• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, June 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মৃত্যু কৃষক-আৰক্ষী কৰ্মীৰ; ২ দিনৰ বাবে স্থগিত কৃষকৰ ‘দিল্লী চলো’ অভিযান

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 22, 2024 10:19 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীত চলি আছে কৃষক আন্দোলন। কৃষকসকলে আন্দোলন তীব্ৰ কৰি তুলিছে। একাধিক দাবীৰে চলি আছে এই আন্দোলন। আন্দোলনৰ মাজতে এজন কৃষকৰ মৃত্যু হয়। বুধবাৰে হাৰিয়ানাৰ খানৌৰী সীমান্তত আৰক্ষী আৰু কৃষকৰ সংঘৰ্ষত কৃষকজনৰ মৃত্যু হয়।

কৃষক সংগঠন সৰ্বভাৰতীয় কিষাণ সভাই আৰক্ষীৰ বৰ্বৰতাৰ বাবে আন্দোলনত অংশগ্ৰহণ কৰা কৃষকজনে প্ৰাণ হেৰুৱালে বুলি অভিযোগ কৰিছে। অৱশ্যে হাৰিয়ানা আৰক্ষীয়ে এই অভিযোগ অস্বীকাৰ কৰে।

তাৰমাজতে দিল্লীত কৃষকসকলে দুদিনৰ বাবে স্থগিত ৰাখিছে প্ৰতিবাদী সমদল। অৱশ্যে অৱস্থান-প্ৰতিবাদ অব্যাহত থাকিব।

Apply Now

আন্দোলনকাৰী যুৱ কৃষক শুভ কৰণ সিঙৰ বুধবাৰে বিয়লি হাৰিয়ানাৰ খানৌৰীত মৃত্যু হয়। চিকিৎসালয়ৰ সূত্ৰ অনুসৰি  গুলীবিদ্ধ হৈ তেওঁৰ মৃত্যু হৈছে। অৱশ্যে চিকিৎসকসকলে মৰণোত্তৰ পৰীক্ষাৰ ৰিপৰ্টৰ বাবে অপেক্ষা কৰি আছে।

লগতে পঢ়কঃ আইন উলংঘা কৰি গুজৰাটলৈ নিয়া হৈছে ত্ৰিপুৰাৰ হাতী; বিতৰ্কত আম্বানীৰ এন জি অ’

সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ বাতৰি অনুসৰি তিনিজন লোকক চিকিৎসালয়লৈ লৈ যোৱা হৈছে। কিন্তু চিকিৎসালয়লৈ নিয়াৰ পিছতে এজন লোকৰ মৃত্যু হয়। অৱশ্যে বাকী দুজন ব্যক্তিৰ অৱস্থা গুৰুতৰ নাছিল। কৃষকসকলে আৰক্ষীৰ ফালেই অভিযোগৰ আঙুলি টোৱাইছে যদিও এই অভিযোগ নাকচ কৰে আৰক্ষীয়ে।

খানৌৰী কাণ্ডৰ পৰিপ্ৰেক্ষিতত অহা দুদিনলৈ আন্দোলন স্থগিত ৰখাৰ কথা অৱগত কৰা হৈছে। ইয়াৰ মাজতে সংগঠনসমূহে আলোচনাত বহিব। তেতিয়াহে পৰৱৰ্তী সিদ্ধান্ত লোৱা হ’ব। আন্দোলনৰ প্ৰকৃতিৰ বিষয়েও আলোচনা কৰা হ’ব। ইতিমধ্যে কৃষক সংগঠনসমূহে কেইবাটাও ৰাউণ্ড আলোচনাত বহিছে। কেন্দ্ৰৰ সৈতে চতুৰ্থ ৰাউণ্ডৰ বৈঠকৰো আয়োজন কৰা হৈছিল। কিন্তু সেই বৈঠকো নিষ্ফল আছিল। কোনো সমাধানৰ উন্মেষ ঘটা নাছিল।

বুধবাৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে যুৱ কৃষকজনৰ মৃত্যুৰ কথা নিশ্চিত কৰে। তেওঁ ভিডিঅ’টো দেখা বুলি কয় । লগতে ভিডিঅ’টো চোৱাৰ পিছত তেওঁ অতিশয় ব্যথিত হোৱা বুলিও কয়।

কৃষকজনৰ মৃত্যুৰ পিছত কেন্দ্রীয় চৰকাৰক লক্ষ্য কৰি লৈছে কেইবাটাও কৃষক সংগঠন আৰু ৰাজ্য চৰকাৰে৷ অভিযোগ অনুসৰি শুভ কিৰণ সিঙৰ মৃত্যুৰ বাবে আৰক্ষী সম্পূৰ্ণৰূপে দায়ী। যোৱা দেওবাৰে সন্ধিয়া হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল সত্তৰ বছৰীয়া মঞ্জিত সিঙৰ। ইয়াৰ পূৰ্বে ১৬ ফেব্ৰুৱাৰীত প্ৰতিবাদৰ মাজতে ৭৮ বছৰীয়া জ্ঞান সিঙৰ মৃত্যু ঘটিছিল।

লগতে পঢ়কঃ পেইনকিলাৰ পেৰাচিটামলে নষ্ট কৰিব পাৰে লিভাৰ! কি কোৱা হৈছে গৱেষণাত?

আনহাতে, কৃষকৰ প্ৰতিবাদত এজন আৰক্ষীৰো মৃত্যু হৈছে। আন্দোলনকাৰী কৃষকৰ সৈতে হোৱা সংঘৰ্ষত আহত হয় ১২ জন আৰক্ষী জোৱান। হাৰিয়ানা আৰক্ষীৰ সূত্ৰ অনুসৰি মৃত লোকজনৰ নাম বিজয় কুমাৰ। জনা যায় যে তেওঁৰ দায়িত্ব আছিল হাৰিয়ানাৰ টোহানা সীমান্তত কৃষকৰ পদযাত্ৰা ৰোধ কৰা। কৰ্তব্যৰত অৱস্থাতে তেওঁ অসুস্থ হৈ পৰে। উপ-পৰিদৰ্শকজনক পিছত চিকিৎসা কৰিও বচাব পৰা নগ’ল। উল্লেখ্য যে কৃষকৰ প্ৰতিবাদ বন্ধ কৰাৰ সময়তে এই পৰ্যন্ত মৃত্যু হৈছে তিনিজন আৰক্ষীৰ। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

June 8, 2026 10:22 am
পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

পাত্তাই নিদিলে ট্ৰাম্পৰ পৰামৰ্শক! ইৰাণৰ কেইবাটাও অঞ্চলত একেলগে এয়াৰষ্ট্ৰাইক ইজৰাইলৰ

June 8, 2026 9:31 am
ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

ডিব্ৰুগড়ৰ অসম মেডিকেল কলেজ চৌহদৰ পৰা নিৰুদ্দিষ্ট হোৱা যুৱকৰ সন্ধানত উদ্বিগ্ন পৰিয়াল

June 8, 2026 8:42 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

৮.২ প্ৰাবল্যৰ ভূমিকম্পই কঁপাইছে ফিলিপাইনছত; ভাঙি থানবান বহু ঘৰ-দুৱাৰ, জাৰি ছুনামীৰ সতৰ্কতা

June 8, 2026 11:08 am
নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

নিম্নমানৰ কীটনাশকৰ ফলত ক্ষতি; ৰাজস্থানত দুবছৰত ৫৩৫ জন কৃষকৰ মৃত্যু

June 8, 2026 10:22 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd