• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, June 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

গেৰেজত ৬০ কোটি টকাৰ গাড়ী, ব্যৱসায়ীৰ ঘৰত অভিযান চলাই উদ্ধাৰ কোটি কোটি টকা!

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
March 1, 2024 3:36 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কোটি কোটি টকাৰ কেইবাখনো গাড়ী গেৰেজত ৰখা আছিল। কোনোবাখনৰ দাম যদি ১৬ কোটি, কোনোবা খনৰ দাম ৩ কোটি। সেই তালিকা আছে ৰ’লছ ৰয়েচ,   মেকলেৰেনৰ লগতে ল্যম্বাৰ্গিনি, ফেৰাৰী আদিৰ দৰে কোম্পানীৰ গাড়ী।

উত্তৰ প্ৰদেশৰ কানপুৰত ধঁপাত কোম্পানী এটাত অভিযান চলাই স্তম্ভিত হৈ পৰে আয়কৰ বিষয়াসকল।

বৃহস্পতিবাৰে আয়কৰৰ বিষয়াসকলে ধঁপাত কোম্পানীটোৰ একাধিক ঠিকনাত অভিযান চলায়। ইয়াৰ ভিতৰত কানপুৰৰ বাহিৰেও দিল্লী, মুম্বাই, গুজৰাটকে ধৰি ২০টা স্থানত তালাচী অভিযান চলোৱা হৈছে বুলি আয়কৰ বিভাগৰ সূত্ৰই প্ৰকাশ কৰিছে।

Apply Now

লগতে পঢ়কঃ ব’ৰ্ডৰ সৈতে হোৱা গোপন চুক্তিতে হাৰ্দিকৰ মুখ ৰক্ষা, স্থান পালে কেন্দ্ৰীয় চুক্তিত! ফাদিল বিস্ফোৰক ৰিপোৰ্ট

অভিযানৰ সময়ত কোম্পানীটোৰ মালিকৰ দিল্লীৰ বাসগৃহত ৬০ কোটিৰো অধিক মূল্যৰ কেইবাখনো গাড়ী উদ্ধাৰ হয়। যাৰ ভিতৰত আছে ১৬ কোটি টকাৰ ৰ’লছ ৰয়েছ গাড়ীও।

ফটোঃ সংগ্ৰহীত।

আয়কৰ বিভাগৰ সূত্ৰ অনুসৰি, কানপুৰৰ পৰা এই তালাচী অভিযানৰ সময়ত নগদ ৪.৫ কোটি টকা জব্দ কৰা হৈছে। ইয়াৰ উপৰিও আয়কৰ বিষয়াসকলে বহু গুৰুত্বপূৰ্ণ নথিও উদ্ধাৰ কৰিছে।

আয়কৰ বিভাগৰ এক সূত্ৰৰ পৰা জানিব পৰা মতে, কোম্পানীটোৰ আয় আৰু খৰচৰ বিষয়ে ভুলকৈ তথ্য দাঙি ধৰি আয়কৰ ফাঁকি দিছিল। ১০০-১৫০ কোটিৰ আয়ৰ হিচাপ ২০-২৫ কোটি হিচাপে দেখুওৱা হৈছে।

লগতে পঢ়কঃ  ১ মে’ৰ পৰা বন্ধ হ’ব পাৰে ৰে’ল সেৱা! পুৰণি পেঞ্চনৰ দাবীত ধৰ্মঘটৰ আহ্বান ৰে’ল শ্ৰমিক সংগঠনৰ

বৃহস্পতিবাৰে আয়কৰ বিভাগৰ ১৫-২০টা দলে সংস্থাটোৰ বহু ঠিকনাত অভিযান চলায়। এই কোম্পানীটো প্ৰায় ৮০ বছৰ পুৰণি। বৃহস্পতিবাৰে দিনৰ ১.৩০ বজাত আয়কৰ বিভাগৰ এটা দলে গৈ মালিক কে কে মিশ্ৰৰ নয়াগঞ্জ কাৰ্যালয়ত তালাচী চলায়। তেওঁৰ কিমান বেনামী মাটি- সম্পত্তি আছে আয়কৰ বিভাগে তাৰো তদন্ত কৰি আছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

জি-৭ সন্মিলনত আকৌ মুখামুখি হ’ল মোদী আৰু মেলনী : এইবাৰ কি উপহাৰ দিলে নৰেন্দ্ৰ মোদীয়ে?

June 16, 2026 9:13 pm
নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

নিৰ্বাচনৰ পথাৰত নামিবনে ককৰোচ জনতা পাৰ্টী, নিজৰ স্থিতি স্পষ্ট কৰিলে প্ৰতিষ্ঠাপক অভিজিতে

June 16, 2026 9:07 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

ভাৰতীয় সেনাৰ দমনত স্তিমিত হৈ আহিল মাওবাদী সংগ্ৰাম : এতিয়া মাটি, বনাঞ্চল আৰু খনিজ সম্পদক লৈ যুঁজিছে আদিবাসী ৰাইজে

June 16, 2026 9:46 pm
মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

মধুচন্দ্ৰিকালৈ গৈ কৰুণ মৃত্যু তথ্যপ্ৰযুক্তি কৰ্মীৰ, উদ্ধাৰ নৱবিবাহিতাৰ ৰক্তাক্ত মৃতদেহ, সন্দেহৰ আৱৰ্তত স্বামী

June 16, 2026 9:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd