• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, June 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

“মই মেছিৰ দেশৰ মানুহ”, কিংবদন্তিৰ নাম শুনিয়েই হামাছে মুকলি কৰি দিলে বৃদ্ধা মহিলাক!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 9, 2024 8:19 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

9.4k
VIEWS
Share on FacebookShare on Twitter

তেওঁ এজন কিংবদন্তি খেলুৱৈ। বিশ্বৰ বিভিন্ন প্ৰান্তত থকা তেওঁৰ অনুৰাগীসকলে তেওঁৰ ভৰিৰ ওচৰত বলটো অহাৰ লগে লগে উল্লাসত গৰ্জন কৰি উঠে। কিন্তু কেৱল লিয়নেল মেছিৰ নাম শুনিয়েই অন্তৰ গলিল হামাছৰ! এনে দাবী ৯০ বছৰীয়া বৃদ্ধা কিবুটজ নিৰ অজৰ। ইজৰাইলৰ বাসিন্দা এই বৃদ্ধাগৰাকীক হেনো পণবন্দী কৰি ৰাখিব বিচাৰিছিল। কিন্তু তেওঁলোকে তেওঁক কেৱল মেছিৰ নাম শুনিয়েই অপহৰণ কৰা নাছিল। কিবুটজে এই অভিজ্ঞতাটোৰ কথা নিজেই কৈছে এখন নিৰ্মাণাধীন তথ্যচিত্ৰত।

দৰাচলতে কি ঘটিছিল? যোৱা অক্টোবৰ মাহত হামাছে ইজৰাইলক আক্ৰমণ কৰিছিল। ফলত টেল আভিভে গাজাক আক্ৰমণ কৰে। যোৱা কেইমাহমানৰ পৰা চলি আছে এই ৰক্তাক্ত সংঘাত। পাঁচ মাহ পূৰ্বে হামাছে সেই আক্ৰমণত কেইবাজনো ইজৰাইলীক পণবন্দী কৰি লৈছিল।

লগতে পঢ়কঃ ধিক্! ৰাজপথত নামাজ পঢ়া মুছলমান ব্যক্তিক গোৰ শোধালে আৰক্ষীয়ে

হামাছৰ উগ্ৰপন্থীয়ে ঘৰে ঘৰে প্ৰৱেশ কৰি বহু লোকক অপহৰণ কৰিছিল। সেই সময়ত তেওঁলোকৰ মুখামুখি হয় ৯০ বছৰীয়া মহিলাগৰাকীৰ। তাৎক্ষণিক বিপদৰ কথা উপলব্ধি কৰি তেওঁ ক’লে, “তোমালোকে ফুটবল চোৱা নে নাই?” হামাছৰ এজন উগ্ৰপন্থীয়ে মূৰ জোকাৰি হয় বুলি কোৱাৰ সময়তে বৃদ্ধাই ক’লে যে মই মেছিৰ দেশৰ পৰা আহিছো।‘’

নিজৰ আৰ্জেণ্টিনাৰ শিপাৰ কথা উল্লেখ কৰি তেওঁ এনেদৰেই মেছিৰ নাম আনিছিল। আৰু তাৰ ফল হয় যাদুৰ দৰে। হামাছৰ এজন উগ্ৰপন্থীয়ে কয় যে “মই মেছিক ভাল পাওঁ।‘’ শেষত হামাছৰ উগ্ৰপন্থীয়ে বৃদ্ধাগৰাকীক অপহৰণ নকৰিলে। বৰঞ্চ মেছিৰ অনুৰাগী উগ্ৰপন্থীজনে তেওঁৰ সৈতে এখন ফটো তুলিও থৈ যায়।

A 90-year-old Argentine woman avoided being kidnapped by Hamas members in Israel thanks to mentioning Messi, which led one of the attackers to take a photo with her and then leave.

The woman said: "I'm from where Messi is from…" Then the attacker took a photo with her and… pic.twitter.com/I4n32WeRap

— All About Argentina 🛎🇦🇷 (@AlbicelesteTalk) March 7, 2024

কিন্তু কিবুটজক ৰেহাই দিলেও তেওঁৰ পৰিয়ালৰ ৮ জন সদস্যক অপহৰণ কৰা হয়। অৱশ্যে পিছত হামাছে ৫জনক মুকলি কৰি দিছে। কিন্তু উগ্ৰপন্থীয়ে এতিয়াও বৃদ্ধাগৰাকীৰ দুটি নাতি-নাতিনী আৰু তেওঁলোকৰ এগৰাকী বান্ধৱীক নিজৰ লগত ৰাখিছে। তেওঁলোকৰ মুক্তিৰ আশাত থকাৰ লগতে বৃদ্ধাৰ আন এক ইচ্ছাও আছে। সেইটো হ’ল, এই খবৰটো যাতে এবাৰ গৈ মেছিৰ ওচৰ পায়। তেওঁ যেন জানিব পাৰে যে কেৱল তেওঁৰ নাম শুনিয়েই হামাছে এগৰাকী বৃদ্ধাক মুকলি কৰি দিছিল।  

Recent News

কোনো ৰেহাই নাই! ইজৰাইলৰ নৌসেনাই আটক কৰিলে গ্ৰেটা থুনবাৰ্গসহ পেলেষ্টাইনমুখী সাহায্যবাহী নাও

কোনো ৰেহাই নাই! ইজৰাইলৰ নৌসেনাই আটক কৰিলে গ্ৰেটা থুনবাৰ্গসহ পেলেষ্টাইনমুখী সাহায্যবাহী নাও

জি এছ টি পৰ্টেলৰ তথ্য মুকলি বজাৰত, ৩ৰ পৰা ১৫ হাজাৰ টকাত বিক্ৰী; অভিযোগক লৈ উদাসীন কেন্দ্ৰ

জি এছ টি পৰ্টেলৰ তথ্য মুকলি বজাৰত, ৩ৰ পৰা ১৫ হাজাৰ টকাত বিক্ৰী; অভিযোগক লৈ উদাসীন কেন্দ্ৰ

হানিমুনত স্বামীক হত্যাৰ ষড়যন্ত্ৰ সোণমৰে! মেঘালয়ৰ ঘটনাত নতুন চাঞ্চল্য; আৰক্ষীৰ জালত পত্নীসহ ৪জন

হানিমুনত স্বামীক হত্যাৰ ষড়যন্ত্ৰ সোণমৰে! মেঘালয়ৰ ঘটনাত নতুন চাঞ্চল্য; আৰক্ষীৰ জালত পত্নীসহ ৪জন

বিশ্ববিদ্যালয় চৌহদত জাৰী কৰা নীতি নিয়ম সম্পৰ্কত গুৱাহাটী বিশ্ববিদ্যালয়ে দিলে স্পষ্টীকৰণ

বিশ্ববিদ্যালয় চৌহদত জাৰী কৰা নীতি নিয়ম সম্পৰ্কত গুৱাহাটী বিশ্ববিদ্যালয়ে দিলে স্পষ্টীকৰণ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd