• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

টাটাৰ যুগান্তকাৰী উদ্ভাৱন, ‘১০০ টকীয়া টেবলেট’য়ে নিৰাময় কৰিব কেন্সাৰ! কেতিয়া আহিব বজাৰত?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 29, 2024 11:51 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মাত্ৰ ১০০ টকীয়া টেবলেট? কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে আৰু লাখ লাখ টকা খৰচ নহ’ব। মাত্ৰ ১০০ টকীয়া টেবলেটতে কেন্সাৰ নিৰাময় হ’ব! এনে দাবী টাটা মেম’ৰিয়েল চেণ্টাৰৰ গৱেষক আৰু চিকিৎসক দলৰ।

কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত টাটা গ্ৰুপে এক অগ্ৰগতি লাভ কৰিছে। দাবী কৰা হৈছে যে টাটা ইনষ্টিটিউটৰ দ্বাৰা নিৰ্মিত টেবলেটে কেন্সাৰ কোষৰ বৃদ্ধি ৰোধ কৰিব পাৰে। আৰু এই টেবলেট বজাৰত বিক্ৰী হ’ব মাত্ৰ ১০০ টকাত। সাধাৰণ মানুহে কেন্সাৰ চিকিৎসাৰ বাবে লাখ লাখ টকা খৰচ কৰাৰ প্ৰয়োজন নাথাকিব।

১০০ টকীয়া টেবলেট কেনেকুৱা হ’ব? টাটা মেম’ৰিয়েল ইনষ্টিটিউটৰ অভিজ্ঞ অংক’লজিষ্টৰ এটা দলে এই ঔষধৰ ওপৰত গৱেষণা কৰি আছে। সেই প্ৰতিষ্ঠানৰ জ্যেষ্ঠ বিজ্ঞানী ডাঃ ৰাজেন্দ্ৰ বদৱেই সংবাদ মাধ্যমৰ আগত দিয়া সাক্ষাৎকাৰত কয় যে এই ঔষধৰ বাবে দেশৰ ফুড ছেফটি এণ্ড ছিকিউৰিটি অথৰিটিলৈ আবেদন কৰা হৈছে। সেউজ সংকেত দিয়াৰ পিছত এই ঔষধ বজাৰলৈ অনা হ’ব। ইয়াৰ নাম ‘আৰ+চিউ’ (R+CU), ৰেচভেৰাট্ৰল আৰু কপাৰৰ মিশ্ৰণ।

Apply Now

লগতে পঢ়কঃ মধ্য প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনাত কমেও ১৪ জন লোকৰ মৃত্যু

বৰ্তমান কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে লাখ লাখ টকা খৰচ হয়। সেই খৰচ একেবাৰেই বহুত কমি অহাৰ সম্ভাৱনা আছে।

গৱেষক ৰাজেন্দ্ৰই কয় যে টাটা মেম’ৰিয়েলত কৰ্কট ৰোগৰ বিভিন্ন চিকিৎসাৰ ওপৰত ১০ বছৰ ধৰি গৱেষণা চলি আছিল। বিজ্ঞানীসকলে জানিব পাৰিছে যে কেন্সাৰ কোষবোৰ সহজে নাইকিয়া নহয়। ইয়াৰ দুটা কাৰণ আছে – ১) কেন্সাৰ বা টিউমাৰ কোষবোৰ অতি সোনকালে বিভাজিত হৈ বিয়পি পৰে। এই কোষৰ বিভাজন হৈয়েই থাকে।

২) কেমোথেৰাপি বা ৰেডিঅ’থেৰাপিৰে কেন্সাৰ কোষ পুৰি দিলেও ইয়াৰ অৱশিষ্টৰ পৰা কিছুমান নতুন ফ্ৰী ৰেডিকেল ওলাই আহিবলৈ আৰম্ভ কৰে। এনে পদাৰ্থক ক্ৰ’মেটিন বোলা হয়। এই ক্ৰ’মেটিন মৃত্যুমুখত পৰা কেন্সাৰ কোষৰ ক্ৰম’জমৰ পৰা নিৰ্গত হয়, যিয়ে চাৰিওফালৰ সুস্থ কোষবোৰক বিষাক্ত কৰি পেলায়।

গতিকে দেখা যায় যে কেমোৰ দ্বাৰা ৰেডিঅ’ তৰংগৰ দ্বাৰা কেন্সাৰ কোষবোৰ ধ্বংস হ’লেও তাতেই কেন্সাৰ কোষবোৰ পুনৰ গজি উঠে। গতিকে ৰোগীক বাৰে বাৰে কেমোথেৰাপি দিয়াৰ প্ৰয়োজন হয়।

লগতে পঢ়কঃ ISRO-ৰ বিজ্ঞাপনত ‘চীনৰ ছবি দিলে DMK-ই’, মোদীৰ কটাক্ষৰ পিছতে প্ৰত্যুত্তৰ ‘সত্য স্বীকাৰ কৰক’

গৱেষকসকলে কয় যে এই ফ্ৰী ৰেডিকেলবোৰ কোষৰ ক্ৰম’জমৰ ক্ৰ’মেটিনৰ অংশ। গতিকে ইয়াত ডি এন এ (জিন) আৰু প্ৰটিন একেলগে থাকে। এফালে কেন্সাৰ কোষৰ প্ৰটিনে সুস্থ কোষক সংক্ৰমিত কৰি থাকে, আনফালে জিনীয় পদাৰ্থ ক্ৰমান্বয়ে বিভাজিত হৈ এটা কোষৰ পৰা আন এটা কোষলৈ কৰ্কট ৰোগ কঢ়িয়াই নিবলৈ আৰম্ভ কৰে।

কেৱল কেন্সাৰেই নহয়, এই ক্ৰ’মেটিনে অটোইম্যুন ৰোগ, প্ৰদাহ বা প্ৰদাহজনিত ৰোগৰো সৃষ্টি কৰে। গতিকে কেমোথেৰাপি দিয়াৰ পিছতো বিভিন্ন পাৰ্শ্বক্ৰিয়া দেখা যায়।

১০০ টকীয়া টেবলেটে কি কাম কৰিব? ডাঃ ৰাজেন্দ্ৰই কয় যে R+CU হৈছে এক প্ৰকাৰৰ এন্টিঅক্সিডেন্ট টেবলেট। ৰেচভেৰাট্ৰল আৰু কপাৰৰ মিশ্ৰণে শৰীৰত প্ৰৱেশ কৰি বৃহৎ পৰিমাণৰ অক্সিজেন ৰেডিকেল উৎপন্ন কৰিব। এই অক্সিজেনে ক্ৰ’মেটিনৰ কণাবোৰ ধ্বংস কৰিবলৈ আৰম্ভ কৰিব। ঔষধ খোৱাৰ পিছত শৰীৰৰ প্লাজমাৰ লগত মিহলি হৈ অক্সিজেন উৎপন্ন হ’বলৈ আৰম্ভ কৰিব। এই অক্সিজেনে কেন্সাৰ প্ৰটিন ধ্বংস কৰি থাকিব। ফলত নতুন কেন্সাৰ কোষ গঠন নহ’ব।

লগতে পঢ়কঃ`ৰিফৰ্মেশ্যন’ৰ ভোট প্ৰচাৰৰ মুখ হিচাপে স্বাক্ষৰ কৰিছে মাৰ্কিন ৰাজনীতিত ধুমুহাৰ সৃষ্টি কৰা মনিকা লিউনেস্কিয়ে

কেমোথেৰাপি বা ৰেডিঅ’থেৰাপি দিয়াৰ পিছতো শৰীৰত উৎপন্ন হোৱা বিষাক্ত পদাৰ্থ সেই অক্সিজেন ৰেডিকেলৰ দ্বাৰা ধ্বংস হ’ব পাৰে। বাৰে বাৰে কেন্সাৰ ঘূৰি অহাৰ সম্ভাৱনা চিৰদিনৰ বাবে হেৰাই যাব।

টাটাৰ গৱেষকসকলে কয় যে যদি ফুড ছেফটি এণ্ড ছিকিউৰিটি অথৰিটিৰ অনুমতি পায় আৰু সকলো ঠিকে থাকে তেন্তে জুন-জুলাই মাহত এই ঔষধ বজাৰলৈ আহিব পাৰে। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

July 22, 2026 3:35 pm
মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

July 22, 2026 2:46 pm
ভিৰ বাঢ়ি আহিছে যন্তৰ মন্তৰত! ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী, বিদেশলৈকে বিয়পিছে আন্দোলনৰ জুই

ভিৰ বাঢ়ি আহিছে যন্তৰ মন্তৰত! ৰাহুল গান্ধীৰ ৫ দফীয়া দাবী, বিদেশলৈকে বিয়পিছে আন্দোলনৰ জুই

July 22, 2026 12:55 pm
জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

July 22, 2026 12:33 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

নিটৰ প্ৰশ্নকাকত ফাদিলক লৈ উত্তাল সদন! শিক্ষামন্ত্ৰীৰ পদত্যাগৰ দাবীত ক’লা কাপোৰ পিন্ধি বিৰোধীৰ প্ৰতিবাদ

July 22, 2026 3:35 pm
মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

মোদী চৰকাৰৰ স্বৈৰাচাৰী ৰূপ! ছাত্ৰৰ ন্যায়ৰ দাবীত ধৰণাত বহা ৰাহুল-প্ৰিয়ংকাক গ্ৰেপ্তাৰ: হিটলাৰী শাসনৰ বিৰুদ্ধে উত্তাল  ৰাজধানী

July 22, 2026 2:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd