• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ঘড়ীৰ দাম ৪৫৬ কোটি! হীৰাৰ ওপৰত হীৰা খটোৱা বিশ্বৰ আটাইতকৈ দামী ঘড়ীটো কোন কোম্পানীৰ?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 27, 2024 3:25 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৯ চন। বিশ্বৰ আটাইতকৈ দামী ঘড়ীৰ খিতাপটো লাভ কৰিছিল চুইজাৰলেণ্ডৰ কোম্পানী পেটেক ফিলিপৰ এটা ঘড়ীয়ে। এই ঘড়ীটোৰ মূল্য আছিল ভাৰতীয় মুদ্ৰাত প্ৰায় ২২৩ কোটি। বিলাসী ঘড়ীৰ কথা আহিলে প্ৰথমে মনলৈ অহা দেশখনে হ’ল ছুইজাৰলেণ্ড। চুইজাৰলেণ্ডৰ ঘড়ী নিৰ্মাতাসকলৰ ভিতৰত অন্যতম পেটেক ফিলিপ। ‘পেটেক ফিলিপ গ্ৰেণ্ডমাষ্টাৰ চাইম ৰেফাৰেন্স ৬৩০০এ-০১০’ ঘড়ীটোৱে নিলামত বিপুল মূল্য লাভ কৰে।

কিন্তু ফিলিপৰ বহুমূলীয়া ঘড়ীটোকো পৰাভূত কৰিছে গ্ৰাফ ডাইমণ্ডছ হেলুচিনেচনে। হীৰা সজ্জিত ৰয়েল ঘড়ীটোৰ দাম ৫৫ মিলিয়ন ডলাৰ, যিটো ভাৰতীয় মুদ্ৰাত ৪৫৬ কোটি টকা।

২০১৪ চনত লণ্ডনৰ বিখ্যাত গ্ৰাফ ডাইমণ্ডছ জুৱেলাৰীয়ে হীৰা আৰু বহুমূলীয়া ৰত্ন খচিত এই ঘড়ীটো নিৰ্মাণ কৰিছিল। নাম দিয়া হৈছে গ্ৰাফ ডাইমণ্ডছ হেলুচিনেচন। ঘড়ীটোত ১১০ কেৰেট বহুৰঙী হীৰা খোদিত কৰা হৈছে। ইয়াৰ ডায়েলত অসাধাৰণ হীৰা ছেট কৰা হৈছে। বিভিন্ন ৰঙৰ হীৰা আৰু ইয়াৰ বিভিন্ন নিখুঁত ডিজাইনে ঘড়ীটোক অধিক আকৰ্ষণীয় কৰি তোলে।

Apply Now

লগতে পঢ়কঃ বৰ জংক-পংক! বিশ্বৰ বৃহত্তম ইংৰাজী শব্দটোত আছে ২ লাখ আখৰ! কওকচোন কি?

২০১৫ চনত গ্ৰাফ ডাইমণ্ডছে এনে এটা ঘড়ী মুকলি কৰিছিল যাৰ মূল্য আছিল ৩৩১ কোটি টকা। ঘড়ীটোত ১৫২ কেৰেটৰ বিভিন্ন আকাৰৰ নিখুঁতভাৱে কাটি উলিওৱা হীৰা আছিল। ঘড়ীটোৰ ডায়েলত ৩৮ কেৰেটৰ অভাল হীৰা স্থাপন কৰা হৈছিল। অৱশ্যে গ্ৰাফ হ্যালুচিনেচনৰ ডিজাইন আৰু হীৰা ডিজাইন অধিক সুন্দৰ বুলি গ্ৰাফ ডাইমণ্ডছে কয়। হেলুচিনেচন এতিয়া পৃথিৱীৰ আটাইতকৈ দামী ঘড়ী। মুঠ ৩০ গৰাকী অভিজ্ঞ ডিজাইনাৰ, ৰত্নবিদ, জুৱেলাৰীয়ে এই ঘড়ীটো নিৰ্মাণ কৰিছে।

বহুতে ঘড়ীৰ প্ৰতি অতি আকৰ্ষিত। বহুতে ঘড়ীটো কাপোৰৰ ৰঙৰ লগত মিলাই ভাল পায়। বহুতে ঘৰতে বিভিন্ন ধৰণৰ ঘড়ী সংগ্ৰহ কৰি ভাল পায়। আমাৰ দেশত দামী ঘড়ীৰ অভাৱ নাই। শ্বাহৰুখ খানৰ পৰা অনন্ত আম্বানীলৈকে দামী আৰু আড়ম্বৰপূৰ্ণ ঘড়ীৰ সংগ্ৰহত কোনেও পিছ পৰি থকা নাই।

অনন্ত আম্বানী আৰু ৰাধিকা মাৰ্চেণ্টৰ এংগেজমেণ্ট অনুষ্ঠানত অনন্ত আম্বানীৰ গ্ৰেণ্ডমাষ্টাৰ চাইমে দৃষ্টি আকৰ্ষণ কৰে। ইয়াৰ দাম ১৮ কোটি টকা। এই পেটেক ফিলিপ কোম্পানীৰ ঘড়ী বিশ্বৰ অন্যতম দামী ঘড়ী।

লগতে পঢ়কঃ টিকট কালেক্টৰ হিচাপে ধোনীৰ প্ৰথম চাকৰিৰ নিয়োগপত্ৰ ভাইৰেল; মুগ্ধ হৈ পৰিল অনুৰাগীসকল

বিলাসী আৰু জনপ্ৰিয় ব্ৰেণ্ডৰ ঘড়ী সংগ্ৰহৰ প্ৰতি আকৰ্ষণ আছে শ্বাহৰুখ খানৰ। পাঠান চিনেমাৰ প্ৰচাৰৰ দিনা শ্বাহৰুখে যিটো ঘড়ী পিন্ধিছিল সেয়া হৈছে অডিমাৰ্ছ পিগুৱেট ব্ৰেণ্ডৰ ঘড়ী, যাৰ দাম প্ৰায় ৫ কোটি টকা।

শচীন টেণ্ডুলকাৰেও সদায় ব্ৰেণ্ডেড ঘড়ী ভাল পাই আহিছে। তেওঁৰ সংগ্ৰহত বহুতো বিখ্যাত ব্ৰেণ্ডৰ ঘড়ী সন্নিবিষ্ট কৰা হৈছে। কিন্তু শচীনৰ প্ৰিয় হৈছে অডিমাৰ্ছ পিগুৱেট কনচেপ্ট ট্যুৰ বিলিয়ন। ইয়াৰ দাম প্ৰায় ডেৰ কোটি টকা।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd