• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home মনোৰঞ্জন চলচ্চিত্ৰ

অগ্ৰহণীয় CAA: হুংকাৰ দক্ষিণৰ দুই চুপাৰষ্টাৰ বিজয়, কমল হাছানৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 12, 2024 6:00 pm
CAA Thalapathy Vijay Kamal Haasan
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোমবাৰে দেশজুৰি নাগৰিকত্ব (সংশোধনী) আইন কাৰ্যকৰী কৰে কেন্দ্ৰীয় চৰকাৰে। ইয়াৰ পিছতে দেশৰ কিছু কিছু প্ৰান্তত প্ৰতিবাদৰ সূচনা হৈছে। বিশেষকৈ অসমত কেন্দ্ৰৰ এই সিদ্ধান্তৰ ক্ষোভ অধিক বৃদ্ধি পাইছে।

কেন্দ্ৰৰ CAA বলৱৎ কৰা সিদ্ধান্তৰ বিৰুদ্ধে হুংকাৰ দিছে দক্ষিণৰ চিনেমা জগতৰ দুই চুপাৰষ্টাৰ থালাপথী বিজয় আৰু কমল হাছানে। দুয়োগৰাকী চুপাৰষ্টাৰ অভিনেতাই নাগৰিকত্ব (সংশোধনী) আইনৰ  বিৰুদ্ধে  স্থিতি গ্ৰহণ কৰি বিজেপিক কঠোৰ সমালোচনা কৰিছে।

Apply Now

বিজয়ে নাগৰিকত্ব (সংশোধনী) আইনখনক ‘অগ্ৰহণীয়’ বুলি অভিহিত কৰি তামিলনাডু চৰকাৰক ৰাজ্যখনত আইনখনৰ কাৰ্যকৰীকৰণৰ অনুমতি নিদিবলৈ আহ্বান জনায়। বিভাজনকাৰী ৰাজনীতিৰ বাবেই CAA কাৰ্যকৰী কৰা হৈছে বুলি তেওঁ লগতে দাবী কৰে।

যোৱা মাহত ‘তামিঝা ভেট্ৰি কাঝাগাম’ নামেৰে এক নতুন ৰাজনৈতিক দল ঘোষণা কৰি ৰাজনীতিত প্ৰৱেশ কৰা বিজয়ে এক প্ৰেছ বিজ্ঞপ্তিযোগে কয় যে দেশৰ নাগৰিকে সামাজিক সম্প্ৰীতিৰে বাস কৰা পৰিৱেশত নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ৰ দৰে আইন গ্ৰহণযোগ্য নহয়।

বিজয়ৰ লগতে আন এগৰাকী মহাতাৰকা কমল হাছানেও নাগৰিকত্ব (সংশোধনী) আইন সন্দৰ্ভত বিজেপিক তীক্ষ্ণ সমালোচনা কৰে। নিৰ্বাচনৰ পূৰ্বে চৰকাৰে জনতাক বিভাজিত কৰি ভাৰতৰ সম্প্ৰীতি বিনষ্ট কৰাৰ চেষ্টা কৰা বুলি অভিযোগ কৰে অভিনেতাগৰাকীয়ে।

আগন্তুক লোকসভা নিৰ্বাচনত জয়ী হোৱাৰ উদ্দেশ্যে বিজেপি চৰকাৰে খৰখেদাকৈ নিৰ্বাচনৰ প্ৰাকক্ষণত নাগৰিকত্ব সংশোধনী আইনখন বলৱৎ কৰিছে বুলি কমল হাছানে দাবী কৰে। উচ্চতম ন্যায়ালয়ে আইনখনৰ সাংবিধানিক বৈধতা সন্দৰ্ভত বিচাৰ কৰি থকা সময়ত অধিসূচনা জাৰি কৰা কাৰ্যৰ ওপৰতো তেওঁ প্ৰশ্ন তোলে।

কমল হাছানে কয় যে তেওঁৰ দল মক্কল নিধি মাইয়ামে (এমএনএম) আইনী আৰু ৰাজনৈতিকভাৱে এই আইনখনৰ অটল বিৰোধিতা কৰিছে। মক্কল নিধি মাইয়ামেই উচ্চতম ন্যায়ালয়ত আইনখনক প্ৰত্যাহ্বান জনোৱা প্ৰথমটো দল বুলি তেওঁ লগতে দোহাৰে।

ধৰ্ম, ভাষা, জাতিৰ ভিত্তিত দেশৰ নাগৰিকক বিভাজন কৰিবলৈ চেষ্টা কৰাসকলে আগন্তুক নিৰ্বাচনত সত্যতাৰ সন্মুখীন হ’ব বুলি হুংকাৰ দিয়ে কমল হাছানে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd