• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

১ মে’ৰ পৰা বন্ধ হ’ব পাৰে ৰে’ল সেৱা! পুৰণি পেঞ্চনৰ দাবীত ধৰ্মঘটৰ আহ্বান ৰে’ল শ্ৰমিক সংগঠনৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 1, 2024 10:19 am
ফাইল ফটোঃ সংগ্ৰহীত।

ফাইল ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নতুন পেঞ্চন আঁচনিখনক লৈ বহু ৰে’ল শ্ৰমিক সংগঠন অতি অসন্তুষ্ট। পুৰণি পেঞ্চন আঁচনিখন শীঘ্ৰে প্ৰৱৰ্তন কৰিবলৈ দাবী জনাইছে। আৰু যদি নহয় তেন্তে ১ মে’ৰ পৰা তেওঁলোকে ধৰ্মঘটত নামিব। ইয়াৰ বাবে ৰে’ল সেৱা বন্ধ হৈ পৰিব পাৰে।

যদি এনেকুৱা হয় তেন্তে সাধাৰণ মানুহে চৰম দুৰ্ভোগ ভূগিবলগীয়া হ’ব পাৰে। অৱশ্যে এই সন্দৰ্ভত এতিয়াও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই ৰে’ল কৰ্তৃপক্ষই।

অল ইণ্ডিয়া ৰে’লৱে মেনছ ফেডাৰেচনৰ তথ্য অনুসৰি পুৰণি পেঞ্চন আঁচনিখন অধিক নিৰ্ভৰযোগ্য। সেয়ে নতুন পেঞ্চন আঁচনিখন প্ৰত্যাহাৰ কৰি পুৰণিখনকে ঘূৰাই আনিব লাগে।

Apply Now

লগতে পঢ়কঃ বাৰে বাৰে পেৰ’লত মুকলি; ৰাম ৰহিমক পুনৰ জেললৈ ঘূৰাই পঠিওৱাৰ নিৰ্দেশ ক্ষুব্ধ উচ্চ ন্যায়ালয়ৰ

অভিযোগ যে এই সন্দৰ্ভত কেইবাটাও দাবী উত্থাপন হৈছে যদিও এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। গতিকে এইবাৰ সংগঠনৰ সদস্যসকলে আন্দোলনৰ পথত আগবাঢ়িব বিচাৰিছে। এই সংগঠনৰ বাহিৰেও কেইবাটাও কেন্দ্ৰীয় সংগঠনৰ কৰ্মচাৰীৰ যৌথ মঞ্চই একে দাবীতে যোগ দিছে।

পুৰণি পেঞ্চন আঁচনিখনত ৫০ শতাংশ ধন পোৱা গৈছিল। কিন্তু ২০০৪ চনৰ পৰা অহা নতুন পেঞ্চন আঁচনিখনে টকা পাবলৈ বজাৰৰ ওপৰত নিৰ্ভৰ কৰিব লগা হৈছে। গতিকে অৱসৰৰ পিছত কিমান টকা উপলব্ধ হ’ব সেয়া নিশ্চিতভাৱে জনা নাযায়।

লগতে পঢ়কঃবাংলাদেশৰ ৰাজধানী ঢাকাৰ শ্বপিং মলত ভয়াৱহ অগ্নিকাণ্ড; জীৱন্তে অগ্নিদগ্ধ হৈ ৪৪ জনৰ মৃত্যু

এনে পৰিপ্ৰেক্ষিতত দীৰ্ঘদিন ধৰি পুৰণি পেঞ্চন আঁচনিখন ঘূৰাই অনাৰ দাবী উত্থাপন হৈ আহিছে। যদিও কেন্দ্রই এই দাবী মানি ল’ব নোৱাৰি বুলি আগতেই বাৰে বাৰে কৈ আহিছে৷ কিন্তু এইবাৰ কেইবাটাও শ্ৰমিক সংগঠনে এটা ডাঙৰ সকীয়নি দিলে। পুৰণি পেঞ্চন আঁচনিখন কাৰ্যকৰী নহ’লে ১ মে’ৰ পৰা তেওঁলোকে দেশজোৰা ধৰ্মঘট আৰম্ভ কৰিব বুলি স্পষ্টকৈ জনোৱা হৈছে।

Today in JFROPS core committee meeting decision taken for Indefinite Strike for OPS from 1 May 2024( International Labour Day)#RailMinIndia #NMOPS #ITF #railway@NRMU_NR#informationtechnology #centurion @AIRF_DELHI @AshwiniVaishnaw @FinMinIndia @ITF_DelhiOffice pic.twitter.com/wFSDljnFGF

— Shiva Gopal Mishra (@ShivaGopalMish1) February 28, 2024

ধৰ্মঘটৰ আহ্বান জনোৱাৰ সময়তে দেশত লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ কথা। অৰ্থাৎ সমগ্ৰ দেশৰ ওপৰত ৰাষ্ট্ৰীয় নিৰ্বাচন আয়োগৰ নিয়ন্ত্ৰণ থাকিব। সেই সময়ত মোডী চৰকাৰৰ একো ক্ষমতা নাথাকে। এনে পৰিস্থিতিত যদি ৰে’ল ষ্ট্ৰাইক আৰম্ভ হয় তেন্তে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাৰ আশংকা কৰা হৈছে।

কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ উপৰিও ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়েও পুৰণি পেঞ্চন আঁচনিখন ঘূৰাই অনাৰ পোষকতা কৰিছে। গতিকে ঐক্যবদ্ধ আন্দোলন হ’লে আমাৰ জনসাধাৰণৰ দুৰ্ভোগ বহুগুণে বৃদ্ধি পাব৷ 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

July 22, 2026 12:33 pm
বানপীড়িত উজনি অসমত ২৪ জুলাইলৈকে জৰুৰীকালীন ম’বাইল ৰোমিং সেৱা মুকলি

বানপীড়িত উজনি অসমত ২৪ জুলাইলৈকে জৰুৰীকালীন ম’বাইল ৰোমিং সেৱা মুকলি

July 22, 2026 11:30 am
বানপানীৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী ভোটাৰ তালিকা প্ৰস্তুতি আৰু প্ৰচাৰৰ সময়সূচী সলনি

বানপানীৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচনী ভোটাৰ তালিকা প্ৰস্তুতি আৰু প্ৰচাৰৰ সময়সূচী সলনি

July 22, 2026 10:35 am
২৫ কোটি টকাৰ জিএছটি কেলেংকাৰী: মূল অভিযুক্ত তৃষ্ণা বৰ্মনক গ্ৰেপ্তাৰ

২৫ কোটি টকাৰ জিএছটি কেলেংকাৰী: মূল অভিযুক্ত তৃষ্ণা বৰ্মনক গ্ৰেপ্তাৰ

July 22, 2026 9:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

জন্তৰ-মন্তৰৰ প্ৰতিবাদকাৰীক সহায় কৰিবলৈ অনলাইনত খাদ্য অৰ্ডাৰ শতাধিক লোকৰ

July 22, 2026 12:33 pm
বানপীড়িত উজনি অসমত ২৪ জুলাইলৈকে জৰুৰীকালীন ম’বাইল ৰোমিং সেৱা মুকলি

বানপীড়িত উজনি অসমত ২৪ জুলাইলৈকে জৰুৰীকালীন ম’বাইল ৰোমিং সেৱা মুকলি

July 22, 2026 11:30 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd