• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, July 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ঘাইপথ নিৰ্মাণৰ ফলত ক্ষতিগ্ৰস্ত ভূমি : ক্ষতিপূৰণৰ দাবীত হাফলঙত প্ৰতিবাদ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
March 12, 2024 9:41 pm
2.3k
VIEWS
Share on FacebookShare on Twitter

ডিমা হাচাও জিলাত চলিছে ভূমিৰ ক্ষতিপূৰণৰ আন্দোলন। ডিমা হাছাও জিলাৰ ২৮খন গাঁৱৰ বাসিন্দাই ভূমিৰ ক্ষতিপূৰণৰ দাবীত এই আন্দোলনত ঘোষণা কৰে। 

হাফলঙৰ নৃমবাংলো আৰু হাৰংগাজাওৰ মাজত ৰাষ্ট্ৰীয় ঘাইপথ-২৭ নিৰ্মাণৰ ফলত ক্ষতিগ্ৰস্ত হোৱা মাটিৰ ক্ষতিপূৰণৰ দাবীত মঙলবাৰে প্ৰতিবাদ সাব্যস্ত কৰে। 

খিলঞ্জীয়া ছাত্ৰ মঞ্চ (আই এছ এফ), খিলঞ্জীয়া মহিলা মঞ্চ (আই ডব্লিউ এফ), এন এইচ এ আই এফেক্টেড পিপলছ ফ’ৰামৰ নেতৃত্বত এই প্ৰতিবাদ অনুষ্ঠিত কৰা হয়।

উত্তৰ কাছাৰ পাহাৰ স্বায়ত্তশাসিত পৰিষদৰ প্ৰধান সম্পাদক তথা ক্ষতিপূৰণৰ অধ্যক্ষ দেবানন্দ দৌলাগুপুৰ আশ্বাসৰ পিছত মঙলবাৰে এই প্ৰতিবাদৰ সামৰণি পৰে।

প্ৰতিবাদকাৰীক কিছুদিনৰ ভিতৰত ক্ষতিপূৰণৰ ধন মুকলি কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়ে দৌলাগুপুয়ে।

ভূমিৰ ক্ষতিৰ মূল্যায়ন সম্পূৰ্ণ হোৱা আৰু কাগজ-পত্ৰ চূড়ান্ত হোৱাৰ সময়তে প্ৰস্তাৱটো অনুমোদনৰ বাবে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়লৈ প্ৰেৰণ কৰাৰ পূৰ্বে ডি এ চি আৰু গাঁৱৰ লোকসকলৰ সৈতে চূড়ান্ত বৈঠকৰ দিন ধাৰ্য কৰা হৈছে।

২৯খন গাঁৱৰ মুঠ ৮০৫টা পৰিয়ালে ক্ষতিপূৰণৰ বাবে অপেক্ষা কৰি আছে।

গাঁৱৰ মানুহে যোৱা এদশকৰো অধিক সময় ধৰি ক্ষতিপূৰণ দাবী কৰি আহিছে। ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষই প্ৰথমে দায়িত্ব অস্বীকাৰ কৰিছিল কাৰণ তেওঁলোকে বিশেষভাৱে ডাম্পিঙৰ বাবে মাটি অধিগ্ৰহণ কৰা নাছিল।

ফলস্বৰূপে অসম চৰকাৰে ক্ষতিপূৰণৰ খৰচ বহন কৰিবলৈ দায়িত্ব গ্ৰহণ কৰে।

উল্লেখ্য যে প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে শিলচৰক গুজৰাটৰ সৌৰাষ্ট্ৰৰ সৈতে সংযোগী পূৱ-পশ্চিম কৰিডৰৰ অংশ হিচাপে কল্পনা কৰা ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পটো ১৯৯৮ চনত ঘোষণা কৰা হৈছিল। এই পথটো ২০০৪ চনত নিৰ্মাণৰ কাম আৰম্ভ হৈছিল।

Recent News

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

গোৱালপাৰাত পুনৰ বুলড’জাৰৰ সন্ত্ৰাস! পাইকান সংৰক্ষিত বনাঞ্চলত বেদখলকাৰীক উচ্ছেদৰ নিৰ্দেশ

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

টেক্সাছত ভয়ংকৰ বান : মৃত্যুৰ সংখ্যা ৮১ লৈ বৃদ্ধি, এতিয়াও সন্ধানহীন ৪১ গৰাকী

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

সলনি হ’ল আইচিচিৰ চিইঅ’ : আইচিচিৰ চিইঅ’ হ’ল সংযোগ গুপ্তা

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

কেনিয়াত হিংসাত্মক ৰূপ ধাৰণ কৰিছে প্ৰতিবাদে : কমেও দুজন লোকৰ মৃত্যু

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd