• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

বৰ জংক-পংক! বিশ্বৰ বৃহত্তম ইংৰাজী শব্দটোত আছে ২ লাখ আখৰ! কওকচোন কি?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 27, 2024 11:38 am
প্ৰতিনিধিত্বমূলক ফটো।

প্ৰতিনিধিত্বমূলক ফটো।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিশ্বৰ বহু ডাঙৰ ডাঙৰ কথাক লৈ চৰ্চা চলি থাকে। সেইবোৰ গিনিজ বুক অৱ ৰেকৰ্ডছতো উল্লেখ কৰা হৈছে। আকৌ বহু সৰু সৰু কথাৰ ক্ষেত্ৰতো তেনে হয়। কিন্তু বিশ্বৰ আটাইতকৈ ডাঙৰ ইংৰাজী শব্দটো কি যদি ক’বলৈ কোৱা হয়?

মুখেৰে শব্দটো ক’বলৈ গ’লে স্বাভাৱিকতে উজুটি-বিজুতি খাব লাগিব। আৰু কাগজত লিখিবলৈ কেইবা ঘন্টা সময় লাগিব পাৰে! কাৰণ সেই শব্দটো যে ইমানেই ডাঙৰ! আনহাতে, আটাইতকৈ সৰু শব্দটোৰ লগত নিজৰে মিল বিচাৰি পাব!

পৃথিৱীৰ আটাইতকৈ চুটি শব্দটো আকৌ বহুত চুটি। এই অতি সৰু শব্দটোৰ অৰ্থও নিজৰ লগত মিলি যায়। কোনো হোৱাটছএপ অভিধানৰ শব্দ নহয়। মূল অভিধানৰ পৰা লোৱা এটা শব্দ – I মানে মই! ইয়াক পৃথিৱীৰ আটাইতকৈ সৰু শব্দ হিচাপে গণ্য কৰা হয়।

Apply Now

লগতে পঢ়কঃ এইবাৰ মধ্যপ্ৰাচ্যত নিষিদ্ধ এইখন হিন্দী চিনেমা; কিয় নিষিদ্ধ হ’ল ইয়ামি গৌতম অভিনীত ছবিখন?

পিচে, বিশ্বৰ আটাইতকৈ দীঘল ইংৰাজী শব্দ (Longest English Word)ৰ উত্তৰ হিচাপে বহুতে এটা ৰোগৰ নাম কয়। সেই হাওঁফাওঁৰ ৰোগটোক PNEUMONOULTRAMICROSCOPICSILICOVOLCANOCONIOSIS বুলি কোৱা হয়। নিউমোআল্ট্ৰামাইক্ৰস্কোপিকচিলিকোবুলকেন’কনিঅ’ছিছ। এই শব্দটোৰ মুঠ আখৰ ৪৫টা। কিন্তু আচলতে ই পৃথিৱীৰ আটাইতকৈ ডাঙৰ ইংৰাজী শব্দ নহয়।

আনহাতে, কেইবাটাও সূত্ৰই নিউজিলেণ্ডৰ এটা পৰ্বতৰ নামক আটাইতকৈ ডাঙৰ ইংৰাজী শব্দ বুলি দাবী কৰিছে। এই বিশেষ পৰ্বতটো নিউজিলেণ্ডৰ হক’ছ বে’ৰ ওচৰত। নাম TAUMATAWHAKATANGIHANGAOAUAUOTAMETEATURIPUKAKAPIKIMAUNGAHORONUKUPOKAIWHENUAKITANATAHU। এই এটা শব্দৰ ভিতৰত ৮৪টা আখৰ আছে।

লগতে পঢ়কঃ আৰাকান আৰ্মীয়ে ছিটৱে বন্দৰৰ সমীপৰ স্থানসমূহ দখল কৰাৰ পিছত সংকটত অভিলাষী কালাডান প্ৰকল্পৰ ভৱিষ্যত

কিন্তু নাই, সেইটোও পৃথিৱীৰ আটাইতকৈ ডাঙৰ শব্দটো নহয়। কাৰণ ৰসায়ন বিজ্ঞানে বিশ্বৰ সৰ্ববৃহৎ শব্দ নিৰ্মাতাৰ খিতাপ কাঢ়ি লৈ ​​গৈছে।

ৰসায়ন বিজ্ঞানত বিভিন্ন যৌগসমূহৰ নাম যথেষ্ট ডাঙৰ। দীঘলীয়া বন্ধনৰ দ্বাৰা সংযুক্ত হৈ থাকে যৌগসমূহ। ইয়াৰ নামবোৰ আৰু ডাঙৰ। কিমান ডাঙৰ সেইটো জানি যেন চকু কপালত উঠিব।

দেখা গৈছে যে প্ৰটিন টাইটিনৰ ৰাসায়নিক নামটো ইংৰাজী ভাষাৰ আটাইতকৈ দীঘল শব্দ। কাৰণ এই শব্দটোত মুঠ প্ৰায় ২ লাখ আখৰ আছে! যাৰ প্ৰথম হাজাৰটা চৰিত্ৰই আক্ষৰিক অৰ্থত গাৰ ঘাম বাহিৰ কৰি দিব পাৰে। জানিব পৰা মতে ইয়াত মুঠ ১লাখ ৮৯ হাজাৰ ৮১৯ টা আখৰ আছে আৰু ইয়াক পঢ়ি অঁতাবলৈ ৩-৪ঘন্টা সময় লাগিব পাৰে।

লগতে পঢ়কঃ দেশত বৃদ্ধি পাইছে ঘৃণামূলক ভাষণৰ ঘটনা; ৭৫% ঘৃণামূলক ভাষণৰ ঘটনাই বিজেপি শাসিত ৰাজ্যত

ইমান ডাঙৰ নাম কিয়? ইয়াৰ বৃহৎ নামটোৰ বাবে ইয়াৰ ৰাসায়নিক সংকেতেই দায়ী বুলি বিজ্ঞানীসকলে কয়। প্ৰটিন টাইটিনৰ ৰাসায়নিক প্ৰতীক হ’ল C₁₆₉ ₇₁₉H₂₇₀ ₄₆₄N₄₅ ₆₈₈O₅₂ ₂₃₇S₉₁₁। কেৱল প্ৰথম স্থানেই নহয়, দ্বিতীয় আৰু তৃতীয় স্থানো কিছু ৰাসায়নিক যৌগই দখল কৰিছে। কাৰণ তেওঁলোকৰ নামতো ১৯ হাজাৰ, ১৮ হাজাৰকৈ আখৰ আছে!

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

প্ৰসিদ্ধ লেখক, জনপ্ৰিয় ঔপন্যাসিক তথা ৰাজনীতিক জেফ্ৰি আৰ্চাৰৰ ৮৬ বছৰ বয়সত দেহাৱসান

October 6, 2026 11:35 am
সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

সামৰিক বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৩২ জনৰ মৃত্যু; ক’ত ঘটিল এই বিমান বিধ্বস্ত হোৱাৰ ঘটনা?

October 6, 2026 10:34 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

ভাৰতীয় মহিলা ক্ৰিকেট দলৰ অধিনায়কত্ব এৰিলে হৰমনপ্ৰীত কৌৰে; এইবাৰ টিম ইণ্ডিয়াৰ নেতৃত্বত কোন?

October 6, 2026 1:20 pm
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত উত্তপ্ত দিল্লী; বেৰিকেডৰ বাধাত ৰাজপথতে বহি পৰিল ‘ইণ্ডিয়া’ৰ সাংসদসকল

October 6, 2026 12:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd