• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, August 28, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

SFI আৰু DYFI ৰ নেতৃত্বত গুৱাহাটীত ‘কা’বিৰোধী প্ৰতিবাদ

হিমন্ত বিশ্ব শৰ্মাই আমাক গুলী কৰক, লাঠি চালনা কৰক – আন্দোলন হ’ব: ৰাজদ্বীপ মহন্ত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 13, 2024 8:44 pm
CAA protest
6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি গুৱাহাটী মহানগৰীৰ পাণবজাৰস্থিত নেহেৰু পাৰ্কৰ সমুখত SFI আৰু DYFI ৰ নেতৃত্বত ‘কা’ বিৰোধী আন্দোলন সম্পন্ন হয়। অসমত সাম্প্ৰদায়িক আৰু জাতিধ্বংসী ‘কা’ জাপি দিয়াৰ বাবে হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন ৰাজ্য চৰকাৰ আৰু নৰেন্দ্ৰ মোদীৰ কেন্দ্ৰীয় চৰকাৰক তীব্ৰ গৰিহণা দিয়াৰ লগতে অসমৰ ছদ্মৱেশী জাতিপ্ৰেমীসকলক ভৎসনা কৰে সংগঠন দুটাৰ সদস্য সকলে।

উক্ত প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি DYFI ৰ যুটীয়া সম্পাদক নিৰংকুশ নাথে কয় – “অসমত আমি কোনোপধ্যেই ‘কা’ বলৱৎ মানি ল’ব নোৱাৰোঁ। ই অসমৰ হাজাৰ বছৰীয়া জনগাঁথনি আৰু সাংস্কৃতিক ঐতিহ্যক নোহোৱা কৰি পেলাব। ‘কা’ বলৱৎ কৰি চৰকাৰে কেৱল অসমৰ ভাষা-সংস্কৃতিলৈকে ভাবুকি কঢ়িয়াই অনা নাই, এই আইনে প্ৰত্যক্ষভাবে ভাৰতীয় সংবিধানৰ ধৰ্ম নিৰপেক্ষ চৰিত্ৰক উপলুঙা কৰিছে। এই আইন বাতিলৰ দাবী আমি সৰ্বাত্মক প্ৰতিবাদ গঢ়ি তোলাৰ লগতে এইখন সাম্প্ৰদায়িক চৰকাৰক উৎখাত কৰিবই লাগিব।”

Apply Now

ইয়াৰ লগতে অসমৰ সকলো ছাত্ৰ-ছাত্ৰী আৰু অসমৰ সকলো শ্ৰেণীৰ লোকক ‘কা’ৰ বিৰোধিতা কৰিবলৈ আহ্বান জনায় নিৰংকুশ নাথে।

এই সভাত উপস্থিত হৈ যুৱ তাৰ্কিক তথা DYFI ৰ সদস্য ৰাজদ্বীপ মহন্তই কয় – “খিলঞ্জীয়া জাতিৰ মাটি ভেটি সুৰক্ষাৰ কথা কৈ শাসনলৈ অহা এইখন চৰকাৰে আজি অসমৰ বাবে বিপদ মাতি আনিছে। বাংলাদেশী খেদাৰ প্ৰতিশ্ৰুতি দি অসমৰ মানুহৰ মৰম আদায় কৰা নৰেন্দ্ৰ মোদীয়ে আজি এফালে লাচিতৰ প্ৰতিমূৰ্তি উন্মোচন কৰি ভূৱা অসমপ্ৰেম দেখুওৱাৰ বিপৰীতে অসমীয়া জাতিক নিঃশেষ কৰিবৰ বাবে ‘কা’ বলৱৎ কৰিছে।”

লগতে যুৱ তাৰ্কিকজনে কয়, “হিমন্ত বিশ্ব শৰ্মাই আমাক গুলী কৰক, লাঠি চালনা কৰক – আন্দোলন হ’ব, ৰাজপথৰ পৰা সংসদলৈকে আন্দোলন গুঞ্জৰিত হ’ব। এটুপাল এটুপাল পানীৰে যেনেকৈ সাগৰ বোৱাব পাৰি তেনেদৰে আইমাতৃৰ এটুপাল এটুপাল চকুলোৱেই এই চৰকাৰক উৎখাত কৰাৰ বাবে যথেষ্ট।”

SFI ৰ অসম ৰাজ্যিক সম্পাদক সংগীতা দাসে এই আন্দোলন ‘কা’ বাতিল নোহোৱা পৰ্যন্ত চলাই নিয়াম বুলি স্পষ্ট কৰি দিয়ে। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত হাতে হাতে প্লে কাৰ্ড লৈ বিজেপি বিৰোধী বিভিন্ন শ্লোগানেৰে ছাত্ৰ-ছাত্ৰী সকলে প্ৰতিবাদ সাব্যস্ত কৰে। এই কাৰ্যসূচীত অৰ্ধেক শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

নেপালৰ প্ৰলয়ংকাৰী বান! ২৮৮ জন ভাৰতীয়ৰ সৈতে যোগাযোগ বিছিন্ন, বাঢ়িছে উদ্বেগ

August 27, 2026 5:59 pm
ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

ঘৰত প্ৰৱেশ কৰি ২১ বছৰীয়া যুৱতীক হত্যা! জিম প্ৰশিক্ষকৰ পিনে অভিযোগৰ আঙুলি

August 27, 2026 5:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

ৰাষ্ট্ৰীয় নিৰাপত্তা আইনত আটক প্ৰণৱ দলে: ১৪ ছেপ্টেম্বৰত অসম চৰকাৰক হাজিৰ হ’বলৈ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

August 27, 2026 8:34 pm
মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

মানসজ্যোতি চেতিয়া ফুকনৰ ৰহস্যজনক মৃত্যু; এক উচ্চপৰ্যায়ৰ আৰু নিৰপেক্ষ তদন্তৰ দাবী দেবব্ৰত শইকীয়াৰ

August 27, 2026 7:17 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd