনৰ এআই নীতি উপদেষ্টা পদৰ পৰা পদত্যাগৰ ঘোষণা ভাৰতীয় মূলৰ শ্ৰীৰাম কৃষ্ণনৰ!

June 7, 2026 11:08 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 7, 2026 10:13 am
১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

১৯ বছৰতেই শ্ৰেষ্ঠত্বৰ খিতাপ; ইতিহাস ৰচনা কৰি ফ্ৰেন্স অ’পেনৰ নতুন ৰাণী মীৰা আন্দ্ৰেভা

June 7, 2026 9:33 am
অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

অভিযন্তাৰ ঘৰত তালাচী চলাই চকু কপালত উঠিল ভিজিলেন্সৰ; গণি গণি শেষ কৰিব পৰা নাই বিষয়াসকলে!

June 7, 2026 8:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্প প্ৰশাসনৰ এআই নীতি উপদেষ্টা পদৰ পৰা পদত্যাগৰ ঘোষণা ভাৰতীয় মূলৰ শ্ৰীৰাম কৃষ্ণনৰ!

ট্ৰাম্প প্ৰশাসনৰ এআই নীতি উপদেষ্টা পদৰ পৰা পদত্যাগৰ ঘোষণা ভাৰতীয় মূলৰ শ্ৰীৰাম কৃষ্ণনৰ!

June 7, 2026 11:08 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

June 7, 2026 10:13 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd