• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, August 20, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হিণ্ডেনবাৰ্গ ৰিপোৰ্ট! আদানি গ্ৰুপৰ বিৰুদ্ধে ‘সম্ভাৱ্য’ উৎকোচ দিয়াৰ অভিযোগত তদন্ত আমেৰিকাত

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 16, 2024 3:12 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হিণ্ডেনবাৰ্গ বিতৰ্কৰ পিছত গৌতম আদানী আৰু তেওঁৰ কোম্পানীৰ বিৰুদ্ধে  ‘সম্ভাৱ্য’ উৎকোচৰ গোচৰত আমেৰিকাত তদন্ত আৰম্ভ কৰা হৈছে। ভাৰতৰ এটা বিদ্যুৎ প্ৰকল্পত গৌতম আদানী বা তেওঁৰ কোম্পানীৰ কোনোবাই চৰকাৰী বিষয়াক উৎকোচ দিছিল নেকি সেই বিষয়ে আমেৰিকাৰ তদন্তকাৰীয়ে তদন্ত কৰি আছে।

ব্লুমবাৰ্গ নিউজে প্ৰকাশ কৰা অনুসৰি ভাৰতৰ আদানী গ্ৰুপ পুনৰবাৰ আমেৰিকাৰ তদন্তকাৰীৰ আওতালৈ আহিছে। আমেৰিকাৰ আইন আৰু ন্যায় বিভাগে সন্দেহ কৰিছে যে কোম্পানীটোৰ প্ৰতিষ্ঠাপক গৌতম আদানী বা তেওঁৰ কোম্পানীৰ কোনোবা কোনো লোক উৎকোচৰ সৈতে জড়িত। এই ‘সম্ভাৱ্য’ উৎকোচৰ অভিযোগৰ তদন্ত আৰম্ভ কৰিছে আমেৰিকাই।

নিউয়ৰ্কৰ আমেৰিকাৰ এটৰ্নী কাৰ্যালয় আৰু ৱাশ্বিংটন ন্যায় বিভাগৰ জালিয়াতি বিভাগে তদন্ত কৰি আছে। আদানীৰ উপৰিও ভাৰতৰ নবীকৰণযোগ্য শক্তি কোম্পানী এজুৰ পাৱাৰ গ্ল’বেল লিমিটেডকো এই তদন্তৰ আওতাত অনা হৈছে।

Apply Now

লগতে পঢ়কঃ জিঞ্চ, টি-চাৰ্ট পৰিধান নিষিদ্ধ! শিক্ষক-শিক্ষয়ত্ৰীৰ বাবে নতুন পোছাক বিধি প্ৰৱৰ্তন মহাৰাষ্ট্ৰ চৰকাৰৰ

আদানী গ্ৰুপে জানিবলৈ দিয়া মতে অধ্যক্ষগৰাকীৰ বিৰুদ্ধে কোনো ধৰণৰ তদন্তৰ বিষয়ে জ্ঞাত নহয়। ব্যৱসায়িক সংস্থাৰ দৰেই আদানী গ্ৰুপেও কামৰ উচ্চতম মানদণ্ড বজাই ৰাখে। ভাৰত বা আন দেশৰ দুৰ্নীতি বিৰোধী আৰু উৎকোচ বিৰোধী আইনক আমি সন্মান কৰোআৰু মানি চলো। এজুৰ-ৰ ফালৰ পৰাও কোনো প্ৰতিক্ৰিয়া প্ৰকাশ পোৱা নাই। আনকি ব্ৰুকলিন আৰু ৱাশ্বিংটনৰ ন্যায় বিভাগৰ প্ৰতিনিধিয়েও কোনো মন্তব্য দিবলৈ অস্বীকাৰ কৰে।

যোৱা বছৰ হিণ্ডেনবাৰ্গ ৰিপ’ৰ্টত উত্থাপিত অভিযোগৰ পিছতে এই তদন্ত আৰম্ভ কৰা হৈছিল। অৱশ্যে এই অভিযোগ অস্বীকাৰ কৰে আদানী গ্ৰুপে। তেতিয়াও আমেৰিকা চৰকাৰে আদানী গ্ৰুপৰ সৈতে লেনদেন চলাই গৈছে। দক্ষিণ এছিয়া অঞ্চলত চীনৰ প্ৰভাৱ হ্ৰাস কৰিবলৈ শ্ৰীলংকাৰ ৰাজধানী কলম্বোত বন্দৰ নিৰ্মাণৰ বাবে আদানী গ্ৰুপক ৫৫৩ মিলিয়ন ডলাৰ আগবঢ়াইছে আমেৰিকাৰ আন্তঃৰাষ্ট্ৰীয় উন্নয়ন বিত্ত নিগমে।

আমেৰিকাৰ ন্যায় বিভাগে আদানি বা ইয়াৰ কোম্পানী আৰু এজুৰক জাননী নিদিয়াকৈ তদন্ত কৰিব পাৰে। সংবাদ সূত্ৰৰ মতে, ইয়াৰ বাবে অন্যায় হৈছে এনে অভিযোগ সাৱ্যস্ত কৰিব পৰা নাযায়। আনকি সকলো ক্ষেত্ৰতে এনে অভিযোগৰ বিৰুদ্ধে গোচৰ চলোৱা নহ’বও পাৰে।

লগতে পঢ়কঃ মৰ্মান্তিক! কানাডাত ৰহস্যজনকভাৱে অগ্নিদগ্ধ হৈ মৃত্যু কন্যা সন্তানসহ ভাৰতীয় মূলৰ দম্পতীৰ

দৰাচলতে আমেৰিকাৰ বিদেশী দুৰ্নীতি অনুশীলন আইনখনে দেশখনৰ ন্যায়পালিকাক এই ক্ষমতা প্ৰদান কৰিছে। তেওঁলোকে পৰীক্ষা কৰে যে বিদেশী কোম্পানীত বিনিয়োগ কৰা আমেৰিকানসকলৰ স্বাৰ্থ সুৰক্ষিত হয় নে নহয়। উদাহৰণস্বৰূপে, আদানি গ্ৰুপে আমেৰিকাত ব্যৱসায় নকৰে, কিন্তু আমেৰিকাৰ বিনিয়োগকাৰীয়ে ইয়াৰ কোম্পানীত ধন বিনিয়োগ কৰিছে। সেই কাৰণেই এই তদন্ত। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

জেন-জি’ৰ মনৰ কথা শুনিবলৈ প্ৰতিদিনে বিশ্ববিদ্যালয়লৈ যাব মোদী চৰকাৰৰ মন্ত্ৰী

August 20, 2026 8:35 am
বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

বন্দে মাতৰমৰ দুটা স্তৱকেই গাব কংগ্ৰেছে : ৮৯ বছৰ পুৰণি সিদ্ধান্ততে অটল দল

August 20, 2026 7:39 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

শ্বিলঙত খাচী ছাত্ৰ সন্থাৰ হিংসাত্মক বাইক ৰেলী : অসমৰ যান-বাহন আৰু পথচাৰীক লক্ষ্য কৰি আক্ৰমণ

August 20, 2026 10:35 am
৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

৫১ বছৰৰ পাছত মহাৰাষ্ট্ৰত পুনৰ পুৰণি নিয়ম : মন্ত্ৰীৰ সিদ্ধান্তত হস্তক্ষেপ কৰিব পাৰিব মুখ্যমন্ত্ৰীয়ে

August 20, 2026 9:32 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd